• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

2 months ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

49 minutes ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

1 hour ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

2 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

2 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

3 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

4 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

4 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

5 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

6 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

7 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

8 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

মণিকাৰ অভিযোগৰ পিছতে কঁপিছে ক্ৰিকেট অষ্ট্ৰেলিয়া

editor by editor
July 13, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!
0
SHARES
332
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটত এই মুহূৰ্তত এক বিতৰ্কই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়িকা এছলে গাৰ্ডনাৰৰ বিৰুদ্ধে তেওঁৰ জীৱনসংগী মণিকা ৰাইটে অবৈধ সম্পৰ্কৰ অভিযোগ উত্থাপন কৰিছে।

মনিকাৰ দাবী অনুসৰি, আন এজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ জৰ্জিয়া ৱলৰ সৈতে গাৰ্ডনাৰৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছে। উল্লেখযোগ্য যে, এছ গাৰ্ডনাৰ আৰু মনিকা ৰাইটে ২০২৫ চনত বিৱাহপাশত আবদ্ধ হৈছিল। কিন্তু বিগত কিছু সময় ধৰি দুয়ো পৃথকে বাস কৰি আহিছে।

ছ’চিয়েল মিডিয়াত গাৰ্ডনাৰৰ বিৰুদ্ধে মণিকাৰ অভিযোগ

ডেইলী মেইলৰ এক প্ৰতিবেদন অনুসৰি, এছ গাৰ্ডনাৰে এদিন হঠাতে নিজৰ বিৱাহৰ আঙঠিটো থৈ গৃহ এৰি ওলাই যায়। ইয়াৰ পিছতে মনিকা ৰাইটে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত জৰ্জিয়া ৱ’লৰ এখন ফটো শ্বেয়াৰ কৰে। ফটোৰ কেপচনত মণিকাই লিখে— ‘এইগৰাকীয়েই সেইগৰাকী, যাৰ বাবে মোৰ জীৱনসংগীয়ে মোক প্ৰতাৰণা কৰিলে।’ মণিকাই উক্ত পোষ্টৰ জৰিয়তে গাৰ্ডনাৰ আৰু জৰ্জিয়া ৱলৰ মাজৰ সম্পৰ্কৰ ইংগিত দিয়ে।

একেলগে খেলিছিল বিগত T20 বিশ্বকাপত

এছ গাৰ্ডনাৰ আৰু জৰ্জিয়া ৱ’লে শেহতীয়াকৈ ইংলেণ্ডত অনুষ্ঠিত হোৱা মহিলা T20 বিশ্বকাপত অষ্ট্ৰেলিয়াৰ দলৰ সদস্য আছিল। অষ্ট্ৰেলিয়াই চেম্পিয়নৰ খিতাপ দখল কৰাৰ মাত্ৰ এসপ্তাহ পিছতেই এই অভিযোগ ৰাজহুৱা হোৱাত অষ্ট্ৰেলিয়ান ক্ৰিকেটত ব্যাপক চৰ্চা আৰম্ভ হৈছে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত এছ গাৰ্ডনাৰ বা ক্ৰিকেট অষ্ট্ৰেলিয়াই এতিয়ালৈকে কোনো আনুষ্ঠানিক বক্তব্য প্ৰকাশ কৰা নাই। সেয়েহে অভিযোগসমূহৰ সত্যতা সম্পৰ্কে এই মুহূৰ্তত নিশ্চিতভাৱে একো ক’ব নোৱাৰি

গাৰ্ডনাৰ-ৱ’লৰ ক্ৰিকেট কেৰিয়াৰ

এছ গাৰ্ডনাৰ অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়িকা আৰু দলটোৰ অন্যতম অভিজ্ঞ অলৰাউণ্ডাৰ। তেওঁ এতিয়ালৈকে অষ্ট্ৰেলিয়াৰ হৈ ২০৭ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। এই সময়ছোৱাত ৩,৫০০ৰো অধিক ৰান সংগ্ৰহ কৰাৰ লগতে ২৩৯টা উইকেট দখল কৰি দলৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।

আনহাতে জৰ্জিয়া ৱ’ল হৈছে এগৰাকী টপ অৰ্ডাৰ বিস্ফোৰক বেটাৰ। জৰ্জিয়া ৱ’লে এই পৰ্যন্ত অষ্ট্ৰেলিয়াৰ হৈ ১৯খন T20ত অংশগ্ৰহণ কৰি এটা শতক আৰু ৩টা অৰ্ধশতকসহ ৬০৪ ৰান সংগ্ৰহ কৰাৰ লগতে ১৩খন ODIত দুটাকৈ শতক আৰু অৰ্ধশতকসহ ৫৪৯ সংগ্ৰহ কৰিছে।

উল্লেখ্য, এই অভিযোগসমূহ এতিয়ালৈকে কেৱল মণিকা ৰাইটৰ ফালৰ পৰা উত্থাপিত হৈছে। এছ গাৰ্ডনাৰ বা জৰ্জিয়া ৱলে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Australia Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক
অসম

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

September 18, 2026
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!
বিনোদন

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

September 18, 2026
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী
জীৱনশৈলী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

September 17, 2026
Next Post
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.