• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম পুলিচ READY! থাৰ্টী ফাষ্টত ভুলতো নকৰিব এই কাম…

অসম পুলিচ READY! থাৰ্টী ফাষ্টত ভুলতো নকৰিব এই কাম…

3 years ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

8 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

8 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

9 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

10 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

10 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

11 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

11 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

12 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

13 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

13 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

14 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসম পুলিচ READY! থাৰ্টী ফাষ্টত ভুলতো নকৰিব এই কাম…

ডেৰ শতাধিক ব্ৰেথ এনালাইজাৰ লৈ সাজু হৈছে অসম আৰক্ষীৰ লগতে পৰিবহণ বিভাগ

editor by editor
December 22, 2023
in অসম
0
অসম পুলিচ READY! থাৰ্টী ফাষ্টত ভুলতো নকৰিব এই কাম…
0
SHARES
434
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ সাৱধান! নতুন বছৰত অত্যাধিক মদ খোৱাৰ প্লেন নকৰিব। যদিহে কৰিছে তেন্তে বাহন লৈ ৰাস্তালৈ ওলাই যোৱাৰ দৰে মাৰাত্মক ভুল কেতিয়াও নকৰিব। কিয়নো মদ্যপান কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ ককালত টঙালি বান্ধিছে অসম আৰক্ষীয়ে। মদ্যপান কৰি বাহন চলোৱা চালকক ধৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু অসম আৰক্ষী আৰু পৰিবহন বিভাগ।

ইতিমধ্যে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অসম আৰক্ষী আৰু পৰিবহন বিভাগক সকলো দিশৰ পৰা সাজু হৈ থাকিবলৈ আনুষ্ঠানিক নিৰ্দেশ প্ৰদান কৰিছে। থাৰ্টী ফাষ্ট আৰু নৱবৰ্ষৰ পহিলা দিনকেইটাত ৰাজ্যৰ চুকে-কোণে ঘূৰিব আৰক্ষীৰ ইন্টাৰচেপ্টৰ বাহন। ইফালে সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত চেকিঙৰ বাবে ডেৰ শতাধিক ব্ৰেথ এনালাইজাৰ লৈ সাজু হৈছে অসম আৰক্ষীৰ লগতে পৰিবহণ বিভাগ।

ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানেও এই দিশটোৰ প্ৰতি অসম আৰক্ষী যথেষ্ট কঠোৰ হব বুলি সংবাদমাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছে। তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি, আজিৰে পৰা অসম আৰক্ষীত ১০খন নতুন ইন্টাৰচেপ্টৰ বাহন সংযোজন কৰা হৈছে।  ইফালে ডেৰ শতাধিক ব্ৰেথ এনালাইজাৰৰ ভিতৰত কামৰূপ মেট্ৰৰ বাবে ১০টা ব্ৰেথ এনালাইজাৰ ৰখা হৈছে বুলি সদৰি কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন
অসম

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

October 13, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ
অসম

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

October 12, 2026
Next Post
সোণতকৈ বেচি এটা চেঙা মাছৰ দামঃ কিয় বিদেশত ইমান দামী চেঙা মাছ, পঢ়ক সবিশেষ…

সোণতকৈ বেচি এটা চেঙা মাছৰ দামঃ কিয় বিদেশত ইমান দামী চেঙা মাছ, পঢ়ক সবিশেষ...

আজৱ, আচৰিতঃ ধলাত এগৰাকী মহিলাই একেলগে জন্ম দিলে ৪টি কন্যা শিশু…

আজৱ, আচৰিতঃ ধলাত এগৰাকী মহিলাই একেলগে জন্ম দিলে ৪টি কন্যা শিশু...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.