• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!

ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!

4 years ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

1 hour ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

2 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

3 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

4 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

4 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

17 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

17 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

18 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

18 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

20 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

20 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!

editor by editor
April 19, 2022
in ক্ৰীড়া, ফেশ্বন, বিনোদন, বিশ্ব, সংগীত
0
ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!
0
SHARES
881
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিমীয়া তথা হলিউদৰ তাৰকা তথা চেলিব্ৰেটিসকলে নিজৰ স্বামী/পত্নী অথবা প্ৰেমিক/প্ৰেমিকা যৌনাংগ আকৃতিৰ পুতলা উপহাৰ দিয়াতো কোনো নতুন কথা নহয়৷ বৰং আমেৰিকাসহ পশ্চিমীয়া দেশসমূহৰ চেলিব্ৰেটিৰ বাবে সেয়া এক স্বাভাৱিক কথাহে৷ আৰু সাধাৰণতে তেনেধৰণৰ সাধাৰণ মূল্যৰ পুতলা উপহাৰ দিলে সেয়া চৰ্চালৈও নাহে৷

কিন্তু কোনো চেলিব্ৰেটিয়ে যেতিয়া মিলিয়ন ডলাৰ মূল্যৰ তেনেধৰণৰ পুতলা উপহাৰ দিয়ে তেতিয়া ই টেবলয়ডত বিশেষভাৱে চৰ্চা লাভ কৰে৷ এইবাৰ ঠিক তেনেধৰণৰ এক চৰ্চাই বিশ্বজুৰি আকৰ্ষণ সৃষ্টি কৰা দেখা গৈছে৷

এইবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে ইংলেণ্ডৰ প্ৰাক্তন প্ৰবাদপ্ৰতীম ফুটবলাৰ ডেভিড বেকহাম আৰু তেওঁৰ পত্নী প’প গায়িকা ভক্টোৰিয়া কেৰ’লিন বেকহাম৷

লগতে পঢ়ক ৰাজ্যত বৃদ্ধি পাইছে জেহাদীৰ সংখ্যা, বঙাইগাঁৱত গ্ৰেপ্তাৰ ৩ জেহাদীক

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি প্ৰাক্তন ইংলিছ ফুটবলাৰ ডেভিড বেকহামে পত্নী ভেক্টোৰিয়া বেকহামৰ এটা পুৰুষৰ যৌনাংগ আকৃতিৰ পুতলা উপহাৰ দিছে, যিটোৰ মূল্য ১.৮ মিলিয়ন মাৰ্কিন ডলাৰ৷ ভাৰতীয় মূল্যত প্ৰায় ১৩.৭৪ কোটি টকা৷ এতিয়া স্বাভাৱিকতে প্ৰশ্ন উঠিব পাৰে, এই পুতলাটোৰ মূল্য কিয় ইমান?

ভাৰতীয় মূল্যত প্ৰায় ১৩.৭৪ কোটি টকাৰ মূল্যৰ এই বিশেষ উপহাৰটো হীৰাৰে তৈয়াৰী৷ প্ৰকাশিত খবৰ মতে হীৰাৰে সজ্জিত এই ভাইব্ৰেটৰ পুতলাটোত প্লেটিনামৰ প্লেট ব্যৱহাৰ কৰা হৈছে৷ ষ্ট্ৰীপ ক্লাবৰ স্বত্বাধিকাৰী পিটাৰ ষ্ট্ৰিংফেল’ৰে ডিজাইন কৰা পুতলাটোত ১৬ কেৰেট হীৰাৰ নেকলেচো সংযোজন কৰা হৈছে৷

লগতে পঢ়ক ৰঙালী বিহুৰ উছাহৰ মাজতে কিশোৰীক ধৰ্ষণ! পলাতক অভিযুক্ত

ডেভিড বেকহাম আৰু ভিক্টোৰিয়া বেকহামৰ বাবে বিলাসী উপহাৰ দিয়াতো তেনেই সাধাৰণ কথা৷ কিন্তু বেকহাম দম্পতীৰ এই উপহাৰৰ মূল্যই সকলোবোৰকে চেৰাই গৈছে৷ হলিউদৰ বহু তাৰকাই এনে উপহাৰ প্ৰদান কৰাৰ বাতৰি প্ৰকাশ পালেও সেয়া ভাৰতীয় মূল্যত কোটি ঘৰত প্ৰৱেশ কৰাৰ বাতৰি পোৱা নাই৷

ইয়াৰ পূৰ্বে বে’য়ান্স আৰু জে’-জেদৰ মাজত এমেধৰণর পুতলাৰ আদান প্ৰদান কৰিলেও ইয়াৰ মূল্য লাখৰ ভিতৰতহে আছিল বুলি প্ৰকাশ পাইছিল৷ প’পষ্টাৰ ৰিহান্না আৰু বে’য়ান্সেও তেনেধৰণৰ বিলাসী পুতলা দি চৰ্চালৈ আহিছিল৷

See More   

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDavid Beckhamvictoria beckham
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!
বিশ্ব

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

August 18, 2026
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

August 17, 2026
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু
বিনোদন

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

August 17, 2026
Next Post
লোভত মৰিল বৰশীৰ মাছ! ৭.৫ লাখ টকাৰ লোভত হেৰুওৱালে ১৬ লাখ টকা

লোভত মৰিল বৰশীৰ মাছ! ৭.৫ লাখ টকাৰ লোভত হেৰুওৱালে ১৬ লাখ টকা

গৰম দিনত কি কি ফলে আপোনাৰ শৰীৰ সতেজ কৰি ৰাখিব?

গৰম দিনত কি কি ফলে আপোনাৰ শৰীৰ সতেজ কৰি ৰাখিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.