• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ ক’ৰোনা সংক্ৰমণ! দুদিনৰ বাবে বন্ধ জু-ৰোডৰ এক্সিচ বেংক

পুনৰ ক’ৰোনা সংক্ৰমণ! দুদিনৰ বাবে বন্ধ জু-ৰোডৰ এক্সিচ বেংক

6 years ago
সাপৰ বিষ কেনেকৈ মানৱ জাতিৰ বাবে হ’ল আশীৰ্বাদ?

সাপৰ বিষ কেনেকৈ মানৱ জাতিৰ বাবে হ’ল আশীৰ্বাদ?

34 minutes ago
ৰাশি অনুযায়ী ধনেৰাছত কি সামগ্ৰী ক্ৰয় কৰিব?

ৰাশি অনুযায়ী ধনেৰাছত কি সামগ্ৰী ক্ৰয় কৰিব?

1 hour ago
ধনতেৰাছৰ দিনাই এই ৪ ৰাশিৰ উজলিব ভাগ্য

ধনতেৰাছৰ দিনাই এই ৪ ৰাশিৰ উজলিব ভাগ্য

2 hours ago
মঙলদৈত মিঞাৰ ভয়ংকৰ কাণ্ড!

মঙলদৈত মিঞাৰ ভয়ংকৰ কাণ্ড!

14 hours ago
পিতৃতকৈ ডাঙৰ পুত্ৰ! ‘১০ বছৰৰ বৈৱাহিক জীৱনত ১২টা সন্তান কেনেকৈ সম্ভৱ?’

পিতৃতকৈ ডাঙৰ পুত্ৰ! ‘১০ বছৰৰ বৈৱাহিক জীৱনত ১২টা সন্তান কেনেকৈ সম্ভৱ?’

14 hours ago
এই ৩ ৰাশিত পৰিছে শনিৰ সদে সতীৰ প্ৰভাৱ!

এই ৩ ৰাশিত পৰিছে শনিৰ সদে সতীৰ প্ৰভাৱ!

14 hours ago
আহি আছে ক্ৰিকেটৰ নতুন ফৰ্মেট! পুৰুষ-মহিলাই একেলগে খেলিব ক্ৰিকেট

আহি আছে ক্ৰিকেটৰ নতুন ফৰ্মেট! পুৰুষ-মহিলাই একেলগে খেলিব ক্ৰিকেট

15 hours ago
একেজন শিল্পীৰ অভিনয়ত প্ৰাণ পাইছিল ৰাম আৰু সীতা

একেজন শিল্পীৰ অভিনয়ত প্ৰাণ পাইছিল ৰাম আৰু সীতা

16 hours ago
সুৰাপান কৰা চালকৰ বাতিল হ’ব পাৰে ড্ৰাইভিং লাইচেন্স!

সুৰাপান কৰা চালকৰ বাতিল হ’ব পাৰে ড্ৰাইভিং লাইচেন্স!

16 hours ago
প্ৰশাসনক ঘনকান্তৰ পৰিয়ালৰ DEADLINE

প্ৰশাসনক ঘনকান্তৰ পৰিয়ালৰ DEADLINE

17 hours ago
‘আমেৰিকাৰ দাতাৰ পৰা ধন লাভ কৰে অভিজিৎ দীপকেই’

‘আমেৰিকাৰ দাতাৰ পৰা ধন লাভ কৰে অভিজিৎ দীপকেই’

18 hours ago
মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পৰ শোচনীয় পৰাজয়

মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পৰ শোচনীয় পৰাজয়

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

পুনৰ ক’ৰোনা সংক্ৰমণ! দুদিনৰ বাবে বন্ধ জু-ৰোডৰ এক্সিচ বেংক

গুৱাহাটীত নতুনকৈ ক’ৰোনা আক্ৰান্ত ৩৩জন

editor by editor
April 3, 2021
in অসম, ক'ভিড-১৯, গুৱাহাটী, স্বাস্থ্য
0
পুনৰ ক’ৰোনা সংক্ৰমণ! দুদিনৰ বাবে বন্ধ জু-ৰোডৰ এক্সিচ বেংক
0
SHARES
7.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এফালে ৰাজনৈতিক নেতাৰ প্ৰচাৰ সভাত জনতাৰ সমাগম, আনফালে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ। পুনৰ সাধাৰণ জীৱনযাত্ৰা ব্যাহত হোৱাৰ আশংকা। ৰাজ্যত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ। গুৱাহাটী মহানগৰীত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক হাৰত বৃদ্ধি হৈছে সংক্ৰমণ। গুৱাহাটীত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ৩৩গৰাকী লোক। আনফালে ৰাজ্যত সক্ৰিয় অৱস্থাত আছে ৫৩৮গৰাকী কোভিড ৰোগী। শুকুৰবাৰে  জু-ৰোডস্থিত এক্সিচ বেংকৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰে ক’ৰোনাৰ অৱস্থিতি। তাৰ পাছতে দুদিনৰ বাবে বেংক বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে বেংক কৰ্তৃপক্ষই। অৱশ্যে প্ৰশাসনৰ তৰফৰ পৰা এই পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এনেধৰণে উদ্বেগজনকভাৱে বৃদ্ধি পোৱা সংক্ৰমণৰ ঘটনাই স্বাভাৱিকতেই চিন্তিত কৰি তুলিছে জনতাক। দীৰ্ঘসময়ৰ লকডাউনৰ পিছত ক্ৰমাৎ স্বাভাৱিক হোৱা জীৱন যাত্ৰাত ব্যাঘাট জন্মাৰ আশংকাত শংকিত হৈ পৰিছে জনসাধাৰণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19 assamguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাপৰ বিষ কেনেকৈ মানৱ জাতিৰ বাবে হ’ল আশীৰ্বাদ?
জীৱনশৈলী

সাপৰ বিষ কেনেকৈ মানৱ জাতিৰ বাবে হ’ল আশীৰ্বাদ?

November 6, 2026
মঙলদৈত মিঞাৰ ভয়ংকৰ কাণ্ড!
অসম

মঙলদৈত মিঞাৰ ভয়ংকৰ কাণ্ড!

November 5, 2026
প্ৰশাসনক ঘনকান্তৰ পৰিয়ালৰ DEADLINE
অসম

প্ৰশাসনক ঘনকান্তৰ পৰিয়ালৰ DEADLINE

November 5, 2026
‘শ্যামকানু-সিদ্ধাৰ্থই জামিন পালেই ভয়ংকৰ পৰিস্থিতি হ’ব অসমৰ’
অসম

‘শ্যামকানু-সিদ্ধাৰ্থই জামিন পালেই ভয়ংকৰ পৰিস্থিতি হ’ব অসমৰ’

November 5, 2026
Next Post
১ মিনিটত সম্ভৱ কোভিড পৰীক্ষণ! উপলব্ধ পৰ্টেবল ভাইৰাছ ডিটেকশ্যন যন্ত্ৰ

১ মিনিটত সম্ভৱ কোভিড পৰীক্ষণ! উপলব্ধ পৰ্টেবল ভাইৰাছ ডিটেকশ্যন যন্ত্ৰ

২ মোন ৰূপৰ সৈতে তুলাচনীত গুজৰাটৰ মুখ্যমন্ত্ৰী

২ মোন ৰূপৰ সৈতে তুলাচনীত গুজৰাটৰ মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.