• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

2 months ago
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃ, দুটাকৈ পোহনীয়া কুকুৰক হত্যা পুত্ৰৰ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃ, দুটাকৈ পোহনীয়া কুকুৰক হত্যা পুত্ৰৰ

23 minutes ago
আহি আছে এই ৪ ৰাশিৰ শুভ সময়

আহি আছে এই ৪ ৰাশিৰ শুভ সময়

51 minutes ago
Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

1 hour ago
OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

2 hours ago
‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

3 hours ago
ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

3 hours ago
ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান

ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান

4 hours ago
পাঞ্জাবত পুনৰ মিত্ৰতাৰ দিশে পুৰণি দুই বন্ধু!

পাঞ্জাবত পুনৰ মিত্ৰতাৰ দিশে পুৰণি দুই বন্ধু!

4 hours ago
৫২ বলত বৈভৱ সূৰ্যবংশীৰ দ্বিশতক, দ্ৰুততম শতকৰো গৰাকী হ’ল বিস্ময় বালক

৫২ বলত বৈভৱ সূৰ্যবংশীৰ দ্বিশতক, দ্ৰুততম শতকৰো গৰাকী হ’ল বিস্ময় বালক

5 hours ago
‘হেণ্ডকাফ পিন্ধাইহে ঢাকালৈ অনা হ’ব শ্বেখ হাছিনাক’

‘হেণ্ডকাফ পিন্ধাইহে ঢাকালৈ অনা হ’ব শ্বেখ হাছিনাক’

6 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ডিচেম্বৰ মাহত সাৱধান ৩ ৰাশিৰ লোক, আহিব ডাঙৰ বিপদ!

8 hours ago
অফিচ পলিটিক্সৰ পৰা সাৱধান! এই ৫ টা টিপছে আপোনাক কৰিব উদ্ধাৰ

অফিচ পলিটিক্সৰ পৰা সাৱধান! এই ৫ টা টিপছে আপোনাক কৰিব উদ্ধাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

উজনিত মৰমীয়ে লগাইছে তোলপাৰ!

editor by editor
October 7, 2026
in অসম, বিবিধ, লেখা
0
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
0
SHARES
896
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৰহাটত ‘বেবী’য়ে হৈ চৈ লগাইছে। দিনৰ ‘মৰমী’ নিশা হ’লে হৈ পৰে সুন্দৰী ‘বেবী’। যোৰহাট আৰক্ষীৰ জালত মৰমী গেং। ইনষ্টাগ্ৰামত মেছেজ, প্ৰেম, নৈশ যাপন আৰু ব্লেক মেইল।বেংক মেনেজাৰৰ পৰা ৫লাখ টকা লুট কৰাৰ সময়তে গ্ৰেপ্তাৰ অংকিত বৰা, অংকিত পল, সঞ্জীৱ দাস, বেবী।

যোৰহাটৰ বহুচৰ্চিত ঘটনাক লৈ প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিলে মৰমী অৰ্থাত বেবীয়ে। ঘটনাটোক কেন্দ্ৰ কৰি তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অভিযোগ সন্দৰ্ভত নিজৰ বক্তব্য প্ৰকাশ কৰি দুয়োগৰাকীয়ে দাবী কৰে যে তেওঁলোকৰ কোনো দোষ নাই আৰু তেওঁলোকক উদ্দেশ্যপ্ৰণোদিতভাৱে ফচোৱা হৈছে।

মৰমীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত তেওঁ কয় যে সংবাদ আৰু সামাজিক মাধ্যমত ঘটনাটোক যিধৰণে উপস্থাপন কৰা হৈছে, বাস্তৱত তেনেধৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাছিল। তেওঁৰ দাবী, ১৪ আগষ্টত যোৰহাটৰ ‘ভিনা’ হোমষ্টেত সংঘটিত হোৱা ঘটনাৰ সময়ত তেওঁলোক কেৱল এটা জন্মদিনৰ পাৰ্টীৰ বাবে তাত উপস্থিত হৈছিল।

মৰমীয়ে কয়, “বাৰ্থডে পাৰ্টীৰ বাবেহে আমি সেই হোমষ্টেলৈ গৈছিলো। যিধৰণৰ কথা ওলাইছে, তেনেকুৱা একো হোৱা নাছিল।”

ঘটনাটোক কেন্দ্ৰ কৰি নিজৰ নাম কেনেকৈ জড়িত হ’ল, সেই বিষয়েও মুখ খুলিছে মৰমীয়ে। তেওঁৰ দাবী অনুসৰি, ভিডিঅ’ত উপস্থিত থকাৰ বাবেই তেওঁৰ নাম ঘটনাটোৰ সৈতে জড়িত হৈ পৰিছে। তেওঁ নিজে কোনো অপৰাধমূলক কামত জড়িত নাছিল বুলি দাবী কৰে।

ইয়াৰ উপৰি হোমষ্টেৰ মেনেজাৰৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৰমীয়ে। তেওঁৰ দাবী অনুসৰি, মেনেজাৰে তেওঁক গোচৰ দিয়াৰ ভয় দেখুৱাই অনলাইনযোগে ধন বিচাৰিছিল। অৱশ্যে এই দাবীৰ সত্যতা সম্পৰ্কে তদন্তৰ জৰিয়তে অধিক তথ্য পোহৰলৈ অহা বাকী আছে।

ইফালে, ঘটনাটোক কেন্দ্ৰ কৰি মৰমীক ‘হানিট্ৰেপিং চক্ৰৰ মাষ্টাৰমাইণ্ড’ বুলি বিভিন্ন অভিযোগ উত্থাপন হৈ অহাৰ মাজতে আৰক্ষীয়ে তেওঁক মুকলি কৰি দিয়াৰ বিষয়টোৱেও চৰ্চা লাভ কৰিছে। এতিয়া কেমেৰাৰ সন্মুখত আহি মৰমীয়ে নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ অস্বীকাৰ কৰিছে।

বেবীয়েও একে ধৰণৰ দাবী কৰি কয় যে তেওঁলোকৰ বিৰুদ্ধে প্ৰকাশ পোৱা কথাবোৰ বাস্তৱ ঘটনাৰ সৈতে মিল নাখায়। দুয়োগৰাকীয়ে ঘটনাটোৰ প্ৰকৃত সত্য তদন্তৰ জৰিয়তে পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে ১৪ আগষ্টত যোৰহাটৰ ‘ভিনা’ হোমষ্টেত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি বিগত সময়ছোৱাত ব্যাপক চৰ্চা সৃষ্টি হৈছিল। ঘটনাটোৰ সৈতে কেইবাগৰাকী লোকৰ নাম জড়িত হোৱাৰ পাছত বিষয়টো আৰক্ষীৰ তদন্তৰ আওতালৈ আহে। এতিয়া মৰমী আৰু বেবীৰ নতুন বক্তব্যই সমগ্ৰ ঘটনাটোক লৈ পুনৰ চৰ্চা বৃদ্ধি কৰিছে।

অৱশ্যে মৰমী আৰু বেবীয়ে কৰা এই দাবীসমূহ তেওঁলোকৰ নিজা বক্তব্য। ঘটনাটোৰ প্ৰকৃত সত্য আৰু অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ তদন্ত আৰু সংশ্লিষ্ট প্ৰমাণৰ ভিত্তিতহে স্পষ্ট হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃ, দুটাকৈ পোহনীয়া কুকুৰক হত্যা পুত্ৰৰ
অপৰাধ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃ, দুটাকৈ পোহনীয়া কুকুৰক হত্যা পুত্ৰৰ

November 24, 2026
আহি আছে এই ৪ ৰাশিৰ শুভ সময়
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ শুভ সময়

November 24, 2026
Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?
জীৱনশৈলী

Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

November 24, 2026
OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?
ভাৰত

OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

November 24, 2026
Next Post
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.