• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াই অভিনেতাৰ জীৱনঃ পিতৃক মুখাগ্নি কৰিয়েই উঠিব লগা হ’ল মঞ্চত…

এয়াই অভিনেতাৰ জীৱনঃ পিতৃক মুখাগ্নি কৰিয়েই উঠিব লগা হ’ল মঞ্চত…

3 years ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

3 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

3 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

3 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

4 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

5 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

6 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

6 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

7 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

7 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

8 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

9 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এয়াই অভিনেতাৰ জীৱনঃ পিতৃক মুখাগ্নি কৰিয়েই উঠিব লগা হ’ল মঞ্চত…

পিতৃহীন হোৱাৰ অবুজ বেদনা বুকুত বান্ধি লৈ ভ্ৰাম্যমাণৰ মঞ্চ কপালে এগৰাকী অভিনেতাই

editor by editor
December 22, 2023
in অসম, বিনোদন
0
এয়াই অভিনেতাৰ জীৱনঃ পিতৃক মুখাগ্নি কৰিয়েই উঠিব লগা হ’ল মঞ্চত…
0
SHARES
55.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ পিতৃহীন হোৱাৰ অবুজ বেদনা বুকুত বান্ধি লৈ ভ্ৰাম্যমাণৰ মঞ্চ কপালে এগৰাকী অভিনেতাই। নিজৰ কামৰ প্ৰতি থকা নিষ্ঠা আৰু অভিনয়ৰ প্ৰতি থকা পৰম হেপাঁহৰ বাবেই হয়তো এয়া সম্ভৱ হল। পিতৃহীন হোৱাৰ দিনটোতে আছিল তেওঁৰ ওপজা দিন। জন্মদিনত হিয়াভৰা শুভেচ্ছাৰে উপচাই পেলাইছিল শুভাকাংক্ষীয়ে আৰু আনফালে ৰাতিপুৱা পত্নীৰ পৰা অহা খবৰটোৱে যেন মুখৰ মাত হেৰাই পেলালে এগৰাকী অভিনেতাৰ ৷ এগৰাকী অভিনেতাৰ মঞ্চৰ অভিনয়ৰ পিছত বাস্তৱত ঘটিল এই শোকাৱহ ঘটনা।

পিতৃ এই সংসাৰত নথকাৰ খবৰ লাভ কৰাৰ পিছতো বুকুত সাহস গোটাই দুঘণ্টা সময় নিজৰ চাৰিচকীয়া বাহন চলাই উপস্থিত হ’ল নিজ বাসগৃহত৷ নলবাৰী জিলাৰ পূৱ বনগাঁও নিবাসী ভ্ৰাম্যমাণ জগতৰ এগৰাকী সুদক্ষ অভিনেতা নিৰ্মল দত্ত৷ এগৰাকী সুদক্ষ অভিনেতা হিচাপে ইতিমধ্যে দত্তই নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে৷

যোৱা বৃহস্পতিবাৰে এই গৰাকী বিশিষ্ট অভিনেতাৰ আছিল ওপজা দিন৷ এই ওপজা দিনটোত শুভাকাংক্ষীৰ শুভেচ্ছাৰে উপচাই পেলোৱা হৈছিল বিশিষ্ট অভিনেতা জনক৷ কিন্তু ওপজা দিনটোতে ৰাতিপুৱা পত্নীৰ পৰা লাভ কৰিছিল দুঃসংবাদটো৷  পত্নীৰ পৰা এই সংবাদটো লাভ কৰি ওদালগুৰিত চলি থকা ৰাজমুকুট থিয়েটাৰৰ পৰা পোনে পোনে আহি নিজ বাসগৃহত উপস্থিত হৈ পিতৃৰ মুখাগ্নি কৰি পুনৰ উভতি যায় ৰাজমুকুট থিয়েটাৰ স্থলীলৈ৷

তাৰ পিছতে অভিনেতা গৰাকীয়ে বুকুত সাহস বান্ধি পত্নী তথা শুভাকাংক্ষীৰ সাহস তথা মৰমলৈ ৰাজমুকুট থিয়েটাৰৰ “ব্ৰক্ষ্মচাৰী” নাটকত বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ মাজত আলোড়ন তোলে৷ বৰ্তমানো অভিনেতা নিৰ্মল দত্ত  ওদালগুৰিতে আছে৷ পিতৃহীন হোৱা অভিনেতাগৰাকীক সকলো সতীৰ্থই সান্ত্বনা দিয়াৰ লগতে তেওঁৰ অভিনয়ৰ প্ৰতি থকা নিষ্ঠাক চেল্যুট জনাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ
ভাৰত

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

September 22, 2026
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Next Post
অসম পুলিচ READY! থাৰ্টী ফাষ্টত ভুলতো নকৰিব এই কাম…

অসম পুলিচ READY! থাৰ্টী ফাষ্টত ভুলতো নকৰিব এই কাম...

সোণতকৈ বেচি এটা চেঙা মাছৰ দামঃ কিয় বিদেশত ইমান দামী চেঙা মাছ, পঢ়ক সবিশেষ…

সোণতকৈ বেচি এটা চেঙা মাছৰ দামঃ কিয় বিদেশত ইমান দামী চেঙা মাছ, পঢ়ক সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.