• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাল চাকৰি ওলাইছেঃ মাহে পাব ১লাখৰো অধিক দৰমহা…

ভাল চাকৰি ওলাইছেঃ মাহে পাব ১লাখৰো অধিক দৰমহা…

2 years ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

28 minutes ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

56 minutes ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

2 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

3 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

3 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

4 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

5 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

5 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

6 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

7 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

9 hours ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ভাল চাকৰি ওলাইছেঃ মাহে পাব ১লাখৰো অধিক দৰমহা…

এয়াৰপৰ্ট অথৰিটী অৱ ইণ্ডিয়া (AAI)ই লৈ আহিছে দেশৰ নৱপ্ৰজন্মৰ বাবে লৈ আহিছে এই ভাল খবৰটো

editor by editor
December 22, 2023
in Uncategorized
0
ভাল চাকৰি ওলাইছেঃ মাহে পাব ১লাখৰো অধিক দৰমহা…
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ চাকৰি ওলাইছে! মাহে লাখ টকা দৰমহা পোৱা চাকৰি। শেহতীয়াকৈ এয়াৰপৰ্ট অথৰিটী অৱ ইণ্ডিয়া (AAI)ই লৈ আহিছে দেশৰ নৱপ্ৰজন্মৰ বাবে লৈ আহিছে এই ভাল খবৰটো।এয়াৰপৰ্ট অথৰিটী অৱ ইণ্ডিয়াই প্ৰায় ১১৯টা পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এয়াৰপৰ্ট অথৰিটী অৱ ইণ্ডিয়াৰ ৱেবচাইট aai.aero ত উল্লেখ কৰা অনুসৰি, আবেদনকাৰীৰ বয়স ২০ ডিচেম্বৰ ২০২৩ৰ লৈকে ১৮ৰ পৰা ৩০বছৰ হোৱাটো বাঞ্চনীয়।

প্ৰাপ্ত খবৰ অনুসৰি, এই লোভনীয় দৰমহাৰ পদৰ বাবে আবেদন প্ৰক্ৰিয়া ২৭ডিচেম্বৰৰ পৰা আৰম্ভ হৈ ২০২৪ৰ ২৬জানুৱাৰীত অন্ত পৰিব। আবেদনৰ বাবে আবেদনকাৰীয়ে ১০০০টকাৰ ডাফ্ট কাটিব লাগিব। আনহাতে মহিলা, এছ চি, এছ টি, শাৰিৰিকভাৱে বিশেষ সক্ষম আৰু প্ৰাক্তন সৈনিকৰ ক্ষেত্ৰত এই ১০০০টকাৰ ভৰ্তি মাচুল ৰেহাই প্ৰদান কৰা হব বুলি এয়াৰপৰ্ট অথৰিটী অৱ ইণ্ডিয়াৰ ৱেবচাইটত উল্লেখ আছে।

এই পদসমূহৰ মাহিলী দৰমহা ৭০হাজাৰৰ পৰা আৰম্ভ হৈ ১.১০লাখ টকা। আগ্ৰহী সকলে সবিশেষ জানিবলৈ এয়াৰপৰ্ট অথৰিটী অৱ ইণ্ডিয়া (AAI)ৰ ৱেবচাইটত ভিজিট কৰিব পাৰে।

ক্লিক কৰি পঢ়কঃ

https://asomlive24.com/govt-cuts-down-lpg-cylinder-rates-to-39-rupees-know-latest-price/

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
Next Post
এয়াই অভিনেতাৰ জীৱনঃ পিতৃক মুখাগ্নি কৰিয়েই উঠিব লগা হ’ল মঞ্চত…

এয়াই অভিনেতাৰ জীৱনঃ পিতৃক মুখাগ্নি কৰিয়েই উঠিব লগা হ'ল মঞ্চত...

অসম পুলিচ READY! থাৰ্টী ফাষ্টত ভুলতো নকৰিব এই কাম…

অসম পুলিচ READY! থাৰ্টী ফাষ্টত ভুলতো নকৰিব এই কাম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.