• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হর্ছ ট্ৰেডিঙৰ ভয়ত ৰিজ’র্ট ৰাজনীতি কংগ্ৰেছৰ

হর্ছ ট্ৰেডিঙৰ ভয়ত ৰিজ’র্ট ৰাজনীতি কংগ্ৰেছৰ

5 years ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

26 minutes ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

1 hour ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

2 hours ago
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

2 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

3 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

4 hours ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

5 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

5 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

6 hours ago
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

6 hours ago
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

6 hours ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হর্ছ ট্ৰেডিঙৰ ভয়ত ৰিজ’র্ট ৰাজনীতি কংগ্ৰেছৰ

editor by editor
April 22, 2021
in অসম, গুৱাহাটী, ৰাজনীতি
0
হর্ছ ট্ৰেডিঙৰ ভয়ত ৰিজ’র্ট ৰাজনীতি কংগ্ৰেছৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাজস্থানৰ পাছত এইবাৰ চৰ্চাত দিচাং ৰিজ’ৰ্ট। হৰ্ছ ট্ৰেডিঙ ৰোধৰ বাবে দিচাং ৰিজ’ৰ্টত নজৰবন্দী মহাজোঁটৰ প্ৰাৰ্থীৰ। দিচাং ৰিজ’ৰ্টৰ এটা সম্পূৰ্ণ বিল্ডিং বুক কৰি বাহৰ পাতিছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ প্ৰাৰ্থীয়ে। আজিৰে পৰা ২ মে’ৰ ফলাফল পৰ্যন্ত দিচাং ৰিজ’ৰ্টত থাকিব প্ৰাৰ্থীসকল। দিচাং ৰিজ’ৰ্টত উপস্থিত হৈ দেৱব্ৰত শইকীয়াই ক’লে, ‘ বেমাৰ নহবলৈ প্ৰতিষেধকৰ ব্যৱস্থা কৰিছো আমি’। দিচাং ৰিজৰ্টত মহাজোঁটৰ প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষিত বিল্ডিংটো কাপোৰেৰে বেৰি ৰখাৰ লগতে গেটত লগোৱা হৈছে তলা। প্ৰাৰ্থীসকলৰ বাদে অন্য কোনো অতিথি প্ৰৱেশ কৰিব নোৱাৰিব বিল্ডিংটোত। প্ৰাৰ্থীসকলৰ শুশ্ৰূষাৰ বাবে কংগ্ৰেছে নিজেই নিয়োগ কৰিছে ছাৰ্ভিচ বয়। ৰিজ’ৰ্টত উপস্থিত হোৱা কংগ্ৰেছ প্ৰাৰ্থীয়ে ক’লে- ‘আমাৰ বাবে বিনোদনৰ ব্যৱস্থাও কৰা হৈছে’।  জানিব পৰা মতে, প্ৰাৰ্থীসকলৰ মনোৰঞ্জনৰ বাবে ভলীবল আৰু টেনিছ ক’ৰ্টৰো ব্যৱস্থা কৰিছে ৰিজ’ৰ্ট কৰ্তৃপক্ষই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam pradesh congressaxom live 24disang resort
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?
জীৱনশৈলী

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

May 20, 2026
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

May 20, 2026
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?
অসম

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

May 20, 2026
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?
অসম

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

May 19, 2026
Next Post
কোভিড কালত প্ৰেমিকাক লগ ধৰিবলৈ আৰক্ষীৰ অনুমতি বিচাৰিলে যুৱকে

কোভিড কালত প্ৰেমিকাক লগ ধৰিবলৈ আৰক্ষীৰ অনুমতি বিচাৰিলে যুৱকে

দিন-দুপৰতে চোৰে কিদৰে লুটে?

দিন-দুপৰতে চোৰে কিদৰে লুটে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.