৫০ বছৰৰ পাছত ৮২ বছৰীয়া ভাৰতীয় চকীদাৰে বিচাৰি পালে অষ্ট্ৰেলিয়ান প্ৰেমিকা মেৰিনাক। প্ৰেম শ্বাশ্বত, হৃদয়ৰ অনুভূতি। প্ৰেমে নামানে বাধা। প্ৰেমে নামানে সীমা।