• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰম দিনত কি কি ফলে আপোনাৰ শৰীৰ সতেজ কৰি ৰাখিব?

গৰম দিনত কি কি ফলে আপোনাৰ শৰীৰ সতেজ কৰি ৰাখিব?

4 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

2 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

3 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

3 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

4 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

5 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

5 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

6 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

7 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

7 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

8 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

8 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

গৰম দিনত কি কি ফলে আপোনাৰ শৰীৰ সতেজ কৰি ৰাখিব?

editor by editor
April 19, 2022
in খাদ্য, স্বাস্থ্য
0
গৰম দিনত কি কি ফলে আপোনাৰ শৰীৰ সতেজ কৰি ৰাখিব?
0
SHARES
437
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰমৰ দিন আহি পাইছে। আপুনি আপোনাৰ শৰীৰ কেনেদৰে সতেজ ৰাখিব? গৰমত আপোনাৰ শৰীৰৰ তাপ হ্ৰাস কৰিবলৈ আপুনি কি খোৱা উচিত?

বিশেষজ্ঞৰ সকলৰ মতে আপুনি তলত উল্লেখ কৰা ফলবোৰ গৰমত খালে গৰমৰ পৰা যথেষ্ট সকাহ লাভ  কৰিব।

তৰমুজ

গৰম দিনত আমাৰ শৰীৰত যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। তৰমুজত যথেষ্ট পানী থাকে, যি শৰীৰৰ বাবে অতি উপকাৰী। তৰমুজে “heat strok” হোৱাৰ পৰা ৰক্ষা কৰে। আৰু লগতে ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে। সেয়ে গৰমৰ দিনত তৰমুজ খোৱাতো অতি প্ৰয়োজন৷

লগতে পঢ়ক ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!

আম

গ্ৰীষ্মকালৰ সৰ্বশ্ৰেষ্ঠ আৰু জনপ্ৰিয় ফল হৈছে আম। আমে কৰ্কট ৰোগৰ সৈতে যুঁজাত সহায় কৰে। আমে ক’লেষ্টেৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে আৰু লগতে শৰীৰৰ ছালো ভালে ৰাখে।

অমিতা

পকা অমিতা হৈছে এক প্ৰকাৰৰ চুপাৰফুড। গ্ৰীষ্মকালৰ আটাইতকৈ উপকাৰী ফল। অমিতাই হৃদ ৰোগ হোৱাৰ সম্ভাৱনা কমাই ৰাখে। অমিতাই পেট চাফা কৰি ৰাখে। ছাল ভালে ৰখাতো সহায় কৰে।

লগতে পঢ়ক শোকস্তব্ধ ৰ’ণাল্ডোৰ পৰিয়াল : ৰ’ণাল্ডো-জৰ্জিয়াৰ পুত্ৰ সন্তানৰ মৃত্যু

আনাৰস

আনাৰসৰ আছে বহুতো গুণ, আপুনি গৰমত আনাৰস খালে আপোনাৰ শৰীৰে যথেষ্ট  সুফল লাভ কৰিব। আনাৰসে হজম শক্তি বৃদ্ধি কৰে। লগতে ৰোগ প্ৰতিৰোধ কৰিব পৰা শক্তিও বৃদ্ধি কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamsummer days fruitsSummer fruits
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা
জীৱনশৈলী

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

October 4, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

October 1, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
হতাশাৰ পৰা মুক্তি পাবলৈ কি কি কৰিব?

হতাশাৰ পৰা মুক্তি পাবলৈ কি কি কৰিব?

বিবাহস্থলীতে দৰাৰ গালত দুটা পূৰ্ণতীয়া চৰ কইনাৰ, কিয় দিলে এই চৰ? চাওক ভিডিঅ’

বিবাহস্থলীতে দৰাৰ গালত দুটা পূৰ্ণতীয়া চৰ কইনাৰ, কিয় দিলে এই চৰ? চাওক ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.