• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

2 months ago
International Men’s Day 2026: মুখত হাঁহি, বুকুত হাজাৰ চিন্তা! পুৰুষৰ নেদেখা সংগ্ৰামক লৈ আজি বিশেষ চৰ্চা

International Men’s Day 2026: মুখত হাঁহি, বুকুত হাজাৰ চিন্তা! পুৰুষৰ নেদেখা সংগ্ৰামক লৈ আজি বিশেষ চৰ্চা

11 minutes ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

বৃহস্পতিবাৰে এই ৫টা কাম কৰিলে সৌভাগ্য বৃদ্ধি পাব!

37 minutes ago
আজিৰ ভাগ্যৱান ৩ ৰাশি, ধন-সম্পত্তি, কৰ্মক্ষেত্ৰৰে হ’ব ভাগ্য উজ্জ্বল!

আজিৰ ভাগ্যৱান ৩ ৰাশি, ধন-সম্পত্তি, কৰ্মক্ষেত্ৰৰে হ’ব ভাগ্য উজ্জ্বল!

1 hour ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

বিপদে সংগ নেৰিব ৩ ৰাশিৰ, কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

1 hour ago
সাৱধান! ভয়ংকৰ ঘূৰ্ণীবতাহে সলনি কৰিছে গতিপথ

সাৱধান! ভয়ংকৰ ঘূৰ্ণীবতাহে সলনি কৰিছে গতিপথ

9 hours ago
জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই বিকৃত ৰূপত পৰিৱেশন ‘মায়াবিনী’

জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই বিকৃত ৰূপত পৰিৱেশন ‘মায়াবিনী’

10 hours ago
ৰাশিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ!

ৰাশিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ!

10 hours ago
ট্ৰিপল মাৰ্ডাৰক লৈ উত্তপ্ত দুলীয়াজান, অভিযুক্ত ৰাজুৰ পৰিয়ালক ৰাজহুৱাস্থানত অপদস্থ

ট্ৰিপল মাৰ্ডাৰক লৈ উত্তপ্ত দুলীয়াজান, অভিযুক্ত ৰাজুৰ পৰিয়ালক ৰাজহুৱাস্থানত অপদস্থ

11 hours ago
সাৱধান! হেলমেট-ছিটবেল্ট নলগালে হ’ব বিপদ, থাকিব লাগিব আৰক্ষীৰ জিম্মাত

সাৱধান! হেলমেট-ছিটবেল্ট নলগালে হ’ব বিপদ, থাকিব লাগিব আৰক্ষীৰ জিম্মাত

11 hours ago
দেহৰ এই স্থানত যদি আছে তিল, আপোনাৰ প্ৰতি প্ৰসন্ন হ’ব ভাগ্য!

দেহৰ এই স্থানত যদি আছে তিল, আপোনাৰ প্ৰতি প্ৰসন্ন হ’ব ভাগ্য!

12 hours ago
পৰনিৰ্ভৰশীল অৰ্থনীতিৰ পৰা আত্মনিৰ্ভৰ অৰ্থনীতিলৈঃ নৃপেন দাস

পৰনিৰ্ভৰশীল অৰ্থনীতিৰ পৰা আত্মনিৰ্ভৰ অৰ্থনীতিলৈঃ নৃপেন দাস

12 hours ago
দুবছৰ ধৰি গা ধোৱা নাই বলীউডৰ এইজন অভিনেতাই!

দুবছৰ ধৰি গা ধোৱা নাই বলীউডৰ এইজন অভিনেতাই!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কিহক লৈ বলীউডৰ দম্পতীটোৰ লাগিল সংঘাত?

editor by editor
September 16, 2026
in চিনেমা, বিনোদন, ভাৰত
0
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম
0
SHARES
527
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অচিৰেই আহিবলগীয়া ছবি ‘দয়াৰা’ৰ বাবে চৰ্চাত আছে বলীউড অভিনেত্ৰী কৰীণা কাপুৰ। ছবিখনৰ প্ৰচাৰৰ মাজতে শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে স্বামী তথা অভিনেতা ছৈঈফ আলী খানৰ সৈতে কামৰ ক্ষেত্ৰত হোৱা মতভেদৰ বিষয়ে মুকলিকৈ কথা পাতিছে। ইয়াৰ লগতে ভগ্নী কৰিশ্মা কাপুৰ আৰু সন্তান টাইমুৰ-জেহক লৈও কেইবাটাও কথা প্ৰকাশ কৰিছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কৰীণাই কয় যে ঘৰত দুজন অভিনেতা থকাৰ বাবে কামক লৈ তেওঁলোকৰ মাজত প্ৰায়ে তৰ্ক-বিতৰ্ক হয়। কোনো এটা প্ৰমো বা কামৰ ধৰণ এজনৰ ভাল লাগিব পাৰে, আনজনৰ নলাগিবও পাৰে।

কৰীণাৰ মতে, তেওঁ আৰু ছৈঈফৰ কাম কৰাৰ ধৰণ সম্পূৰ্ণ বেলেগ। তেওঁ নিজে কিছু পৰিমাণে স্বতঃস্ফূৰ্তভাৱে কাম কৰিবলৈ ভাল পায়। আনহাতে, ছৈঈফে কোনো চৰিত্ৰত অভিনয় কৰাৰ আগতে ভালদৰে প্ৰস্তুতি চলায়, বহুত পঢ়া-শুনা কৰে আৰু চৰিত্ৰটোৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰে। কৰীণাই কয়, “আমি সঘনাই যুঁজ দিওঁ। ঘৰত দুজন অভিনেতাৰ যুঁজ দিয়াটো স্বাভাৱিক। তেওঁৰ কোনো প্ৰমো মোৰ ভাল নালাগিব পাৰে বা মোৰ প্ৰমোও তেওঁৰ ভাল নালাগিব পাৰে।” তেওঁ লগতে কয় যে কামৰ পৰা মাজে-সময়ে নিজকে আঁতৰাই ৰাখি পুনৰ কামত মনোনিৱেশ কৰিবলৈ তেওঁ ভাল পায়।

ভগ্নী কৰিশ্মা কাপুৰৰ প্ৰসংগত কৰীণাই কয় যে তেওঁৰ জীৱন আৰু কেৰিয়াৰৰ পৰা বহু কথা শিকিছে। বিশেষকৈ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ গুৰুত্ব কৰিশ্মাই তেওঁক শিকাইছে। কৰীণাৰ মতে, ৯০ৰ দশকত কৰিশ্মাই বলীউডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ নিৰন্তৰ চেষ্টা কৰিবলগীয়া হৈছিল। নিজকে প্ৰমাণ কৰাৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল।

কৰীণাই কয় যে কৰিশ্মাই তেওঁক সদায় এটা কথা শিকাই আহিছে—এজন মানুহ যিমানেই ডাঙৰ অভিনেতা বা তাৰকা নহওক কিয়, কেতিয়াও আশা এৰি দিব নালাগে আৰু নিজৰ কামৰ প্ৰতি নিষ্ঠাবান হৈ থাকিব লাগে। কৰীণাই সন্তান টাইমুৰ আৰু জেহৰ কথাও অনুষ্ঠানটোত উল্লেখ কৰে। এতিয়া দুয়োজনে বিভিন্ন ঠাইত তেওঁক বিজ্ঞাপনত দেখা পায়। অৱশ্যে কেতিয়াবা সন্তানৰ সন্মুখত নিজৰ বিজ্ঞাপন দেখাটো কৰীণাৰ বাবে কিছু অস্বস্তিকৰ হৈ পৰে।

কৰীণাই কয় যে তেওঁ অভিনয় কৰা কোনো বিজ্ঞাপন টাইমুৰে দেখিলে কেতিয়াবা আচৰিত হৈ সুধে—“আপুনি কি কৰি আছে?” তেতিয়া কৰীণাই তেওঁক বুজাই দিয়ে যে সেয়া কেৱল এটা বিজ্ঞাপন। কিন্তু টাইমুৰে কিয় এনেদৰে অভিনয় কৰিছে বুলি পুনৰ প্ৰশ্ন কৰে। এই ঘটনাই মাতৃ-পুত্ৰৰ মাজৰ এক মজাৰ মুহূৰ্তৰ সৃষ্টি কৰে। পুনৰ ছবিগৃহত কৰীণা কাপুৰক শীঘ্ৰেই দেখা যাব ‘দয়াৰা’ ছবিখনৰ জৰিয়তে। ছবিখনত তেওঁৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে পৃথ্বীৰাজ সুকুমৰণে। মেঘনা গুলজাৰে পৰিচালনা কৰা এই ছবিখন এটা ক্ৰাইম থ্ৰিলাৰ। ছবিখন ১৮ ছেপ্টেম্বৰত চিনেমাগৃহত মুক্তি পোৱাৰ কথা আছে। ছবিখনক লৈ ইতিমধ্যে দৰ্শকৰ মাজত চৰ্চা আৰম্ভ হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24kareena kapoorsaif ali khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান! ভয়ংকৰ ঘূৰ্ণীবতাহে সলনি কৰিছে গতিপথ
ভাৰত

সাৱধান! ভয়ংকৰ ঘূৰ্ণীবতাহে সলনি কৰিছে গতিপথ

November 18, 2026
জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই বিকৃত ৰূপত পৰিৱেশন ‘মায়াবিনী’
অসম

জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই বিকৃত ৰূপত পৰিৱেশন ‘মায়াবিনী’

November 18, 2026
দুবছৰ ধৰি গা ধোৱা নাই বলীউডৰ এইজন অভিনেতাই!
বিনোদন

দুবছৰ ধৰি গা ধোৱা নাই বলীউডৰ এইজন অভিনেতাই!

November 18, 2026
কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ UPI সেৱা
বাণিজ্য

কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ UPI সেৱা

November 18, 2026
Next Post
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.