• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

1 hour ago
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

17 minutes ago
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

57 minutes ago
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

2 hours ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

4 hours ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

4 hours ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

5 hours ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

6 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

6 hours ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

15 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

15 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

15 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

অনৈতিক কাৰ্যকলাপৰ সন্দেহ! 

editor by editor
July 18, 2026
in অপৰাধ, ভাৰত, লেখা
0
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ
0
SHARES
178
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেইবাখনো হোটেলত অভিযান চলাই সন্দেহযুক্ত কাৰ্যকলাপ আৰু লজিং নিয়মৰ উলংঘা কৰাৰ বাবে ১৫জন লোকক আটক কৰিছে আৰক্ষীয়ে। অনৈতিক কাৰ্যকলাপৰ অভিযোগ আৰু শেহতীয়াকৈ বাংলাদেশী মহিলাৰ সৈতে জড়িত এক ভয়াৱহ কাণ্ডৰ পিছতে আৰক্ষীয়ে এই অভিযান চলায়। আৰক্ষীয়ে হোটেলসমূহৰ পঞ্জীয়ন বহী আৰু ফোন জব্দ কৰাৰ বিপৰীতে তালাচী চলোৱা এখন হোটেলৰ এটা কোঠাৰ পৰা পলায়ন কৰা এজন যুৱকে উ*লংগ হৈ পলায়ন কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ নাগৌৰ চহৰত।

১২খনকৈ হোটেলত আৰক্ষীৰ অভিযান

অনৈতিক কার্যকলাপ আৰু লজিং নিয়ম উলংঘাকে ধৰি বিভিন্ন অবৈধ কার্যকলাপৰ অভিযোগত ৰাজস্থানৰ নগৌৰ চহৰৰ ১২খনকৈ হোটেল আৰু অতিথিশালাত আৰক্ষীয়ে একেলগে অভিযান চলাই ১৫জনকৈ লোকক আটক কৰে। সংশ্লিষ্ট হোটেলখনত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে এজন লোকে হোটেলৰ কোঠাৰ পৰা উ*লংগ হৈ পলায়ন কৰে। ৰাজস্থানৰ কুচামান চহৰৰ এখন হোটেলত তিনিগৰাকী বাংলাদেশী মহিলা আৰু বিহাৰৰ এগৰাকী মহিলাক উদ্ধাৰ হোৱাৰ এদিন পিছতে সংঘটিত হয় এই ঘটনা।

আৰক্ষী, ডিএছটি আৰু কিউআৰটি ইউনিটৰ দলে বিকানেৰ ৰোড, বাছ ষ্টেণ্ড ৰোড, দিল্লী দৰৱাজা আৰু চহৰৰ অন্যান্য অঞ্চলৰ স্থানসমূহক লক্ষ্য কৰি লৈছিল। তিনিৰ পৰা চাৰি ঘণ্টা ধৰি চলা এই অভিযানত বিষয়াসকলে কোঠাসমূহত তালাচী চলায়, ৰেকৰ্ড পৰীক্ষা কৰে আৰু হোটেলসমূহত থকা অতিথিসকলৰ পৰিচয় পৰীক্ষা কৰে। আৰক্ষীয়ে অধিক তদন্তৰ বাবে মোবাইল ফোন, প্ৰৱেশ পঞ্জীয়ন পত্ৰ আৰু চিনাক্তকৰণ নথি-পত্ৰ জব্দ কৰে। প্ৰাথমিক তথ্য অনুসৰি কিছুমান প্ৰতিষ্ঠানে বাহিৰৰ পৰা অনা গ্ৰাহক আৰু মহিলাৰ মাজত যোগাযোগৰ সুবিধা প্ৰদান কৰা বুলি অভিযোগ উঠিছে।

নাগৌৰৰ নগৰ আৰক্ষী বিষয়া যতীন জৈনে কয় যে হোটেল আৰু অতিথিশালাসমূহত অনৈতিক কাৰ্যকলাপ আৰু অবৈধভাৱে থকাৰ ব্যৱস্থাৰ সন্দৰ্ভত কৰ্তৃপক্ষই দীৰ্ঘদিনীয়া অভিযোগ লাভ কৰিছে। তেওঁ জোৰ দি কয় যে এই অভিযানসমূহ এই সমস্যাসমূহৰ সমাধানৰ প্ৰচেষ্টাৰ অংশ। শেহতীয়াকৈ কুচামান কাণ্ডৰই বিশেষভাৱে চৰ্চা লাভ কৰিছিল, য’ত সীমান্ত অঞ্চলৰ মাজেৰে বাংলাদেশী মহিলাই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিব পাৰে বুলি সন্দেহৰ সৃষ্টি হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24prostitution
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি
বিনোদন

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

July 18, 2026
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!
প্ৰযুক্তি

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

July 18, 2026
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি
অপৰাধ

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

July 18, 2026
শনিবাৰে নকৰিব এইবোৰ কাম
জীৱনশৈলী

শনিবাৰে নকৰিব এইবোৰ কাম

July 18, 2026
Next Post
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ'ব পাৰে প্লাষ্টিকৰ নোট!

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.