• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুছলমান যুৱকক বিয়া কৰাবলৈ অসন্মত : পাকিস্তানত হিন্দু যুৱতীক অপহৰণ কৰি নি হত্যা

মুছলমান যুৱকক বিয়া কৰাবলৈ অসন্মত : পাকিস্তানত হিন্দু যুৱতীক অপহৰণ কৰি নি হত্যা

4 years ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

57 minutes ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 hour ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

2 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

2 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

4 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

4 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

5 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

6 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

6 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

7 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

7 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মুছলমান যুৱকক বিয়া কৰাবলৈ অসন্মত : পাকিস্তানত হিন্দু যুৱতীক অপহৰণ কৰি নি হত্যা

editor by editor
March 22, 2022
in অপৰাধ, বিশ্ব
0
মুছলমান যুৱকক বিয়া কৰাবলৈ অসন্মত : পাকিস্তানত হিন্দু যুৱতীক অপহৰণ কৰি নি হত্যা
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানত এগৰাকী হিন্দু যুৱতীক নৃশংসতাৰে হত্যা কৰা হৈছে৷ প্ৰকাশিত খবৰ অনুসৰি পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ১৮ বছৰীয়া পূজা কুমাৰী নামৰ এগৰাকী যুৱতীক এজন মুছলমান যুৱকে হত্যা কৰিছে৷

এই হত্যাকাণ্ডৰ পিছতে সিদ্ধ প্ৰদেশৰ হত্যাকাৰীক কঠোৰ শাস্তি দিয়াৰ লগতে দেশখনৰ সংখ্যালঘু হিন্দুসকলক নিৰাপত্তা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে৷

ইফালে সামাজিক মাধ্যমৰ চাইট টুইটাৰতো অভিযুক্তক শাস্তি আৰু পূজা কুমাৰীৰ ন্যায় প্ৰদানৰ দাবীয়ে ট্ৰেণ্ডিঙত আছে৷

লগতে পঢ়ক চৰকাৰী চিকিৎসকৰ কেটেলা পহু সদৃশ চহী! : ভাইৰেল হোৱাৰ পিছতে ইন্টাৰনেটত চৰ্চাৰ শীর্ষত

ঘটনাৰ বিৱৰণীৰ মতে ঘটনাটো পাকিস্তানৰ সিদ্ধ প্ৰদেশৰ ৰোহী চুক্কুৰত সংঘটিত হৈছে৷ ৱাহিদ লাছাৰী নামৰ অভিযুক্তজনে ১৮ বছৰীয়া পূজা কুমাৰী অপহৰণ কৰি নি ইছলামলৈ ধৰ্মান্তৰিত কৰে৷ ইয়াৰ পিছতে পূজা কুমাৰীক বিয়াৰ বাবে জোৰদৰস্তি কৰে৷ কিন্তু পূজা কুমাৰীয়ে ইছলাম ধৰ্মাৱলম্বী যুৱকজনৰ বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত নৃশংসভাৱে হত্যা কৰে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে অভিযুক্তই আৰক্ষীৰ জেৰাত হত্যাকাণ্ডটো সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে৷

ইয়াৰ পিছতে সামাজিক মাধ্যম বিশেষকৈ টুইটাৰত #JusticeForPoojaKumar ট্ৰেণ্ডিঙত আছে৷

লগতে পঢ়ক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব লাগিব CUET, কি এই CUET?  

‘‘চৰকাৰে পূজা কুমাৰীক হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদানত ব্যৰ্থ হ’লে, কাইলৈ অন্য এগৰাকী পূজাক নৃশংসতাৰে হত্যা কৰা হ’ব৷ হত্যাকাৰীক শাস্তি প্ৰদান কৰিবই লাগিব৷’’ এগৰাকী টুইটাৰ ইউজাৰে কয়৷

উল্লেখ্য যে পাকিস্তানৰ সিদ্ধ প্ৰদেশত সৰ্বাধিক সংখ্যালঘু হিন্দুৱে বসবাস কৰে৷ পূৰ্বৰে প্ৰদেশখনত মুছলাম আৰু হিন্দুৱে মিলা-প্ৰীতিৰে বসবাস কৰি আহিছে৷ কিন্তু তাৰ পিছতো এই প্ৰদেশখনৰ পৰাই বেছিকৈ হিন্দু নিগ্ৰহৰ বাতৰি পোৱা যায়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

March 11, 2026
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ
ক্ৰীড়া

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

March 10, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

স্পা চেলুনত পুনৰ দেহ ব্যৱসায়! আৰক্ষীৰ জালত পৰিল ১১ গৰাকী যুৱতী

স্পা চেলুনত পুনৰ দেহ ব্যৱসায়! আৰক্ষীৰ জালত পৰিল ১১ গৰাকী যুৱতী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.