• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

1 hour ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

25 seconds ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

36 minutes ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

1 hour ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

2 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

3 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

4 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

5 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

16 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

16 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

16 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

16 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

বিবাহিত মহিলাই শিৰত সেন্দূৰ কিয় লয়?

editor by editor
September 10, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!
0
SHARES
213
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মৰ মতে নাৰীয়ে স্বামীৰ মঙ্গল কামনাত গোটেই বৈবাহিক জীৱনতে সেন্দূৰ লৈ থাকে। ভাৰতীয় সমাজ তথা সনাতন ধৰ্মত মহিলা সকলে সেন্দূৰ লোৱাৰ পৰম্পৰা বহু বছৰ পুৰণি। কেৱল সৌন্দৰ্যবৰ্ধন বাবে নহয় বিবাহিতা মহিলা সকলে সেন্দূৰ লোৱাৰ আছে বহু পৌৰাণিক পৰম্পৰা তথা বৈজ্ঞানিক কাৰণ।

পৌৰাণিক কাহিনী

দেৱী লক্ষ্মীয়ে পৃথিৱীত ৫টা ঠাইত বসবাস কৰে। তাৰে এটা স্থান শিৰ। সেই কাৰণে বিবাহিতা মহিলাসকলে শিৰত সেন্দূৰ লয়। যাতে তেওঁলোকৰ ঘৰত লক্ষ্মীয়ে বাস কৰে আৰু ঘৰখন সুখ সমৃদ্ধিৰে ভৰি থাকে। সেয়ে সেন্দূৰ লগালে স্বামীক অশুভ শক্তিৰ পৰা ৰক্ষা কৰে। সেন্দূৰৰ সম্বন্ধ স্বামীৰ দীৰ্ঘায়ুৰ কামনা আৰু সুস্থ স্বাস্থ্যৰ লগতেই পত্নীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ লগতো আছে। কোৱা হয় যে সেন্দুৰে চাপো কম কৰে। ৰঙা ৰং শক্তি আৰু স্ব-স্ফূৰ্তিৰো প্ৰতীক।

সৌভাগ্যৰ প্ৰতীক

সেন্দূৰৰ মূল ৰং ৰঙা। যাক মংগল আৰু সৌভাগ্যৰ প্ৰতীক বুলি কোৱা হয়। ইয়াক সুখী বিবাহিত জীৱনৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। কোৱা হয় যে, সেন্দুৰ লগালে কৰিলে নাৰীৰ ইতিবাচক শক্তি বৃদ্ধি পায়, যাৰ ফলত তেওঁৰ স্বামী আৰু তেওঁৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰে।

ধৰ্মীয় বিশ্বাস অনুসৰি শিৰত সেন্দূৰ লগালে স্বামীৰ আয়ুস দীঘলীয়া হয় আৰু সেইবাবেই মহিলাসকলে এই নিয়ম মানি চলে। হিন্দু ধৰ্মত বিবাহিত মহিলাসকলে প্ৰাৰ্থনা আৰু ধৰ্মীয় অনুষ্ঠানৰ সময়ত শিৰত সেন্দূৰ লগায়।

বৈজ্ঞানিক কাৰণ

সেন্দূৰ লগোৱাৰ বাবে ধৰ্মীয় কাৰণৰ লগতে বহুতো বৈজ্ঞানিক কাৰণ আছে। বৈজ্ঞানিকভাৱে সেন্দূৰ লগালে মানসিক চাপ আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সেন্দূৰত পাৰা ধাতু পোৱা যায়। যিটো ব্ৰহ্মৰন্ধ্ৰ গ্ৰন্থিৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। শিৰত সেন্দূৰ লগালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। সেন্দূৰ লগালে একাগ্ৰতা বৃদ্ধি পায় আৰু মনটোক কেন্দ্ৰীভূত কৰি ৰখাত সহায় কৰে।

(অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য সামাজিক মাধ্যমত পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। Asom Live 24 এ এই কথা নিশ্চিত কৰা নাই।)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!
জীৱনশৈলী

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

September 10, 2026
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?
জীৱনশৈলী

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

September 10, 2026
Next Post
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.