আজি পুৱাৰ ভাগত ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

ৰিখটাৰ স্কেলত ৪.১ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি।

নামনি অসমত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ।

এই ভূমিকম্পত বিশেষ কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা যোৱা নাই।

আপোনাৰ অঞ্চলতো যদি কিবা ক্ষয়-ক্ষতিৰ তথ্য পাইছে, তেন্তে জনাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














