• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

2 months ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

10 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

10 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

11 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

11 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

12 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

12 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

13 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

13 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

15 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

16 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

17 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

হালাণ্ডৰ আকাশলংঘী জনপ্ৰিয়তা আৰু পেৰুত অভিনৱ ঘটনা

editor by editor
July 14, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন
0
SHARES
307
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিফা বিশ্বকাপ ২০২৬ৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ হাতত ২-১ গ’লত পৰাস্ত হৈ নৰৱেই বিদায় ললেও জনপ্ৰিয়তা কমাৰ পৰিৱৰ্তে দুগুণে বাঢ়িছে দলটোৰ তাৰকা ষ্ট্ৰাইকাৰ এৰ্লিন হালাণ্ডৰ। টুৰ্নামেণ্টখনত ৭টা গল কৰি এসময়ত গোল্ডেন বুটৰ দৌৰতো মেছি আৰু এমবাপেৰ সৈতে আছিল হালাণ্ড। নিজৰ সহজ-সৰল ব্যক্তিক্ৰমী স্বভাৱৰ বাবে সমগ্ৰ বিশ্বজুৰি বিপুল জনপ্ৰিয়তা লাভ কৰা হালাণ্ডৰ দল নৰৱেয়ো এইবাৰ প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছিল। নৰৱেৰ এই সফলতাৰ একমাত্ৰ কৰ্তৃত্বও অনুৰাগীয়ে হালাণ্ডকেই দিছে।

হালাণ্ডৰ আকাশলংঘী জনপ্ৰিয়তা আৰু পেৰুত অভিনৱ ঘটনা

হালাণ্ডৰ এই জনপ্ৰিয়তাৰ প্ৰভাৱ কেৱল যে ইউৰোপতেই আছে এনে নহয়। নৰৱেৰ পৰা হাজাৰ হাজাৰ দূৰত্বত অৱস্থিত দক্ষিণ আমেৰিকাৰ এখন দেশ পেৰুতো স্পষ্টভাৱে হালাণ্ডৰ জনপ্ৰিয়তা দেখা গৈছে। পেৰুৰ ৰাষ্ট্ৰীয় নিবন্ধন সংস্থা Reniec-ৰ তথ্য অনুসৰি, দেশখনত নতুনকৈ জন্ম হোৱা মুঠ ৫৫৯টা শিশুৰ নাম এৰ্লিং হালাণ্ডৰ পৰা অনুপ্ৰাণিত কৰি অভিভাৱকে ৰাখিছে। ইয়াৰে ৪৬৮টা শিশুৰ নাম “হালাণ্ড” হিচাপে নিবন্ধিত হৈছে, আনহাতে ৯১টা শিশুৰ নাম “এৰ্লিং হালাণ্ড” হিচাপে পঞ্জীয়ন কৰা হৈছে বুলি দেশখনৰ ৰাষ্ট্ৰীয় নিবন্ধন সংস্থা Reniec-এ সদৰী কৰিছে। Reniec-এ জনোৱা মতে, ফিফা বিশ্বকাপ ২০২৬ আৰম্ভ হোৱাৰ প্ৰথম সপ্তাহৰ ভিতৰতে এই নামসমূহ পঞ্জীয়ন কৰাৰ অধিকাংশ আবেদন জমা পৰিছিল।

বিশ্বকাপত উজ্জীৱিত হালাণ্ডৰ প্ৰদৰ্শন

এৰ্লিং হালাণ্ডে বিশ্বকাপত মুঠ ৭টা গ’ল কৰি গোল্ডেন বুটৰ দৌৰতো অন্যতম দাবীদাৰ আছিল। যদিও কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ ফলত নৰৱেৰ বিশ্বকাপ অভিযানৰ ইতি পৰে, তথাপিও তেওঁৰ প্ৰদৰ্শন আৰু জনপ্ৰিয়তাই বিশ্বজুৰি অগণন অনুৰাগীক অনুপ্ৰাণিত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24haaland
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ
বিশ্ব

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

August 28, 2026
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?
বিশ্ব

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

August 28, 2026
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!
বিশ্ব

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

August 28, 2026
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

August 28, 2026
Next Post
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.