• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

1 day ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

3 hours ago
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

4 hours ago
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

5 hours ago
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

5 hours ago
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

6 hours ago
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

7 hours ago
৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

7 hours ago
আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

8 hours ago
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

9 hours ago
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

10 hours ago
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

11 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

কাইলৈ কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ'ব ভাগ্য

editor by editor
July 19, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
0
SHARES
367
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেষ ৰাশি: কাইলৈ ধন-সম্পত্তি বৃদ্ধিৰ যোগ আছে। নিবনুৱাসকলে বন্ধুৰ সহায়ত কৰ্মসংস্থাপনৰ সুযোগ পাব পাৰে। প্ৰেম জীৱনৰ বাবে কাইলৈৰ দিনটো শুভ। সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। ভ্ৰমণৰো যোগ দেখা যায়। ৰাজনীতিৰ সৈতে জড়িতসকলে সাৱধান হোৱা উচিত, কাৰণ বিৰোধীয়ে ষড়যন্ত্ৰ ৰচিব পাৰে।

বৃষ ৰাশি: কাইলৈৰ দিনটো আপোনাৰ বাবে অনুকূল হ’ব। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত সফলতা পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। খৰখেদাকৈ কাম কৰোঁতে আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধানে চলিব। সন্তানৰ বাবে বিশেষ উপহাৰ ক্ৰয় কৰিব পাৰিব। ভ্ৰমণৰ সময়ত কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে।

মিথুন ৰাশি: খৰচ নিয়ন্ত্ৰণ কৰাটো জৰুৰী। ব্যৱসায়ীসকলে কাইলৈ কোনো লাভজনক চুক্তি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কাইলৈৰ দিনটো কিছু দুৰ্বল। কোনো পুৰণি ৰোগে পুনৰ দেখা দিব পাৰে, ফলত মানসিক চিন্তা বৃদ্ধি পাব। পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। সামাজিক কামত আপোনাৰ আগ্ৰহ বাঢ়িব।

কৰ্কট ৰাশি: কাইলৈৰ দিনটো মধ্যমীয়া ফলদায়ক হ’ব। পৰিয়ালৰ কোনো পুৰণি সিদ্ধান্তক লৈ অনুসূচনা হ’ব পাৰে, গতিকে ঘৰুৱা বিষয়ত চকু দিয়ক। সন্তানৰ ফালৰ পৰা ভাল খবৰ পাব পাৰে। শত্ৰুক পৰাস্ত কৰিবলৈ বুদ্ধি আৰু বিবেক ব্যৱহাৰ কৰক। প্ৰেমৰ ক্ষেত্ৰত আপুনি সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ’ব।

সিংহ ৰাশি: ঘৰলৈ আলহী অহাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি ব্যস্ত হৈ পৰিব। কাইলৈ আপুনি মানসিক চাপত থাকিব পাৰে। কোনো কামত বিপদসংকুল সিদ্ধান্ত (Risk) নল’ব, নহ’লে পাছত সমস্যা হ’ব পাৰে। সন্তানৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। পিতৃয়ে দিয়া দায়িত্ব পালনত অৱহেলা নকৰিব।

কন্যা ৰাশি: কাইলৈৰ দিনটোৱে কিছু সমস্যা কঢ়িয়াই আনিব পাৰে। মনত নেতিবাচক চিন্তা ৰাখিব। কৰ্মক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষৰ পৰামৰ্শ মানি চলিব। পদোন্নতিৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে। ঘৰৰ চাফ-চিকুণতা আৰু মেৰামতিৰ ওপৰত গুৰুত্ব দিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ বাধা আঁতৰিব।

তুলা ৰাশি: কাইলৈৰ দিনটো উন্নতিৰ পথত আগবাঢ়ি যোৱাৰ দিন। কোনো সামাজিক অনুষ্ঠানত অংশ লোৱাৰ সুযোগ পাব। পুৰণি বন্ধুৰ সৈতে দেখা হ’ব পাৰে। জীৱনসংগীয়ে নতুন চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি হাতত লোৱা যিকোনো কামতে সফলতা লাভ কৰিব। অৱশ্যে সহকৰ্মীৰ কথাই মনত দুখ দিব পাৰে।

বৃশ্চিক ৰাশি: কাইলৈৰ দিনটোৱে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। ঘৰুৱা বিবাদৰ বাবে কিছু চিন্তা হ’ব পাৰে। ভাল খোৱা-বোৱাৰ আনন্দ ল’ব যদিও পেটৰ সমস্যাই আমনি কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক বোজা হ্ৰাস পাব। সন্তানৰ চাকৰিৰ সংক্ৰান্তত আপুনি বাহিৰলৈ যাবলগীয়া হ’ব পাৰে।

ধনু ৰাশি: মনত এক প্ৰকাৰৰ অস্থিৰতা বিৰাজ কৰিব পাৰে। স্বাস্থ্যৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব। ব্যৱসায়িক চুক্তিক লৈ চিন্তিত হ’ব পাৰে। মাতৃক কথা দিয়া মতে দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰক। ধনৰ লেনদেনৰ ক্ষেত্ৰত অচিনাকি মানুহক বিশ্বাস নকৰিব আৰু বিনিয়োগৰ পৰা বিৰত থাকক। বেংকিং খণ্ডৰ লোকসকলে নতুন চাকৰিৰ অফাৰ পাব পাৰে।

মকৰ ৰাশি: কাইলৈ খৰচ বৃদ্ধি পাব পাৰে। অপ্ৰয়োজনীয় খৰচৰ বাবে জমা ধন হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। সম্পত্তিৰ বাবে ভাতৃ-ভগ্নীৰ সৈতে বিবাদ হ’ব পাৰে, যাৰ বাবে আদালতৰ কাষ চাপিবলগীয়া হ’ব পাৰে। কাম পিছুৱাই থোৱাৰ স্বভাৱে পাছত বিপদত পেলাব পাৰে। অচিনাকি ব্যক্তিক অন্ধভাৱে বিশ্বাস নকৰিব।

কুম্ভ ৰাশি: কাইলৈৰ দিনটো মধ্যমীয়া হ’ব। দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। জীৱনসংগীৰ আৱেগক সন্মান কৰক আৰু কথা কওঁতে সাৱধান হওক। শৰীৰত অধিক শক্তি অনুভৱ কৰিব আৰু কামবোৰ সহজে সম্পূৰ্ণ হ’ব। কিন্তু আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰি সমস্যাত নপৰিব। ৰাজনীতিৰ সৈতে জড়িত লোকসকল সাৱধান হোৱা উচিত।

মীন ৰাশি: ক’ৰ্ট-কাছাৰীৰ গোচৰৰ ক্ষেত্ৰত কাইলৈ দিনটো গুৰুত্বপূৰ্ণ। ব্যৱসায়ত কিছু উঠা-নমা থাকিব। পূৰ্বতে শ্বেয়াৰ মাৰ্কেটত কৰা বিনিয়োগৰ পৰা লাভ পাব। কোনো নতুন চুক্তি কৰাৰ আগতে নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰি ল’ব। নতুন বাহন কিনিবলৈ ঋণৰ বাবে আবেদন কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী
জীৱনশৈলী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

July 20, 2026
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?
জীৱনশৈলী

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

July 20, 2026
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!
জীৱনশৈলী

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

July 20, 2026
Next Post
ফিফা বিশ্বকাপৰ ফাইনেলৰ হিৰো ফেৰান ট’ৰাছে খেলিছিল গুৱাহাটীত

ফিফা বিশ্বকাপৰ ফাইনেলৰ হিৰো ফেৰান ট'ৰাছে খেলিছিল গুৱাহাটীত

ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যা আছে নেকি? এই ৰাশিৰ লোকৰ বাবে আহি আছে সু-খবৰ!

আজি বিপদ আহিব ৪ ৰাশিৰ জীৱনলৈ! জানক কোন কেইটা ৰাশিৰ উদয় হ'ব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.