• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

1 day ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

27 minutes ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

1 hour ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

1 hour ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

3 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

4 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

5 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

6 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

14 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

14 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

15 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

15 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোনত সাপ দেখাৰ অৰ্থ বা আধ্যাত্মিক তাৎপৰ্য সন্দৰ্ভত মানুহৰ কৌতুহলৰ অন্ত নাই।

editor by editor
August 5, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক
0
SHARES
760
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰায়বোৰ সপোন দেখাৰ পিছত ম্লান হৈ যায়, কিন্তু সাপৰ সপোন বছৰ বছৰ ধৰি আমাৰ মনত থাকে। কাৰণ এই সপোনবোৰ অৱচেতন মনৰ গভীৰ ভয় বা লুকাই থকা অনুভূতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। জ্যোতিষৰ মতে জীৱনৰ অতি সংবেদনশীল সময়ত এনে সপোন বাৰে বাৰে পুনৰাবৃত্তি হয়। যেতিয়া আপুনি বহুত মানসিক চাপত থাকে তেতিয়া সপোনত সাপ দেখাটো বাঢ়ি যায়। কৰ্মক্ষেত্ৰত মানসিক চাপ, পৰিয়ালৰ অস্থিৰতা বা নিসংগতা আদি পৰিস্থিতিত মগজুৱে এই প্ৰতীকসমূহ ব্যৱহাৰ কৰে। আচলতে ই আপোনাৰ আভ্যন্তৰীণ অস্থিৰতাৰ প্ৰতিফলন মাথোঁ।

সাপ দেখিলে আতংকিত হোৱাৰ প্ৰয়োজন নাই, কিয়নো ইয়াৰ অৰ্থ সদায় নেতিবাচক নহয়। যদি কোনো সাপে আপোনাক খেদি ফুৰে বা সপোনত কামুৰিবলৈ আহে তেন্তে সেয়া বিশ্বাসঘাতকতাৰ ইংগিত বা গোপন শত্ৰুৰ ইংগিত হ’ব পাৰে। কিন্তু সাপটো যদি শান্ত হৈ থাকে তেন্তে সেয়া আপোনাৰ জীৱনৰ এক বৃহৎ পৰিৱৰ্তনৰ শুভ লক্ষণ। ভাৰতীয় আধ্যাত্মিক শাস্ত্ৰত সাপক কুণ্ডলিনী শক্তিৰ প্ৰতীক। সাধনা বা ধ্যান-ধাৰণাৰ পৰ্যায়ত থাকিলে বহুতে সাপৰ সপোন দেখে। হৃদয়ৰ আধ্যাত্মিক জাগৰণ বা নিজৰ ভিতৰত লুকাই থকা শক্তিৰ বিকাশৰ সময়ত এনে অলৌকিক সপোন স্বাভাৱিক।

সপোনত দেখা সাপৰ ৰঙে আপোনাৰ ভৱিষ্যতৰ বিভিন্ন বাৰ্তা কঢ়িয়াই লৈ ফুৰে। সাধাৰণতে ক’লা সাপে ভয়, লুকাই থকা চিন্তা বা মানসিক ক্লান্তিক প্ৰতিনিধিত্ব কৰে। আনহাতে বগা সাপ দেখাটো বৰ শুভ; ই আধ্যাত্মিক সুৰক্ষা, স্পষ্ট জ্ঞান আৰু মানসিক শান্তিৰ প্ৰতীক। যদি কোব্ৰা দেখা পায় তেন্তে বুজিব যে ইয়াৰ তাৎপৰ্য সাধাৰণ সাপতকৈ বহু বেছি। ই আপোনাৰ জীৱনত কৰ্তৃত্ব প্ৰতিষ্ঠা বা কোনো মহান কৰ্মৰ জাগৰণৰ ইংগিত দিয়ে। বহু ক্ষেত্ৰত ইয়াৰ দ্বাৰা কোনো ঐশ্বৰিক সুৰক্ষা বা আধ্যাত্মিক শক্তিৰ উপস্থিতিও বুজা যায়।

জ্যোতিষত সাপৰ পুনৰাবৃত্তিমূলক সপোন পিতৃ দোষ বা ৰাহুৰ কু-প্ৰভাৱৰ চিন হ’ব পাৰে। বিশেষকৈ যদি কোনো পুৰণি ঘৰ, ক’লা পানী বা মন্দিৰত সাপ দেখা যায়, তেন্তে ই কৰ্ম জটিলতাৰ ইংগিত দিয়ে। এনে ক্ষেত্ৰত অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম। সপোনত সাপ দেখা পালে ভয় নকৰিব আৰু শান্তভাৱে আপোনাৰ বৰ্তমানৰ পৰিস্থিতি বিশ্লেষণ কৰক। একেটা সপোন বাৰে বাৰে দেখা পালে আপোনাৰ ইষ্ট দেৱতা বা নাগ দেৱতাৰ প্ৰাণম মন্ত্ৰ আবৃত্তি কৰিব পাৰে। জ্যোতিষৰ মতে সপোনবোৰে সতৰ্ক কৰি দিয়ে যাতে সকলোৱে বাস্তৱ জীৱনত অধিক সচেতন পদক্ষেপ ল’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24astrology
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

August 6, 2026
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া
ভাৰত

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

August 6, 2026
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক
জীৱনশৈলী

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

August 6, 2026
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?
বিনোদন

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

August 6, 2026
Next Post
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল'লে ৭ বছৰ সৰু জীৱনসংগী

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.