• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

2 months ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

39 minutes ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

1 hour ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

2 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

10 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

11 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

11 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

12 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

13 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

13 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

14 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

15 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে লিংগ বৈষ্যমৰ অভিযোগ আদালতৰ

editor by editor
August 5, 2026
in নিয়োগ, বিবিধ, বিশ্ব, লেখা
0
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা
0
SHARES
268
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অধিকাংশ ব্যক্তিগত প্ৰতিষ্ঠানতেই Paternity leave দুদিন বা তিনিদিনহে দিয়া হয়। কিন্তু এজন কৰ্মচাৰীয়ে দীঘলীয়া paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানটোৱে বৰ্খাস্ত কৰাৰ পিছত আদালতৰ দ্বাৰস্থ হৈ বুজন পৰিমাণৰ ধন লাভ কৰাৰ ঘটনা পোহৰলৈ আহিছে। এই গোচৰটো বিশ্বৰ অন্যতম বৃহৎ বিনিয়োগ বেংক গোল্ডমেন চেক্সৰ সৈতে জড়িত। লণ্ডনৰ নিয়োগ ন্যায়াধিকৰণে ৰায় দিয়ে যে প্ৰতিষ্ঠানটোৱে প্ৰাক্তন কৰ্মচাৰী জনাথন ৰিভছক অন্যায়ভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে লিংগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱহাৰ কৰিছে। জনাথনে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ পিছতে দীঘলীয়া ছুটীৰ আবেদন কৰি বেংকটোত অনুপস্থিত আছিল।

প্ৰতিবেদন অনুসৰি, জনাথন ৰিভছে গোল্ডমেন চেক্সৰ লণ্ডনস্থিত কম্প্লাইয়েন্স বিভাগত জ্যেষ্ঠ ভাইচ প্ৰেছিডেণ্ট আৰু ডেপুটী হেড অব কণ্ট্ৰল ৰূমৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ প্ৰায় ১৫ বছৰ বেংকত সেৱা আগবঢ়াইছিল। ২০১১ চনৰ পৰা ২০১৯ চনৰ ভিতৰত তেওঁ কোম্পানীটোৰ সৰ্বোচ্চ প্ৰদৰ্শনকাৰী কৰ্মচাৰীৰ ভিতৰত ধাৰাবাহিকভাৱে স্থান লাভ কৰিছিল।

ক’ভিড-১৯ মহামাৰীৰ সময়তে আৰম্ভ হৈছিল এই বিবাদ। ২০১৯ চনত প্ৰথম সন্তানৰ জন্মৰ পিছত ৰিভছে মহামাৰীৰ সময়ত ৱৰ্ক ফ্ৰম হোমৰ সময়ত চাকৰিৰ দ্বায়িত্ব আৰু নৱজাতকৰ যত্ন লোৱাত ক্ৰমান্বয়ে অসুবিধা পাইছে। ৰিভছে আদালতত কয় যে-যেতিয়া তেওঁ নিজৰ অসুবিধাবোৰ বুজাই দিছিল, তেতিয়া তেওঁৰ উচ্চপদস্থ বিষয়াই বাৰে বাৰে দুৰ্ব্যৱহাৰ কৰিছিল।

এই বিষয়টোৰ শুনানিৰ সময়ত আদালতে স্বীকাৰ কৰে যে ৰিভছৰ মেনেজাৰে ক’ভিড-১৯ লকডাউনৰ সময়ত সৰু ল’ৰা-ছোৱালীৰ যত্ন লোৱা পিতৃ-মাতৃয়ে সন্মুখীন হোৱা অসুবিধাৰ কথা গুৰুত্বসহকাৰে বুজি পোৱা নাছিল। আদালতে এইটোও স্বীকাৰ কৰে যে ৰিভছৰ সৈতে অন্যায় ব্যৱহাৰ কৰা হৈছিল আৰু তেওঁক অন্যায়ভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। লগতে আদালতে এইটোও কয় যে প্ৰতিষ্ঠানটোৰ লিংগ বৈষম্যৰ সন্মুখীন হৈছিল ৰীভছ। ফলস্বৰূপে আদালতে গোল্ডমেন চেক্সক জনাথন ৰীভছক ১৪.৫ মিলিয়ন পাউণ্ড বা প্ৰায় ১৮৫ কোটি টকা ক্ষতিপূৰণ হিচাপে দিবলৈ নিৰ্দেশ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24job
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
Next Post
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.