• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

35 minutes ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

8 minutes ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

1 hour ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

2 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

2 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

3 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

5 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

5 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

6 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

6 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

6 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

7 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

বহুজনৰ সৈতে ডেট কৰিছিল 'গীতা মা'ই

editor by editor
July 6, 2026
in চিনেমা, বিনোদন, বিবিধ, সংগীত
0
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ
0
SHARES
244
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জনপ্ৰিয় নৃত্যশিল্পী আৰু বলিউডৰ অন্যতম খ্যাতিমান কোৰিঅ’গ্ৰাফাৰ গীতা কাপুৰ, যাক অধিকাংশ মানুহে মৰমতে ‘গীতা মা’ নামেৰে চিনি পায় তেওঁ ব্যক্তিগত জীৱন আৰু অবিবাহিত হৈ থকাৰ সিদ্ধান্তৰ বিষয়ে তেওঁ সদায় খোলাখুলিকৈ মত প্ৰকাশ কৰি আহিছে। শেহতীয়াভাৱে এটা সাক্ষাৎকাৰত গীতা কাপুৰে কিয় এতিয়ালৈকে অবিৱাহিত হৈ থাকিল, সেই বিষয়ে বিস্তৃতভাৱে কৈছিল। তেওঁৰ মতে, জীৱনৰ আৰম্ভণিতে পৰিয়ালৰ দায়িত্বই তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ আছিল। তাৰ পিছত তেওঁ মাকৰ বাবে এটা ঘৰ কিনাৰ লক্ষ্য লৈ কেৰিয়াৰ গঢ়া আৰু আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত সম্পূৰ্ণ মনোনিৱেশ কৰিছিল।

বহুজনৰ সৈতে ডেট কৰিছিল ‘গীতা মা’ই

গীতা কাপুৰে স্বীকাৰ কৰে যে তেওঁৱো এসময়ত বিৱাহ বান্ধোনত আৱদ্ধ হৈ সংসাৰ পাতিব বিচাৰিছিল আৰু সন্তানৰ মাতৃ হোৱাৰ সপোন দেখিছিল। কিন্তু তেওঁ অনুভৱ কৰা মতে, এতিয়ালৈকে এনে কোনো ব্যক্তি তেওঁৰ জীৱনলৈ, যাৰ সৈতে তেওঁ বিয়াৰ দৰে গভীৰ সম্পৰ্ক গঢ়ি তোলাৰ অনুভৱ কৰিব। তেওঁ কয় যে জীৱনত তেওঁৱো বহুজনক ডেট কৰিছিল যদিও কাৰো ক্ষেত্ৰতে সেই বিশেষ অনুভূতি জাগি উঠা নাছিল। তেওঁৰ ভাষাত, ‘এসময়ত মই বিয়াৰ কথা ভাবিছিলোঁ, কিন্তু এতিয়া হয়তো সেই সময় পাৰ হৈ গৈছে। তথাপিও ভৱিষ্যতে যদি এনেকুৱা কোনো মানুহ লগ পাওঁ, যিয়ে মোক সঁচাকৈয়ে বুজিব পাৰে আৰু মোৰ যত্ন ল’ব পাৰে, তেন্তে নিশ্চয় সেই সম্ভাৱনাক নাকচ নকৰোঁ।’
ৰিয়েলিটি ডান্স শ্ব’ৰ জৰিয়তে গীতা কাপুৰে ‘গীতা মা’ নামেৰে বিশেষ পৰিচিতি লাভ কৰে। এই উপাধিৰ বিষয়ে তেওঁ কয়, ‘শ্ব’ত লগ পোৱা সকলো প্ৰতিযোগী মোৰ নিজৰ সন্তানৰ দৰেই। তেওঁলোকৰ মৰম আৰু সন্মান পাই মই নিজকে ধন্য অনুভৱ কৰোঁ।’তেওঁ এই কথাও স্বীকাৰ কৰে যে জীৱনৰ এটা পৰ্যায়ত এজন জীৱনসংগীৰ প্ৰয়োজন অনুভৱ হ’ব পাৰে। কিন্তু সেই সংগীজন এনে হ’ব লাগিব, যিয়ে তেওঁক সঁচাকৈয়ে বুজিব, সন্মান কৰিব আৰু জীৱনৰ সকলো পৰিস্থিতিত তেওঁৰ কাষত থাকিব।

গীতা কাপুৰৰ কেৰিয়াৰ

কেৰিয়াৰৰ ক্ষেত্ৰত গীতা কাপুৰৰ সফলতা অনন্য। মাত্ৰ ১৫ বছৰ বয়সতে তেওঁ নৃত্যজগতত যাত্ৰা আৰম্ভ কৰিছিল । Kuch Kuch Hota Hai, Dil Toh Pagal Hai, Kabhi Khushi Kabhi Gham, Mohabbatein, Kal Ho Na Ho, Main Hoon Na, and Om Shanti Omৰ দৰে ছবিত কৰিঅ’গ্ৰাফাৰ ফৰাহ খানৰ সহকাৰী হিচাপে কাম কৰাৰ উপৰিও Fiza , Asoka , Saathiya, Heyy Babyy, Thoda Pyaar Thoda Magic, Aladin, Tees Maar Khan’s Sheila Ki Jawani’, Tere Naal Love Ho Gayaৰ দৰে ছবিত মুখ্য কৰিঅগ্ৰাফাৰ হিচাপে কাম কৰিছে। ২০০৮ চনত ‘ডান্স ইণ্ডিয়া ডান্স (DID)’ অনুষ্ঠানৰ বিচাৰক হিচাপে তেওঁ ঘৰে ঘৰে জনপ্ৰিয়তা লাভ কৰে। বৰ্তমান তেওঁ ‘ইণ্ডিয়াজ বেষ্ট ডান্সাৰ’ অনুষ্ঠানত বিচাৰকৰ দায়িত্ব পালন কৰি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Dancer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

July 6, 2026
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

July 6, 2026
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?
বিনোদন

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

July 6, 2026
Next Post
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ'ব নেকি খনন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.