• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহস্থলীতে দৰাৰ গালত দুটা পূৰ্ণতীয়া চৰ কইনাৰ, কিয় দিলে এই চৰ? চাওক ভিডিঅ’

বিবাহস্থলীতে দৰাৰ গালত দুটা পূৰ্ণতীয়া চৰ কইনাৰ, কিয় দিলে এই চৰ? চাওক ভিডিঅ’

4 years ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

16 minutes ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

52 minutes ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

1 hour ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

2 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

2 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

3 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

4 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

5 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

17 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

17 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিবাহস্থলীতে দৰাৰ গালত দুটা পূৰ্ণতীয়া চৰ কইনাৰ, কিয় দিলে এই চৰ? চাওক ভিডিঅ’

editor by editor
April 19, 2022
in বিবিধ, ভাৰত
0
বিবাহস্থলীতে দৰাৰ গালত দুটা পূৰ্ণতীয়া চৰ কইনাৰ, কিয় দিলে এই চৰ? চাওক ভিডিঅ’
0
SHARES
521
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এতিয়া বিবাহৰ বতৰ৷ কেৱল অসমতে নহয়, দেশৰ বিভিন্ন প্ৰান্ততো বৈশাখীৰ সময়ছোৱাত বিবাহৰ পয়োভৰ দেখা গৈছে৷ এই বিবাহৰ মাজতে সামাজিক মাধ্যমত বিবাহৰ বিভিন্ন ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে৷

ভাইৰেল হোৱা ভিডিঅ’সমূহত বিবাহস্থলীৰ ভাল লগা মুহূৰ্তৰ লগতে বিভিন্ন ৰঙীয়াল আৰু হাস্যোদ্দীপক দৃশ্যও দেখা গৈছে৷ কিন্তু তাৰ মাজতে এনে ভিডিঅ’ ভাইৰেল হৈছে, যিটো ভিডিঅ’ৱে সমগ্ৰ দেশৰ সংবাদ মাধ্যমতে চৰ্চা লাভ কৰিছে৷

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে অথিতিৰে পূৰ্ণ এখন বিবাহস্থলী৷ বিবাহ মঞ্চত হাতত বৰমালা লৈ আছে দৰা আৰু কইনাই৷ দৰাই কইনাক বৰমালা পিন্ধোৱাৰ সময়তে ঘটিল এটা অঘটন৷ হঠাতে কইনাই দৰাৰ গালত দুটা পূৰ্ণহতীয়া চৰ শোধাই উপস্থিত অথিতিয়ে তলকিব পৰাৰ পূৰ্বে মঞ্চৰ তললৈ নামি আহে৷

লগতে  পঢ়ক গৰম দিনত কি কি ফলে আপোনাৰ শৰীৰ সতেজ কৰি ৰাখিব?

এই  ভিডিঅ’টো সামাজিক মাধ্যম টুইটাৰত শ্বেয়াৰ কৰিছে উত্তৰ প্ৰদেশৰ এগৰাকী সাংবাদিক পিয়ুষ ৰাজে৷ সাংবাদিক পিয়ুষ ৰাজে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে ভিডিঅ’টো উত্তৰ প্ৰদেশৰ হামীৰপুৰৰ৷ তেওঁ উল্লেখ কৰা মতে জয়মালা পিন্ধোৱাৰ সময়তে কইনাই দৰাৰ গালত দুটা প্ৰচণ্ড চৰ শোধোৱাৰ কাৰণ হ’ল তেওঁ দৰাক পছন্দ কৰা নাছিল৷

In UP’s Hamirpur, a video of a bride slapping the groom on stage during “jaimal” ceremony on Sunday has surfaced. Details on what triggered this outburst are still sketchy but a relative from groom’s side claims bride “didn’t like” the groom. pic.twitter.com/LjbSKmy0OD

— Piyush Rai (@Benarasiyaa) April 18, 2022

তেওঁ দৰা কইনাৰ পৰিচয় প্ৰকাশ কৰা নাই যদিও সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে কইনাগৰাকীৰ নাম হৈছে ৰীণা৷ ৰীণাই নিজৰ অসন্মতিত ৰবিকান্ত আহিৱাৰৰ সৈতে বিবাহপাশত বহিবলৈ বাধ্য হৈছিল৷ সেয়ে মালা পিন্ধোৱাৰ সময়ত ৰীণাই খঙত একোনাই হৈ দৰাক দুটাকৈ পূৰ্ণহতীয়া চৰ শোধায়৷

লগতে  পঢ়ক লোভত মৰিল বৰশীৰ মাছ! ৭.৫ লাখ টকাৰ লোভত হেৰুওৱালে ১৬ লাখ টকা

ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় আৰক্ষীয়ে বিবাহস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷

ইফালে সামাজিক মাধম্যত ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে বিভিন্নজনে বিভিন্ন মন্তব্য কৰা দেখা গৈছে৷ এজনে কৈছে যে যুৱতীগৰাকীয়ে চৰ শোধাই ভুল কৰিছে৷ তেওঁৰ এই বিবাহৰ প্ৰতি সন্মতি নাছিল যদি নিজৰ অভিভাৱকক সেয়া বুজাই বিবাহখন বাতিল কৰিব লাগিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!
জীৱনশৈলী

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

September 10, 2026
Next Post
‘হয় আত্মসপৰ্ণ কৰা নহয় মৃত্যুক বাছি লোৱা’, ৰাছিয়াৰ শেষ সকীয়নি!

‘হয় আত্মসপৰ্ণ কৰা নহয় মৃত্যুক বাছি লোৱা’, ৰাছিয়াৰ শেষ সকীয়নি!

এমাহৰ পিছতে বিয়া : ভাবী স্বামীৰ ডিঙিত ছুৰিকাঘাত কইনাৰ! কিন্তু কিয়?

এমাহৰ পিছতে বিয়া : ভাবী স্বামীৰ ডিঙিত ছুৰিকাঘাত কইনাৰ! কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.