• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

2 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

5 minutes ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

45 minutes ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

2 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

3 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

3 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

4 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

5 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

5 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

6 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

6 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

আৰক্ষীৰ নাম লৈ ৩ লম্পটৰ কু-কাণ্ড

editor by editor
September 22, 2026
in অপৰাধ, ভাৰত, লেখা
0
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন
0
SHARES
86
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীৰ কালকাজী মন্দিৰৰ সমীপত ১৭ বছৰীয়া এগৰাকী কিশোৰীৰ সৈতে সংঘটিত হোৱা দলবদ্ধ ধ*ৰ্ষণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, ৩ লম্পটে আৰক্ষীৰ পৰিচয় দি কিশোৰীগৰাকীক ভয়-ভাবুকি দেখুৱাই নিৰ্জন স্থানলৈ লৈ গৈছিল আৰু তাতেই তেওঁৰ ওপৰত যৌ*ন নিৰ্যাতন চলাইছিল। এই ঘটনা সোমবাৰে সন্ধিয়া সংঘটিত হৈছে। জানিব পৰা মতে, সন্ধিয়া ৭ বজাত কিশোৰীগৰাকী এজন বন্ধুৰ সৈতে মন্দিৰলৈ গৈছিল। মন্দিৰৰ পৰা ওলাই প্ৰায় ৭.৩০ বজাত তেওঁলোক আস্থা কুঞ্জ পাৰ্কত প্ৰৱেশ কৰে।

অভিযোগ অনুসৰি, পাৰ্কৰ ভিতৰত তিনিজন যুৱকে নিজকে আৰক্ষী বুলি পৰিচয় দি কিশোৰীগৰাকী আৰু তেওঁৰ বন্ধুক ৰখাই ধমক দিয়ে। ইমান কম বয়সতে সন্ধিয়া পাৰ্কলৈ কিয় আহিছে বুলি তেওঁলোকে প্ৰশ্ন কৰে। ইয়াৰ পিছতে কিশোৰীগৰাকীক তেওঁৰ বন্ধুৰ পৰা আঁতৰাই লৈ যোৱা হয়। অভিযোগ অনুসৰি, আছিফ নামৰ এজন অভিযুক্তই পিষ্টল আৰু চোকা অস্ত্ৰ দেখুৱাই কিশোৰীগৰাকীক হ*ত্যাৰো ভাবুকি দিয়ে। তাৰ পিছত তিনিওজন অভিযুক্তই মিলি কিশোৰীগৰাকীৰ ওপৰত নিৰ্যা*তন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাৰ তথ্য লাভ কৰাৰ পিছত নিশা প্ৰায় ৮.৪৫ বজাত আৰক্ষীয়ে তৎপৰতা আৰম্ভ কৰে। উদ্ধাৰ কৰা কিশোৰীগৰাকীক চিকিৎসাৰ বাবে AIIMSলৈ প্ৰেৰণ কৰা হয়।
ইফালে, আৰক্ষীয়ে আছিফ নামৰ অভিযুক্তজনক বিচাৰি অভিযান আৰম্ভ কৰে। অভিযান চলাই আৰক্ষীয়ে অমৰ কলনীত আছিফৰ সন্ধান লাভ কৰে। আৰক্ষীয়ে তেওঁক ৰখাবলৈ চেষ্টা কৰাৰ সময়তে অভিযুক্তজনে আৰক্ষীৰ ওপৰতো গু*লী চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ মতে, আছিফে তিনিজাই গু*লী চলাইছিল। ইয়াৰ পিছত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গু*লী চলোৱাত আছিফ গুলীবিদ্ধ হয়। ঘটনাটোৰ তদন্ত অব্যাহত আছে আৰু আন অভিযুক্তসকলক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছে। কালকাজী মন্দিৰৰ দৰে ব্যস্ত এলেকাৰ সমীপত এগৰাকী নাবালিকাৰ সৈতে সংঘটিত হোৱা এই ঘটনাই নিৰাপত্তা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে ঘটনাটোৰ সম্পূৰ্ণ সত্যতা আৰক্ষীৰ তদন্ত আৰু আইনী প্ৰক্ৰিয়া আগবঢ়াৰ পিছতহে স্পষ্ট হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Delhi Rape Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!
অপৰাধ

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

September 22, 2026
Next Post
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.