• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

2 months ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

1 hour ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

2 hours ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

2 hours ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

2 hours ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

3 hours ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

3 hours ago
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

5 hours ago
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

5 hours ago
ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

6 hours ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

6 hours ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

7 hours ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

ৰাখী সাৱন্তৰ বিস্ফোৰক মন্তব্যই তোলপাৰ লগাইছে বলীউড

editor by editor
September 7, 2026
in বিনোদন, বিবিধ, লেখা
0
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ
0
SHARES
195
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ অন্যতম বিতৰ্কিত নাম ৰাখী সাৱন্ত। বিভিন্ন সময়ত বিভিন্ন ঘটনাৰ বাবে বাতৰিৰ শিৰোনামাত থকাটো তেওঁৰ দৈনন্দিন অভ্যাস। কিন্তু এইবাৰ নতুন সমস্যা নহয়, বহু বছৰৰ আগৰ এটা পুৰণি ঘটনাৰ সকলো তথ্য ফাদিল কৰি পেলাইছে অনুৰাগীৰ চকুত পানী।

২০০৯ চনত এটা জনপ্ৰিয় চেনেলত আৰম্ভ হৈছিল সম্পূৰ্ণ পৃথক এক অনুষ্ঠান ‘ৰাখী কা স্বয়ম্বৰ’। নিয়ম আছিল যে শ্ব’ৰ বিজয়ীজনৰ ডিঙিত ৰাখীয়ে নিজেই মালা পিন্ধাব। সেই শ্ব’টোত অভিনেত্ৰীগৰাকীয়ে ১৬ জন যুৱকৰ ভিতৰত ভাৰতীয় ব্যৱসায়ী ইলেশ পৰুজনৱালাক জীৱন সংগী হিচাপে বাছি লৈছিল। কেমেৰাৰ সন্মুখত দুয়োৰে এংগেজমেণ্ট হৈছিল। পিছত ৰাখী আৰু ইলেশে একেলগে থাকিবলৈ আৰম্ভ কৰিলে। কিন্তু তাতেই মতানৈক্যৰ সৃষ্টি হয়। কম সময়ৰ ভিতৰতে তেওঁলোকৰ সম্পৰ্ক বিচ্ছেদ হয়।

ইমানখিনি সময়ৰ পাছত এই সমগ্ৰ ঘটনাৰ বিষয়ে মুকলিকৈ ক’লে অভিনেত্ৰীগৰাকীয়ে। এটা সাক্ষাৎকাৰত তেওঁ স্পষ্টকৈ কৈছিল যে বিয়া হোৱাটো লক্ষ্য নহয়। ৰাখীৰ ভাষাত, ‘মই দৰা বিচাৰি স্বয়ম্বৰলৈ গৈছিলো, কিন্তু তাত থকা সকলো ল’ৰাই কাম পাবলৈ হাবাথুৰি খাইছিল। সেই সময়ত মই বৰ সৰু আছিলোঁ, কিশোৰ আছিলোঁ। মোৰ মূল লক্ষ্য আছিল বলীউডত কাম পোৱা। মই মুম্বাইৰ ভাড়াঘৰত আছিলো, নিজৰ ঘৰ এটা সাজিবলৈ বহুত টকাৰ প্ৰয়োজন হৈছিল। সেয়ে স্বয়ম্বৰলৈ গৈছিলো কেৱল টকাৰ লোভত, যাতে মই নিজৰ ঘৰ নিজে সাজিব পাৰো। মোৰ হৃদয়ত প্ৰেমৰ কোনো ফুল ফুলা নাছিল। প্ৰযোজক আৰু পৰিচালকে চিত্ৰনাট্যকাৰে সংলাপ দিলে আৰু মই পঢ়িলো আৰু শুনিলো। মই কেৱল টকাৰ ওপৰতহে মনোনিৱেশ কৰিছিলোঁ আৰু কাম কৰি গৈছিলো।’

ইলেশৰ লগত ব্ৰেকআপৰ পিছত ৰাখীয়ে আৰু দুবাৰ বিয়া পাতিলে, কিন্তু কোনো এটা সম্পৰ্ক স্থায়ী নহ’ল। ইয়াৰ বাহিৰেও উদ্যোগটোত অভিনেত্ৰীগৰাকীয়ে পুনৰ বিয়া হোৱাৰ উৰাবাতৰি ওলাইছিল। ৰাখীৰ এই জনপ্ৰিয় স্বয়ম্বৰৰ পিছত ৰাহুল মহাজন আৰু ৰতন ৰাজপুতৰ সৈতেও এনেধৰণৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰে। অৱশ্যে এই সকলোবোৰ ঘটনাৰ পাছতো ৰাখী ৰৈ নাথাকিল। অভিনেত্ৰীগৰাকীয়ে কয় যে যদি সুযোগ পায় তেন্তে পুনৰ নতুন স্বয়ম্বৰ আয়োজন কৰিব বিচাৰিব!

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Asom Live24 Digitalbollywood news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম
জীৱনশৈলী

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

October 24, 2026
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন
ভাৰত

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

October 24, 2026
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ
জীৱনশৈলী

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

October 24, 2026
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ
ভাৰত

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

October 24, 2026
Next Post
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.