• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰঙালী বিহুৰ উছাহৰ মাজতে কিশোৰীক ধৰ্ষণ! পলাতক অভিযুক্ত

ৰঙালী বিহুৰ উছাহৰ মাজতে কিশোৰীক ধৰ্ষণ! পলাতক অভিযুক্ত

4 years ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

2 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

2 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

3 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

3 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

3 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

4 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

5 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

6 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

6 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

8 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

9 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰঙালী বিহুৰ উছাহৰ মাজতে কিশোৰীক ধৰ্ষণ! পলাতক অভিযুক্ত

editor by editor
April 18, 2022
in অপৰাধ, অসম
0
ৰঙালী বিহুৰ উছাহৰ মাজতে কিশোৰীক ধৰ্ষণ! পলাতক অভিযুক্ত
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুবছৰৰ পিছত ৰঙালী বিহুক মনৰ হেঁপাহেৰে উদযাপন কৰিবলৈ গৈ এগৰাকী কিশোৰী ধৰ্ষণৰ বলি হ’ব লগা হৈছে৷ এই জঘন্য ঘটনাটো সংঘটিত হৈছে লখিমপুৰ জিলাৰ ঢকুৱাখনাত৷

অভিযোগ অনুসৰি যোৱা ১৫ এপ্ৰিলত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক একেখন গাঁৱৰে উপেন দাস (২৫) নাৰ এগৰাকী যুৱকে ধৰ্ষণ কৰে৷

লগতে পঢ়ক প্ৰকৃত সোণ-ৰূপৰ ফুলেৰে আলিয়াৰ বিয়াৰ পোছাক কোনে প্ৰস্তুত কৰিছিল?

ঘটনাৰ বিৱৰণীৰ মতে বিহুতলীৰ পৰা নিশা ৮ মান বজাত ঘৰত থৈ অহাৰ প্ৰলোভনেৰে যুৱকজনে কিশোৰীগৰাকীক নিশাৰ অন্ধকাৰৰ সুযোগ লৈ ধৰ্ষণকাণ্ড সংঘটিত কৰে৷

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে৷ অৱশ্যে, ঢকুৱাখানা আৰক্ষীয়ে এতিয়াও অভিযুক্ত উপেন দাসক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই৷

লগতে পঢ়ক ৫০ টকীয়া পুৰণি নোটেৰে কেনেকৈ লাখপতি হ’ব পাৰি? চাওক এই প্ৰতিবেদন…

ইফালে অভিযুক্ত উপেন দাসৰ পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাটো গাপ দিবলৈ চেষ্টা কৰাৰ লগতে ভুক্তভোগী কিশোৰীগৰাকীৰ দৰিদ্ৰ পৰিয়ালটোৰ সৈতে বুজাবুজি কৰিবলৈ চেষ্টা কৰা বুলিও প্ৰকাশ পাইছে৷

আনহাতে এই খবৰ পাই আগন্তুক ১২ ঘণ্টাৰ ভিতৰতে অভিযুক্ত যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে তীব্ৰে আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrape in dhakuakhana
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

October 4, 2026
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ
অসম

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

October 4, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
Next Post
ৰাজ্যত বৃদ্ধি পাইছে জেহাদীৰ সংখ্যা, বঙাইগাঁৱত গ্ৰেপ্তাৰ ৩ জেহাদীক

ৰাজ্যত বৃদ্ধি পাইছে জেহাদীৰ সংখ্যা, বঙাইগাঁৱত গ্ৰেপ্তাৰ ৩ জেহাদীক

শোকস্তব্ধ ৰ’ণাল্ডোৰ পৰিয়াল : ৰ’ণাল্ডো-জৰ্জিয়াৰ পুত্ৰ সন্তানৰ মৃত্যু

শোকস্তব্ধ ৰ’ণাল্ডোৰ পৰিয়াল : ৰ’ণাল্ডো-জৰ্জিয়াৰ পুত্ৰ সন্তানৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.