• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যত বৃদ্ধি পাইছে জেহাদীৰ সংখ্যা, বঙাইগাঁৱত গ্ৰেপ্তাৰ ৩ জেহাদীক

ৰাজ্যত বৃদ্ধি পাইছে জেহাদীৰ সংখ্যা, বঙাইগাঁৱত গ্ৰেপ্তাৰ ৩ জেহাদীক

4 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

8 minutes ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

27 minutes ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

53 minutes ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

1 hour ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

2 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

3 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

4 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

4 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

5 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

5 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

6 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ৰাজ্যত বৃদ্ধি পাইছে জেহাদীৰ সংখ্যা, বঙাইগাঁৱত গ্ৰেপ্তাৰ ৩ জেহাদীক

editor by editor
April 18, 2022
in Uncategorized
0
ৰাজ্যত বৃদ্ধি পাইছে জেহাদীৰ সংখ্যা, বঙাইগাঁৱত গ্ৰেপ্তাৰ ৩ জেহাদীক
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যত ইছলামিক জেহাদীৰ সংখ্যা আৰু কাৰ্য-কলাপ ক্ৰমাৎ বৃদ্ধি পাই আহিছে৷ ৰাজ্যৰ নামনি অঞ্চলত বিভিন্ন সময়ত জেহাদীৰ কাৰ্য-কলাপ বৃদ্ধি পাই অহা বুলি বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে অসম আৰক্ষীয়ে পুনৰ তিনি জেহাদীক গ্ৰেপ্তাৰ কৰিছে৷

বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জালত ৩ জনকৈ জেহাদীক।

উল্লেখ্য যে কিছুদিনৰ পূৰ্বে ত্ৰিপুৰাত গ্ৰপ্তাৰ কৰা ৩ আণচাৰুল বাংলা টিমৰ সদস্যৰ স্বীকাৰোত্তিৰ পিছতেই অসম আৰক্ষীয়ে অসমত জেহাদীৰ কাৰ্য-কলাপ আৰু সংখ্যা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰিছিল।

লগতে পঢ়ক আহিব নেকি তৃতীয়টো ঢৌ! একেদিনাই দেশত ৯০ শতাংশ কোভিড আক্ৰান্তৰ বৃদ্ধি

সম্প্ৰতি যোগাঘোপা থানাত ৫৬/২২ নং গোচৰৰ ভিত্তিত আৰক্ষীয়ে ৩ জেহাদীক তদন্তৰ লগতে জেৰাও অব্যাহত কৰি আছে। ২০২২ চনৰ ৮ এপ্ৰিল তাৰিখে বঙাইগাঁও আৰক্ষীয়ে ত্ৰিপুৰাৰ চিপাহী জিলাৰ পৰা আটক কৰে এই ৩ জেহাদীক।

বৰপেটাত গ্ৰেপ্তাৰ হোৱা ধৃত জেহাদীৰ স্বীকাৰোক্তিত লাভ কৰা তথ্যৰ ভিত্তিত তিনিওৰে সম্ভেদ লাভ কৰিছিল আৰক্ষীয়ে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে তিনিওজনে যোৱা জানুৱাৰী, ফেব্ৰুৱাৰী মাহত বঙাইগাঁও জিলাৰ অভয়াপুৰী, যোগীঘোপা আদি বিভিন্ন অঞ্চলত বাহৰ পাতি জেহাদীৰ কাৰ্যকলাপ চলাই আছিল৷

লগতে পঢ়ক প্ৰকৃত সোণ-ৰূপৰ ফুলেৰে আলিয়াৰ বিয়াৰ পোছাক কোনে প্ৰস্তুত কৰিছিল?

অল-কায়দাৰে সম্পৰ্ক থকা এবিটি নামৰ সংগঠনটোৱে ইতিমধ্যে বঙাইগাঁও জিলাত শ্লীপাৰ চেল স্থাপন কৰাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে৷ জেহাদী সংগঠনটোৱে কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিবলৈ বিভিন্ন ব্লু-প্ৰিণ্ট সাজু কৰিছিল বুলি সন্দেহ কৰিছে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই৷

ধৃত তিনিওকে সোমবাৰে বঙাইগাঁও আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24assam policeaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambongaigaon policeJihadi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
শোকস্তব্ধ ৰ’ণাল্ডোৰ পৰিয়াল : ৰ’ণাল্ডো-জৰ্জিয়াৰ পুত্ৰ সন্তানৰ মৃত্যু

শোকস্তব্ধ ৰ’ণাল্ডোৰ পৰিয়াল : ৰ’ণাল্ডো-জৰ্জিয়াৰ পুত্ৰ সন্তানৰ মৃত্যু

ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!

ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.