• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

4 months ago
International Men’s Day 2026: মুখত হাঁহি, বুকুত হাজাৰ চিন্তা! পুৰুষৰ নেদেখা সংগ্ৰামক লৈ আজি বিশেষ চৰ্চা

International Men’s Day 2026: মুখত হাঁহি, বুকুত হাজাৰ চিন্তা! পুৰুষৰ নেদেখা সংগ্ৰামক লৈ আজি বিশেষ চৰ্চা

18 minutes ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

বৃহস্পতিবাৰে এই ৫টা কাম কৰিলে সৌভাগ্য বৃদ্ধি পাব!

45 minutes ago
আজিৰ ভাগ্যৱান ৩ ৰাশি, ধন-সম্পত্তি, কৰ্মক্ষেত্ৰৰে হ’ব ভাগ্য উজ্জ্বল!

আজিৰ ভাগ্যৱান ৩ ৰাশি, ধন-সম্পত্তি, কৰ্মক্ষেত্ৰৰে হ’ব ভাগ্য উজ্জ্বল!

1 hour ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

বিপদে সংগ নেৰিব ৩ ৰাশিৰ, কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

2 hours ago
সাৱধান! ভয়ংকৰ ঘূৰ্ণীবতাহে সলনি কৰিছে গতিপথ

সাৱধান! ভয়ংকৰ ঘূৰ্ণীবতাহে সলনি কৰিছে গতিপথ

10 hours ago
জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই বিকৃত ৰূপত পৰিৱেশন ‘মায়াবিনী’

জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই বিকৃত ৰূপত পৰিৱেশন ‘মায়াবিনী’

10 hours ago
ৰাশিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ!

ৰাশিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ!

11 hours ago
ট্ৰিপল মাৰ্ডাৰক লৈ উত্তপ্ত দুলীয়াজান, অভিযুক্ত ৰাজুৰ পৰিয়ালক ৰাজহুৱাস্থানত অপদস্থ

ট্ৰিপল মাৰ্ডাৰক লৈ উত্তপ্ত দুলীয়াজান, অভিযুক্ত ৰাজুৰ পৰিয়ালক ৰাজহুৱাস্থানত অপদস্থ

11 hours ago
সাৱধান! হেলমেট-ছিটবেল্ট নলগালে হ’ব বিপদ, থাকিব লাগিব আৰক্ষীৰ জিম্মাত

সাৱধান! হেলমেট-ছিটবেল্ট নলগালে হ’ব বিপদ, থাকিব লাগিব আৰক্ষীৰ জিম্মাত

11 hours ago
দেহৰ এই স্থানত যদি আছে তিল, আপোনাৰ প্ৰতি প্ৰসন্ন হ’ব ভাগ্য!

দেহৰ এই স্থানত যদি আছে তিল, আপোনাৰ প্ৰতি প্ৰসন্ন হ’ব ভাগ্য!

12 hours ago
পৰনিৰ্ভৰশীল অৰ্থনীতিৰ পৰা আত্মনিৰ্ভৰ অৰ্থনীতিলৈঃ নৃপেন দাস

পৰনিৰ্ভৰশীল অৰ্থনীতিৰ পৰা আত্মনিৰ্ভৰ অৰ্থনীতিলৈঃ নৃপেন দাস

13 hours ago
দুবছৰ ধৰি গা ধোৱা নাই বলীউডৰ এইজন অভিনেতাই!

দুবছৰ ধৰি গা ধোৱা নাই বলীউডৰ এইজন অভিনেতাই!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

High court এ সোণম ৱাংচুকৰ নিয়মীয়া পৰীক্ষা কৰিবলৈ চিকিৎসকক নিৰ্দেশ দিছে।

editor by editor
July 16, 2026
in বিবিধ, ভাৰত, লেখা
0
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যন্তৰ মন্তৰত বৰ্তমানেও অনশন কৰি আছে সোণম ৱাংচুক। তেওঁৰ স্বাস্থ্যক লৈও চিন্তিত হৈ পৰিছে দিল্লী উচ্চ ন্যায়ালয়। ইফালে দিল্লী উচ্চ ন্যায়ালয়ে সোণম ৱাংচুকৰ স্বাস্থ্য সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰে সোণম ৱাংচুকক নিয়মীয়াকৈ পৰীক্ষা কৰিবলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ দিছে। পিআইএলৰ শুনানিৰ লগে লগে উচ্চ ন্যায়ালয়ে চৰকাৰী চিকিৎসকসকলক সোণম ৱাংচুকৰ নিয়মীয়া পৰীক্ষা কৰি প্ৰয়োজন হ’লে তাৎক্ষণিক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

যোৱা মাহৰ ২৮ জুনৰ পৰা অনশন কৰি আছে সোণম ৱাংচুকে। চলি থকা অনশনৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ৰ নেতৃত্বত বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছিল যে “প্ৰতিজন নাগৰিকৰ জীৱন বহুমূলীয়া।” চৰকাৰে তেওঁলোকক সুৰক্ষা দিয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা উচিত।

কেন্দ্ৰীয় চৰকাৰৰ হৈ হাজিৰ হয় অধিবক্তা তুষাৰ মেহতা। তেওঁ আদালতক আশ্বাস দিয়ে যে সোণম ৱাংচুকৰ দৈনিক চিকিৎসা পৰীক্ষা চলি আছে আৰু তেওঁৰ স্বাস্থ্যৰ ওপৰত নিৰন্তৰ নজৰ ৰখা হৈছে। লগতে অধিবক্তাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰয়োজন সাপেক্ষে সোণম ৱাংচুকে তৎকালীনভাৱে পৰীক্ষা কৰাব।

অধিবক্তাৰ এই আশ্বাসত সন্তুষ্ট হ’ল উচ্চ ন্যায়ালয়। য’ত ৰায় দিয়া হৈছে যে সোণম ৱাংচুকৰ স্বাস্থ্য পৰীক্ষা একে ধৰণে চলি থাকিব লাগে। ইয়াৰ পিছতে আদালতে গোচৰটো বন্ধ কৰি দিয়ে।

আদালতৰ এই সিদ্ধান্তই নিশ্চিত কৰিছে যে চৰকাৰে সোণম ৱাংচুকৰ স্বাস্থ্যৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে। প্ৰয়োজন হ’লে তেওঁ তৎকালীনভাৱে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই সিদ্ধান্তই প্ৰমাণ কৰে যে নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ আছে যদিও জীৱন ৰক্ষা কৰাটোও সমানেই গুৰুত্বপূৰ্ণ।

বৰ্তমানেও তেওঁ অনশন ভাঙিবলৈ অস্বীকাৰ কৰিছে। তেওঁ স্পষ্টকৈ কৈছে, “মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী। যুঁজখনক ইয়াৰ যৌক্তিক পৰিণতিলৈ লৈ যাব লাগিব”।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24sonam wangchuk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

International Men’s Day 2026: মুখত হাঁহি, বুকুত হাজাৰ চিন্তা! পুৰুষৰ নেদেখা সংগ্ৰামক লৈ আজি বিশেষ চৰ্চা
জীৱনশৈলী

International Men’s Day 2026: মুখত হাঁহি, বুকুত হাজাৰ চিন্তা! পুৰুষৰ নেদেখা সংগ্ৰামক লৈ আজি বিশেষ চৰ্চা

November 19, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

বৃহস্পতিবাৰে এই ৫টা কাম কৰিলে সৌভাগ্য বৃদ্ধি পাব!

November 19, 2026
আজিৰ ভাগ্যৱান ৩ ৰাশি, ধন-সম্পত্তি, কৰ্মক্ষেত্ৰৰে হ’ব ভাগ্য উজ্জ্বল!
জীৱনশৈলী

আজিৰ ভাগ্যৱান ৩ ৰাশি, ধন-সম্পত্তি, কৰ্মক্ষেত্ৰৰে হ’ব ভাগ্য উজ্জ্বল!

November 19, 2026
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত
জীৱনশৈলী

বিপদে সংগ নেৰিব ৩ ৰাশিৰ, কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

November 19, 2026
Next Post
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.