• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

1 hour ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

49 minutes ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

2 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

2 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

3 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

3 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

4 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

6 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

7 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

7 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

8 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

যুৱকক বিচাৰি ভাৰত পালেহি থাই যুৱতী

editor by editor
October 6, 2026
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
0
SHARES
470
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ কানপুৰত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। ইনষ্টাগ্ৰামৰ জৰিয়তে থাইলেণ্ডৰ এগৰাকী যুৱতীৰ সৈতে চিনাকি হৈছিল কানপুৰৰ এজন যুৱকৰ। পৰৱৰ্তী সময়ত দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পায় আৰু যুৱকজনে থাইলেণ্ডলৈ গৈ যুৱতীগৰাকীৰ সৈতে বিৱাহপাশত আবদ্ধ হয়। অভিযুক্ত যুৱকজনৰ নাম ইৰফান খান বুলি জানিব পৰা গৈছে

ভুক্তভোগী যুৱতীগৰাকীৰ অভিযোগ অনুসৰি, অভিযুক্ত যুৱকজনে নিজকে অবিৱাহিত বুলি কৈছিল। আনহাতে, বিয়াৰ পূৰ্বে তেওঁ নিজৰ পত্নীক বিৱাহ বিচ্ছেদ কৰা বুলি মহিলাগৰাকীক জনাইছিল। কিন্তু কানপুৰলৈ আহি যুৱতীগৰাকীয়ে জানিব পাৰে যে অভিযুক্তজন ইতিমধ্যে ১৪ বছৰ পূৰ্বেই বিৱাহপাশত আবদ্ধ হৈছে আৰু তেওঁৰ তিনিটা সন্তানো আছে।

যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি, যোৱা দুবছৰত অভিযুক্তই তেওঁৰ পৰা প্ৰায় ৬০ লাখ টকা লৈছিল। ধনখিনি ঘূৰাই বিচৰাৰ পিছতেই পৰিস্থিতি অধিক জটিল হৈ পৰে। অভিযোগ অনুসৰি, অভিযুক্তই যুৱতীগৰাকীক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা দিবলৈ আৰম্ভ কৰে। কিন্তু ধৰ্ম সলনি কৰিবলৈ তেওঁ কোনো কাৰণতে সন্মত নহয় বুলি যুৱতীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

ভুক্তভোগী যুৱতীগৰাকীয়ে কানপুৰত উপস্থিত হৈ অভিযুক্তক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। সেই সময়তে তেওঁৰ স্বামীৰ পূৰ্বৰ বিৱাহৰ কথা পোহৰলৈ আহে বুলি অভিযোগ কৰে। যুৱতীগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি নিজৰ ধন ঘূৰাই দিয়াৰ লগতে ন্যায় বিচাৰে।

তেওঁ কানপুৰৰ ADCP শিৱ সিঙক সাক্ষাৎ কৰি নিজৰ অভিযোগ জনায়। যুৱতীগৰাকীৰ দাবী অনুসৰি, অভিযুক্তই ধন লৈ পুনৰ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিগত দুবছৰ ধৰি তেওঁক প্ৰতাৰণা কৰি আহিছে। আৰক্ষীৰ মতে, ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। তদন্তৰ সময়ত লাভ কৰা তথ্য আৰু প্ৰমাণৰ ভিত্তিত পৰৱৰ্তী সময়ত আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24love jihad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

October 6, 2026
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী
বিনোদন

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

October 6, 2026
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?
বিনোদন

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

October 6, 2026
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’
অসম

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

October 6, 2026
Next Post
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.