• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

3 months ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

2 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

2 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

2 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

3 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

3 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

4 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

4 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

5 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

6 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

7 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

7 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

শাওন ভগৱান শিৱৰ ভক্তি আৰু উপাসনাৰ মাহ

editor by editor
July 15, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাওন মাহ ভগৱান শিৱৰ ভক্তি আৰু উপাসনাৰ বাবে অতি শুভ বুলি ধৰা হয়। এই সময়ছোৱাত শিৱলিংগত জলাভিষেক কৰাৰ লগতে শিৱৰ প্ৰিয় গছ-গছনি যেনে বেলপাত, শমী, মদাৰ আৰু তুলসীৰ পূজা কৰিলে বিশেষ ফল লাভ হয় বুলি ধৰ্মীয় বিশ্বাস আছে। বিশ্বাস অনুসৰি, ইয়াৰ ফলত মহাদেৱ সন্তুষ্ট হয়, মনৰ আশা-পূৰণ হয় আৰু ঘৰত সুখ-শান্তি, সমৃদ্ধি বিৰাজ কৰে। শাওন মাহে নেতিবাচক শক্তি দূৰ কৰি ইতিবাচক শক্তিৰ সঞ্চাৰ ঘটায়। সনাতন ধৰ্মত শাওন মাহৰ বিশেষ গুৰুত্ব আছে। এই মাহটো সম্পূৰ্ণৰূপে ভগৱান শিৱৰ ভক্তি আৰু উপাসনাৰ বাবে উৎসৰ্গিত। শাওন মাহত শিৱৰ পূজা-অৰ্চনা কৰিলে বিশেষ পুণ্য লাভ হয় বুলি কোৱা হয়। বিশেষকৈ এই মাহত শিৱলিংগত জলাভিষেক কৰাটো অতি মংগলজনক। বিশ্বাস অনুসৰি, এই সময়ত জলাভিষেক কৰিলে ভগৱান শিৱ অতি সোনকালে সন্তুষ্ট হয় আৰু ভক্তৰ মনোকামনা পূৰণ কৰে। সেইবাবেই শাওন মাহত দেশজুৰি শিৱ মন্দিৰসমূহত ভক্তৰ ব্যাপক সমাগম দেখা যায়। শাওন মাহত মহাদেৱৰ পূজাৰ লগতে তেওঁৰ প্ৰিয় গছ-গছনিবোৰৰ পূজা কৰিলেও শুভ ফল লাভ হয় বুলি বিশ্বাস কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, এই সময়ত কিছুমান বিশেষ গছৰ পূজা কৰিলে জীৱনৰ বহু সমস্যা দূৰ হয় আৰু ঘৰত সুখ-সমৃদ্ধি আৰু শান্তি বিৰাজ কৰে।

আহক, জানো শাওন মাহত কোনবোৰ গছৰ পূজা বিশেষভাৱে ফলদায়ক বুলি ধৰা হয়।

বেলপাত:

সনাতন ধৰ্মত বেলপাতৰ বিশেষ ধৰ্মীয় গুৰুত্ব আছে। ভগৱান শিৱক বেলপাত অৰ্পণ কৰা হয়। বিশ্বাস অনুসৰি, শাওন মাহত শিৱৰ পূজা কৰাৰ পিছত বেল গছৰ পূজা কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হয়। লগতে বেল গছৰ পূজা কৰিলে একেলগে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ—এই তিনিওজন দেৱতাৰ আৰাধনাৰ ফল লাভ হয় বুলি বিশ্বাস কৰা হয়।

শমী:

শাওন মাহত শমী গছৰ পূজা কৰিলে ভগৱান শিৱৰ কৃপা লাভ হয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও ঘৰৰ বাস্তুদোষ দূৰ হোৱাতো সহায় কৰে বুলি কোৱা হয়। ঘৰৰ মূল দুৱাৰৰ বাঁওফালে শমী গছ ৰোপণ কৰি নিয়মিত পূজা কৰিলে শিৱৰ আশীৰ্বাদৰ লগতে শনিদেৱৰ সাড়ে সাতী আৰু ঢৈয়াৰ প্ৰভাৱ হ্ৰাস পায় বুলি ধৰ্মীয় বিশ্বাস আছে।

আক :

শাওন মাহত ঘৰৰ ওচৰত থকা আক বা মদাৰ গছৰ পূজা কৰিলে জীৱনত শুভ ফল বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। এই গছত মহাদেৱৰ বাস আছে বুলি ধৰ্মীয় ধাৰণা আছে। শাওন মাহত আক গছৰ পূজা কৰিলে ঘৰত সুখ-সমৃদ্ধি অটুট থাকে বুলি কোৱা হয়।

তুলসী:

সনাতন ধৰ্মত তুলসী অতি পৱিত্ৰ আৰু পূজনীয় গছ। তুলসীক মা লক্ষ্মীৰ প্ৰতীক বুলি ধৰা হয়। শাওণ মাহত তুলসীৰ পূজা কৰিলে মা লক্ষ্মী সন্তুষ্ট হয় আৰু ঘৰত স্থায়ীভাৱে বাস কৰে বুলি ধৰ্মীয় বিশ্বাস আছে।

(Disclaimer): এই লেখাত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। ASOM LIVE24-এ এই দাবীসমূহৰ সত্যতা নিশ্চিত নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Hindu Pujas
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?
বিনোদন

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

October 8, 2026
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?
অসম

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

October 8, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?
অসম

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

October 8, 2026
Next Post
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.