• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

59 minutes ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

42 seconds ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

1 hour ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

3 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

3 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

4 hours ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

21 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

22 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

22 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

23 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

24 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

1 day ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথত কি শপতনাপা দাখিল কৰিছিল ছাৰাই?

editor by editor
October 30, 2026
in চিনেমা, বিনোদন, ভাৰত, লেখা
0
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান
0
SHARES
95
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ ভ্ৰমণক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। অভিনেত্ৰীগৰাকীয়ে মন্দিৰ দৰ্শন কৰি প্ৰাৰ্থনা কৰাক লৈ উত্তৰ প্ৰদেশৰ ইছলামিক ধৰ্মগুৰু মৌলানা মুফতি চাহাবুদ্দিন ৰাজৱী বাৰেলৱীয়ে আপত্তি প্ৰকাশ কৰিছে। আন ধৰ্মৰ উপাসনাস্থলীত গৈ প্ৰাৰ্থনা কৰাটো ইছলামিক বিধান অনুসৰি অনুমোদিত নহয় বুলি মন্তব্য কৰি তেওঁ ছাৰাৰ বিৰুদ্ধে ফতোৱা জাৰি কৰিছে।

উল্লেখ্য যে, ২৫ অক্টোবৰত ছাৰা আলী খানক কেদাৰনাথ মন্দিৰৰ বাহিৰত দৰ্শনৰ বাবে শাৰী পাতি থকা দেখা গৈছিল। মন্দিৰত প্ৰাৰ্থনা কৰাৰ পাছত অভিনেত্ৰীগৰাকীক হাতযোৰ কৰি থকা অৱস্থাতো দেখা যায়। এই ঘটনাৰ পাছতে তেওঁৰ মন্দিৰ ভ্ৰমণক লৈ ধৰ্মীয় মহলত চৰ্চা আৰম্ভ হয়।

ছাৰাক তওবা কৰিবলৈ আহ্বান মৌলানাৰ

এটা ভিডিঅ’ বিবৃতিত মৌলানা মুফতি চাহাবুদ্দিন ৰাজৱী বাৰেলৱীয়ে কয় যে, ইছলামিক শ্বৰীয়ত অনুসৰি আন ধৰ্মৰ উপাসনাৰ সৈতে জড়িত হোৱাটো অনুমোদিত নহয় আৰু তেওঁ ইয়াক ‘হাৰাম’ বুলি অভিহিত কৰে। তেওঁ ছাৰা আলী খানক আল্লাহৰ ওচৰত তওবা কৰিবলৈও আহ্বান জনায়। মৌলানাগৰাকীয়ে কয় যে অভিনেত্ৰীগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰি তওবা কৰা উচিত। তেওঁ উল্লেখ কৰে যে কেদাৰনাথ মন্দিৰত ছাৰাই পূজা-অৰ্চনা কৰাটো শ্বৰীয়ত অনুসৰি জায়েজ হয় নে নহয়, সেই বিষয়ে কেইবাজনো যুৱকে তেওঁক প্ৰশ্ন কৰিছিল।

পূৰ্বেও বিতৰ্কৰ সন্মুখীন হৈছিল ছাৰা

কেদাৰনাথ মন্দিৰ ভ্ৰমণক লৈ ধৰ্মীয় মহলৰ সমালোচনাৰ সন্মুখীন হোৱা এয়াই প্ৰথম ঘটনা নহয়। ছাৰা আলী খান বিগত কেইবাবছৰ ধৰি নিয়মীয়াকৈ কেদাৰনাথলৈ গৈ আহিছে। অভিনেতা ছৈফ আলী খান আৰু অভিনেত্ৰী অমৃতা সিঙৰ কন্যা ছাৰাৰ প্ৰথম ছবি আছিল ‘কেদাৰনাথ’। ২০১৮ চনত মুক্তি পোৱা এই ছবিখনত তেওঁ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ সৈতে অভিনয় কৰিছিল। ছবিখনৰ মুক্তিৰ সময়তো উত্তৰাখণ্ডৰ কেইবাটাও সোঁপন্থী সংগঠনে ছবিখনক লৈ আপত্তি প্ৰকাশ কৰিছিল।

অহিন্দু দৰ্শনাৰ্থীৰ বাবে শপতনামা বাধ্যতামূলক

ইফালে, বদ্ৰীনাথ আৰু কেদাৰনাথ মন্দিৰ পৰিচালনা কৰা বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে মন্দিৰত প্ৰাৰ্থনা কৰিব বিচৰা অহিন্দু দৰ্শনাৰ্থীৰ বাবে শপতনামা দাখিল কৰাটো বাধ্যতামূলক কৰিছে। বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া চোহন সিং ৰেংগাৰে সদৰী কৰা মতে ছাৰা আলী খানৰ দলেও তেওঁৰ মন্দিৰ ভ্ৰমণৰ পূৰ্বে প্ৰয়োজনীয় শপতনামা দাখিল কৰিছিল।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল
অসম

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

October 30, 2026
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ
ভাৰত

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

October 30, 2026
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক
অসম

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

October 30, 2026
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু
ভাৰত

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

October 30, 2026
Next Post
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প'ৰ্টেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.