• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

2 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

47 minutes ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

2 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

3 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

3 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

4 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

4 hours ago
বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

6 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

7 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

7 hours ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

8 hours ago
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

8 hours ago
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰৰ ষ্টেমিনা কিয় কমে?

কি খালে,  কি অভ্যাস সলনি কৰিলে পাব সমাধান?

editor by editor
July 15, 2026
in খাদ্য, জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
শৰীৰৰ ষ্টেমিনা কিয় কমে?
0
SHARES
289
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ ৫০০ মিটাৰ খোজ কঢ়া বা কেইটামান চিৰি উঠাৰ পিছতেই যদি ভাগৰুৱা অনুভৱ হয়, তেন্তে বিষয়টোক সাধাৰণ দুৰ্বলতা বুলি উপেক্ষা কৰা উচিত নহয়। বহু ক্ষেত্ৰত শৰীৰৰ ষ্টেমিনা কমি যোৱাই ইয়াৰ অন্যতম কাৰণ হ’ব পাৰে। পুষ্টিকৰ খাদ্যৰ অভাৱ, পৰ্যাপ্ত টোপনি নোহোৱা, নিয়মীয়া ব্যায়াম নকৰা, মানসিক চাপ, পানীৰ অভাৱ অথবা কিছুমান গুৰুতৰ ৰোগো ইয়াৰ কাৰণ হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে, সময়মতে কাৰণ চিনাক্ত কৰি জীৱনশৈলীত কিছু পৰিৱর্তন আনিলে অধিকাংশ ক্ষেত্ৰতে ষ্টেমিনা পুনৰ বৃদ্ধি কৰা সম্ভৱ।

ষ্টেমিনা কি?

ষ্টেমিনা হৈছে শৰীৰে দীঘলীয়া সময় ধৰি কোনো শাৰীৰিক কাম ক্লান্ত নোহোৱাকৈ কৰি যাব পৰা ক্ষমতা। যেনে—দীঘলীয়া সময় খোজ কঢ়া, দৌৰা, চাইকেল চলোৱা বা ব্যায়াম কৰা। ইয়াৰ বিপৰীতে শক্তি মানে হৈছে একেলগে কিমান ওজন উঠাব পাৰে বা কিমান জোৰ প্ৰয়োগ কৰিব পাৰে।

অলপতে ভাগৰি পৰাৰ সম্ভাৱ্য কাৰণ

বিশেষজ্ঞসকলৰ মতে, ষ্টেমিনা কমি যোৱাৰ আঁৰত কেইবাটাও কাৰণ থাকিব পাৰে— শাৰীৰিক ফিটনেছৰ অভাৱ, এনিমিয়াত ভোগা, আয়ৰন, ভিটামিন B12, ভিটামিন D বা প্ৰটিনৰ অভাৱ, পৰ্যাপ্ত টোপনি নোহোৱা, মানসিক চাপ বা উদ্বেগ, শৰীৰত পানীৰ অভাৱ, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, থাইৰয়েডৰ সমস্যা, হৃদযন্ত্ৰ বা হাওঁফাওঁৰ ৰোগ, ডায়েবেটিছ, উচ্চ বা নিম্ন ৰক্তচাপ, স্থূলতা

ষ্টেমিনা কেনেকৈ মূল্যায়ন কৰা হয়?

চিকিৎসক বা ফিটনেছ বিশেষজ্ঞই বিভিন্ন পদ্ধতিৰে এজন ব্যক্তিৰ ষ্টেমিনা মূল্যায়ন কৰিব পাৰে। ৱাক বা ৰানিং টেষ্ট – নিৰ্দিষ্ট সময়ত কিমান দূৰ খোজ কঢ়িব বা দৌৰিব পাৰে। হাৰ্ট ৰেট আৰু ৰিকভাৰী – ব্যায়ামৰ পিছত হৃদস্পন্দন কিমান সোনকালে স্বাভাৱিক হয়। VO₂ Max Test – শৰীৰে অক্সিজেন কিমান দক্ষতাৰে ব্যৱহাৰ কৰে। মাচল এণ্ডিউৰেন্স টেষ্ট – কিমানবাৰ পুশ্ব-আপ, স্কোৱাট বা প্লেংক কৰিব পাৰে। দৈনন্দিন কাম কৰাৰ ক্ষমতা – চিৰি উঠা, দীঘলীয়া সময় কাম কৰা বা দ্ৰুত খোজ কঢ়াৰ সময় কিমান সোনকালে ক্লান্ত হয়।

ষ্টেমিনা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

শৰীৰৰ সহনশক্তি কেইবাটাও বিষয়ৰ ওপৰত নিৰ্ভৰশীল— হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ সুস্থতা, মাংসপেশীৰ শক্তি, সুষম আৰু পুষ্টিকৰ খাদ্য, নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত টোপনি
মানসিক সুস্থতা, বয়স আৰু সামগ্ৰিক স্বাস্থ্য

ষ্টেমিনা বৃদ্ধি কৰিবলৈ কি কৰিব?

বিশেষজ্ঞসকলৰ মতে, দৈনন্দিন জীৱনত কিছুমান সুস্থ অভ্যাস গঢ়ি তুলিলে ষ্টেমিনা যথেষ্ট বৃদ্ধি কৰিব পাৰি। প্ৰতিদিনে নিয়মীয়াকৈ খোজ কঢ়া বা ব্যায়াম কৰা, সপ্তাহত কেইবাদিনো শক্তিবৰ্ধক ব্যায়াম কৰা, পৰ্যাপ্ত পৰিমাণে পানী খোৱা, সুষম খাদ্য গ্ৰহণ কৰা যেনে প্ৰটিন, শাক-পাচলি, ফল-মূল আৰু সম্পূৰ্ণ শস্য খাদ্যত অন্তৰ্ভুক্ত কৰা, প্ৰতিদিনে ৭–৮ ঘণ্টা টোপনি যোৱা, মানসিক চাপ নিয়ন্ত্ৰণত ৰখা

কেতিয়া চিকিৎসকৰ পৰামৰ্শ ল’ব?

এই লক্ষণসমূহ দেখা দিলে ইয়াক সাধাৰণ ক্লান্তি বুলি ধৰি লোৱা উচিত নহয়— অলপ কামতেই অত্যাধিক ক্লান্তি, বহুদিন ধৰি দুৰ্বলতা অব্যাহত থকা, জিৰণি লোৱাৰ পিছতো দেহলৈ শক্তি নহা, বুকুত চাপ অনুভৱ কৰা, বাৰে বাৰে মূৰ ঘূৰা, হৃদস্পন্দন অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা, হঠাতে ওজন কমি যোৱা, ভোক কমি যোৱা, জ্বৰ আৰু শৰীৰৰ বিষৰ সৈতে ক্লান্তি, দৈনন্দিন কাম-কাজ কৰাত অসুবিধা হোৱা, ৪০ বছৰৰ পিছতো স্টেমিনা বৃদ্ধি সম্ভৱ।

বিশেষজ্ঞসকলৰ মতে, ৪০ বছৰৰ পিছতো নিয়মীয়া খোজ কঢ়া, যোগব্যায়াম, শক্তিবৰ্ধক ব্যায়াম, সুষম খাদ্য আৰু পৰ্যাপ্ত টোপনিৰ জৰিয়তে ষ্টেমিনা বৃদ্ধি কৰিব পাৰি। ইয়াৰ উপৰিও নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিলেও শৰীৰ সুস্থ আৰু সক্ৰিয় ৰখাত সহায় হয়।
মনত ৰাখিবলগীয়া কথাটো হৈছে যদি সঘনাই ভাগৰুৱা অনুভৱ হয়, তেন্তে ইয়াক অৱহেলা নকৰি সঠিক কাৰণ নিৰ্ণয় কৰি চিকিৎসকৰ পৰামৰ্শ লোৱাই উত্তম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ
ৰাজনীতি

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

July 15, 2026
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা
জীৱনশৈলী

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

July 15, 2026
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

July 15, 2026
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?
জীৱনশৈলী

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

July 15, 2026
Next Post
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.