এক নাভূত-নাশ্ৰুত ঘটনা, মুখ্যমন্ত্ৰীক বাধা বন বিভাগৰ। দীপৰ বিলত আধাৰশিলা স্থাপনত বাধা মুখ্যমন্ত্ৰীক। চৰম অস্বস্তিত সৰ্বানন্দ সোণোৱাল।