• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰকৃত সোণ-ৰূপৰ ফুলেৰে আলিয়াৰ বিয়াৰ পোছাক কোনে প্ৰস্তুত কৰিছিল?

প্ৰকৃত সোণ-ৰূপৰ ফুলেৰে আলিয়াৰ বিয়াৰ পোছাক কোনে প্ৰস্তুত কৰিছিল?

4 years ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

5 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

5 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

6 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

7 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

7 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

8 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

9 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

10 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

11 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

12 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰকৃত সোণ-ৰূপৰ ফুলেৰে আলিয়াৰ বিয়াৰ পোছাক কোনে প্ৰস্তুত কৰিছিল?

editor by editor
April 18, 2022
in চিনেমা, ফেশ্বন, বিনোদন
0
প্ৰকৃত সোণ-ৰূপৰ ফুলেৰে আলিয়াৰ বিয়াৰ পোছাক কোনে প্ৰস্তুত কৰিছিল?
0
SHARES
219
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৱা ১৪ এপ্ৰিলত বি-টাউনৰ বহু প্ৰতীক্ষিত ৰণবীৰ-আলিয়াৰ বিবাহখন সম্পন্ন হৈ যায়৷ বিবাহখন সম্পন্ন হোৱাৰ চাৰিটা দিন অতিক্ৰম কৰাৰ পিছতো তেওঁলোকৰ বিবাহকলৈ চলা চৰ্চাৰ টুটি যোৱা নাই, বৰং বৃদ্ধি পোৱাহে দেখা গৈছে৷

এইবাৰ আলিয়া-ৰণবীৰৰ বিবাহৰ পোছাক ডিজাইনক লৈ চৰ্চা আৰম্ভ হৈছে৷ সামাজিক মাধ্যমত প্ৰকাশ পোৱা মতে আলিয়া-ৰণবীৰৰ বিবাহৰ বিশেষ অনুষ্ঠান মেহেন্দি অনুষ্ঠানত পৰিধান কৰা পোছাকযোৰৰ ডিজাইনক লৈ বিশেষভাৱে চৰ্চা লাভ কৰিছে৷

সকলোৱে এক মুখে স্বীকাৰ কৰিছে যে মেহেন্দি অনুষ্ঠানত আলিয়া ভাট্টে পৰিধান কৰা গোলপীয়া ৰঙৰ পোছাক লেহেংগাযোৰ ডিজাইন কৰিছিল বলিউদৰ বলীউডৰ বিখ্যাত ডিজাইনাৰ মনীষ মালহোত্ৰায়ে৷

লগতে পঢ়ক ‘লাইফ অৱ পাই’, নাওৰ পৰাই জঁপিয়ালে ঢেকীয়াপতীয়া বাঘে, চাওক ভিডিঅ’

ডিজাইনাৰ মনীষ মালহোত্ৰাই ইয়াৰ ফটো শ্বেয়াৰ কৰি এই লেহেংগাযোৰ কেনেকৈ প্ৰস্তুত কৰিছে সেই বিষয়েও প্ৰকাশ কৰিছে। মালহোত্ৰাই লগতে কয় যে এই লেহেংগাত সোণ আৰু ৰূপৰ এম্ব্ৰইডাৰী কৰা হৈছে।

মনীষ মালহোত্ৰাই আলিয়া ভাট্টৰ এই পোছাকৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰি আলিয়া ভাট্টৰ নতুন জীৱনৰ বাবে শুভকামনাও জনাইছে।

লগতে পঢ়়ক কৃষকক গাড়ীৰে মহটিয়াই হত্যা : কেন্দ্ৰীয় মন্ত্ৰী পুত্ৰৰ জামিন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

মনীষ মালহোত্ৰা ৱৰ্ল্ডে সামাজিক মাধ্যমত লিখিছে, ‘‘আলিয়াই এযোৰ ছাষ্টেইনেবল কাষ্টমাইজড ট্ৰাউছেট বাছনি কৰিছিল। ইয়াত ১৮০ টা পেচ্ছৰ কাম কৰা হৈছিল। ইয়াক আলিয়াৰ মেহেন্দি অনুষ্ঠানৰ বাবে অতি বিশেষভাৱে প্ৰস্তুত কৰা হৈছিল।’’

মনীষে আৰু লিখিছে, ‘‘আলিয়াৰ পোছাক কাশ্মীৰী আৰু চিকনকাৰী সূতাৰে তৈয়াৰ কৰা হৈছে। এই ফুচিয়া গুলপীয়া লেহেংগাযোৰ মিজৱান ৱেলফেয়াৰ ছচাইটীৰ ৩০০০ মহিলাই এম্ব্ৰইডাৰী কৰিছে। ইয়াৰ ব্লাউজত প্ৰকৃত সোণ আৰু ৰূপ আৰু কোৰা ফুল আছে। এই লেহেংগাত কচ্ছ (গুজৰাট)ৰ পুৰণি সোণৰ ধাতুৰ চিকুইনছ আছে।’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Alia-Ranbir weddingasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত
বিনোদন

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

October 15, 2026
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে
বিনোদন

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

October 15, 2026
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা
ভাৰত

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

October 14, 2026
Next Post
আহিব নেকি তৃতীয়টো ঢৌ! একেদিনাই দেশত ৯০ শতাংশ কোভিড আক্ৰান্তৰ বৃদ্ধি

আহিব নেকি তৃতীয়টো ঢৌ! একেদিনাই দেশত ৯০ শতাংশ কোভিড আক্ৰান্তৰ বৃদ্ধি

ৰঙালী বিহুৰ উছাহৰ মাজতে কিশোৰীক ধৰ্ষণ! পলাতক অভিযুক্ত

ৰঙালী বিহুৰ উছাহৰ মাজতে কিশোৰীক ধৰ্ষণ! পলাতক অভিযুক্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.