• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

5 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

6 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

6 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

7 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

8 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

8 hours ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

8 hours ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

9 hours ago
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

10 hours ago
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

10 hours ago
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

10 hours ago
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ১৬ জুলাইৰ দিনটো...

editor by editor
July 16, 2022
in জীৱনশৈলী, লেখা
0
আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?
0
SHARES
587
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেষ— কৰ্মত সফলতা পাব৷ বিদ্যাৰ্থীসকলৰ শুভ৷ প্ৰেমত শুভ৷ শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫

বৃষ— সামাজিক কামত উৎসাহ৷ ৰাজনীতিৰ লগত জড়িতসকলৰ শুভ৷ শুভ ৰং সেউজীয়া, সংখ্যা ৭

মিথুন— যাত্ৰাৰ কাৰণে নিৰাপদজনক৷ সোমবাৰে নিৰামিষ খাব৷ আজিৰ দিনত কোনো কাম হাতত ল’ব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯

কৰ্কট— কামটোত মনযোগ দিয়া দৰকাৰ৷ মনৰ ইচ্ছা পূৰণ হোৱাৰ যোগ৷ প্ৰেমত কষ্ট৷ শুভ ৰং নীলা, শুভ সংখ্যা ২

লগতে পঢ়ক ৬ বছৰীয়া শিশুক ধৰ্ষণ ৬৫ বছৰীয়া বৃদ্ধৰ, পলাতক লম্পট বৃদ্ধ অভিযুক্ত

সিংহ— বিবাহিত মহিলাই পাৰিলে যাত্ৰা নকৰিব৷ পুৰণি ঋণ শোধ কৰাৰ সুযোগ পাব৷ ভ্ৰমণত অৰ্থলাভ৷ শুভ ৰং কমলা, শুভ সংখ্যা ৬

কন্যা— আইনী কামত সফলতা লাভ৷ নতুন কোনো বস্তু ক্ৰয় কৰিব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৮

তুলা— হঠাৎ স্বাস্থ্য বেয়া হ’ব পাৰে৷ নিজৰ ভুলৰ বাবে মিছাতে অশান্তি সৃষ্টি হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮

বৃশ্চিক— অভিনেতাৰ শুভ৷ ব্যৱসায়ীসকলৰ শুভ৷ বিদ্যাৰ্থীৰ মধ্যম৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮

লগতে পঢ়ক উবেৰত মহিলাক যৌন নিৰ্যাতন চালকৰ! ন্যায় বিচাৰি ৫০০ মহিলা পালেগৈ ন্যায়ালয়

ধনু— বন্ধুৰ লগত মত বিৰোধ৷ আইনী কোনো সমস্যাই দেখা দিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯

মকৰ— নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যোগ৷ নতুন গৃহ ল’ব পাৰে৷ বিদ্যাৰ্থীসকলৰ ভ্ৰমণৰ যোগ আছে৷ প্ৰেমত শুভ৷ শুভ ৰং ৰঙা, সংখ্যা ৮

কুম্ভ— চাকৰিয়ালৰ পদোন্নতিৰ যোগ৷ ব্যৱসায়ত মধ্যম৷ দূৰ যাত্ৰা নকৰিব৷ নিৰামিষ আহাৰ গ্ৰহণ কৰিব৷ প্ৰেমত সাৱধান৷ শুভ ৰং গুলপীয়া, সংখ্যা ৬

মীন— চাকৰিয়ালৰ চাকৰিৰ যোগ৷ প্ৰেমত সুখ৷ শত্ৰু নাশ হ’ব৷ পাব লগা ধন ঘূৰাই পাব৷ শুভ ৰং কমলা, সংখ্যা ৩

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamdaily horoscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই
খাদ্য

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

May 13, 2026
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

May 13, 2026
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই
জীৱনশৈলী

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

May 13, 2026
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?
জীৱনশৈলী

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

May 13, 2026
Next Post
কাণ্ডজ্ঞানহীন ছেবা! বহী পুনৰীক্ষণত ষষ্ঠ আৰু দশম স্থান লাভ দুই পৰীক্ষাৰ্থীৰ

কাণ্ডজ্ঞানহীন ছেবা! বহী পুনৰীক্ষণত ষষ্ঠ আৰু দশম স্থান লাভ দুই পৰীক্ষাৰ্থীৰ

অৱসৰ বিনোদনতে ঘটিল দুৰ্ঘটনা! সাগৰৰ ঢৌত উটি গ’ল পিতৃসহ দুই সন্তান

অৱসৰ বিনোদনতে ঘটিল দুৰ্ঘটনা! সাগৰৰ ঢৌত উটি গ’ল পিতৃসহ দুই সন্তান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.