• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

3 months ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

5 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

5 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

6 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

6 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

7 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

8 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

9 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

10 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

10 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

11 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

12 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

বন্যাৰ্তক উদ্দেশ্যি কি কলে আনন্দ মিশ্ৰই?

editor by editor
July 31, 2026
in অসম, চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা
0
SHARES
421
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ শেহতীয়া ভয়ংকৰ বানপানীয়ে ৰাজ্যখনৰ লাখ লাখ মানুহৰ জীৱন-জীৱিকা বিপৰ্যস্ত কৰি তুলিছে। বিস্তীৰ্ণ অঞ্চল জলমগ্ন হোৱাৰ ফলত বহু পৰিয়ালে বাসস্থান হেৰুৱোৱাৰ লগতে কৃষিভূমি, পশুধন আৰু দৈনন্দিন জীৱনৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছে। এই দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰ, বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ লগতে দেশৰ বহু বিশিষ্ট ব্যক্তিত্বই বানাক্ৰান্তসকলৰ সহায়ত আগবাঢ়ি আহিছে।

উদ্যোগী তথা সমাজসেৱী অনন্যা বিৰলাই অসমৰ বানপীড়িতসকলৰ সহায়ৰ বাবে কেৱল আৰ্থিক সাহায্য আগবঢ়োৱাই নহয়, তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে সমগ্ৰ দেশৰ ৰাইজকো বানাক্ৰান্তসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

কেৱল টেলিভিশ্যন বা ছচিয়েল মিডিয়াযোগে বানাক্ৰান্তৰ খবৰ লোৱাই নহয় অনন্যা বিৰলাই বানাক্ৰান্তসকলৰ দুখ আৰু দুৰ্দশা উপলব্ধি কৰিবলৈ শিৱসাগৰ, চৰাইদেউৰ বন্যাৰ্তসকলৰ কাষতো উপস্থিত হয়। তেওঁৰ মতে, দুৰ্যোগৰ সময়ত একত্ৰিত মানৱীয় প্ৰচেষ্টাইহে অসহায় লোকসকলক নতুনকৈ জীৱন আৰম্ভ কৰাৰ শক্তি দিব পাৰে।

আনহাতে, বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ানে অসমৰ বানপীড়িতসকলৰ বাবে ১ কোটি টকাৰ সাহায্য আগবঢ়াইছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ইতিমধ্যে অভিনেতাজনে এই ধন প্ৰেৰণ কৰিছে।

অভিনেতাজনৰ এই পদক্ষেপে মানৱীয় দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰে। তেওঁৰ এই সহায়ৰ খবৰে ৰাজ্যবাসীৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ অন্য বহু লোকো সাহায্যৰ বাবে উৎসাহিত কৰিছে।

ইফালে, বিহাৰৰ বিধায়ক তথা প্ৰাক্তন আইপিএছ বিষয়া আনন্দ মিশ্ৰয়ো অসমৰ দুৰ্যোগৰ সময়ত সহানুভূতিৰ হাত আগবঢ়াইছে। তেওঁ নিজৰ এমাহৰ দৰমহা অসমৰ বানাক্ৰান্ত ৰাইজৰ সাহায্যৰ বাবে প্ৰেৰণ কৰাৰ কথা সদৰী কৰে।

অসমৰ পৰিৱেশৰ লগত চিনাকি পূৰ্বৰ IPS বিষয়াজনে সামাজিক মাধ্যমযোগে ২ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। অসমৰ সৈতে তেওঁৰ আত্মিক সম্পৰ্কৰ কথা উল্লেখ কৰি আনন্দ মিশ্ৰই কয় যে, দুৰ্যোগৰ এই সময়ত অসমৰ জনসাধাৰণৰ কাষত থিয় দিয়াটো তেওঁৰ নৈতিক দায়িত্ব।

বানৰ দৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এনে মানৱীয় পদক্ষেপে কেৱল আৰ্থিক সহায়েই আগবঢ়োৱা নহয়, বিপদৰ সন্মুখীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক নতুন আশাও প্ৰদান কৰে। অনন্যা বিৰলা, কাৰ্তিক আৰিয়ান আৰু আনন্দ মিশ্ৰৰ দৰে ব্যক্তিত্বৰ এই সহায় আৰু ৰাইজলৈ জনোৱা আহ্বানে সমাজৰ আন বহু লোককো সহায়ৰ হাত আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ananya birlaasom live24assam floodbolywoodKartic Aryan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!
জীৱনশৈলী

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

October 21, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

October 21, 2026
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ
বিনোদন

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

October 21, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

October 21, 2026
Next Post
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে'ললৈ? জানক RBIৰ নিয়ম

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.