• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬ বছৰীয়া শিশুক ধৰ্ষণ ৬৫ বছৰীয়া বৃদ্ধৰ, পলাতক লম্পট বৃদ্ধ অভিযুক্ত

৬ বছৰীয়া শিশুক ধৰ্ষণ ৬৫ বছৰীয়া বৃদ্ধৰ, পলাতক লম্পট বৃদ্ধ অভিযুক্ত

4 years ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

11 minutes ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

57 minutes ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

2 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

2 hours ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

3 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

4 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

12 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

13 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

14 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

15 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

16 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৬ বছৰীয়া শিশুক ধৰ্ষণ ৬৫ বছৰীয়া বৃদ্ধৰ, পলাতক লম্পট বৃদ্ধ অভিযুক্ত

editor by editor
July 15, 2022
in অপৰাধ, ভাৰত
0
৬ বছৰীয়া শিশুক ধৰ্ষণ ৬৫ বছৰীয়া বৃদ্ধৰ, পলাতক লম্পট বৃদ্ধ অভিযুক্ত
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী ৬ বছৰীয়া শিশু কন্যাক ৬৫ বছৰীয়া এক বৃদ্ধই ধৰ্ষণ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে৷

ঘটনাৰ বিৱৰণীৰ মতে ৰাজস্থানৰ আলৱাৰ জিলাৰ এখন গাঁৱৰ ৬ বছৰীয়া শিশুটিয়ে সমীপৰ ঘৰৰ বিবাহ অনুষ্ঠানত আহাৰ গ্ৰহণ কৰি উভতি অহাৰ সময়তে বৃদ্ধজনে এই জঘন্য কাণ্ড সংঘটিত কৰে৷

ঘটনাৰ পিছতে শিশুটিয়ে ঘৰলৈ আহি কান্দি কান্দি পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে অৱগত কৰে৷ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে শিশুটিৰ পৰিয়ালৰ লোকে অভিযুক্তক ঘৰত বিচাৰি যায় যদিও তেওঁলোকক যোৱাৰ সম্ভেদ পাই ঘৰৰ পৰা পলায়ন কৰে৷

লগতে পঢ়ক ধ্বংস হ’ব প্ৰাকৃতিক ভূস্বৰ্গ কাশ্মীৰৰ সৌন্দৰ্য! কোনে লৈছে ধ্বংস যজ্ঞৰ নেতৃত্ব?

ইফালে ঘটনাটো গাপ দিয়াৰ লগতে মীমাংসা কৰিবলৈ গাঁও প্ৰধানে ভুক্তভোগী পৰিয়ালটোৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰো অভিযোগ উঠিছে৷ অৱশেষত গাঁও প্ৰধানৰ হেঁচাক আওকাণ কৰি ভুক্তভোগী শিশুটিৰ পৰিয়ালে ঘটনাৰ তিনি দিনৰ পিছত স্থানীয় আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷

আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত অভিযুক্ত বৃদ্ধগৰাকীৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি কৰায়ত্ত কৰিবলৈ এক অভিযান চলাই যদিও পলাতক অভিযুক্তগৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে যে ভুক্তভোগী শিশুটিক স্বাস্থ্য অৱনতি ঘটাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু চিকিৎসকে শিশুটি ধৰ্ষণৰ বলি হোৱাটো নিশ্চিত কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamChild raped
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
Next Post
চেনিটেৰী পেড নহয়! চৰকাৰে দিছে ১ লাখ বিনামূলীয়া ঋতুস্ৰাৱ কাপ

চেনিটেৰী পেড নহয়! চৰকাৰে দিছে ১ লাখ বিনামূলীয়া ঋতুস্ৰাৱ কাপ

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.