• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচ্ছেদত প্ৰেম জানো শেষ হয়! আমিৰ-কিৰণ-ৰীণাই আজিও একেলগে আড্ডা দিয়ে, মাজে মাজে নৈশভোজ, বিচ্ছেদক কেনেকৈ গ্ৰহণ কৰিব বুজাই ক’লে কিৰণ ৰাওৱে

বিচ্ছেদত প্ৰেম জানো শেষ হয়! আমিৰ-কিৰণ-ৰীণাই আজিও একেলগে আড্ডা দিয়ে, মাজে মাজে নৈশভোজ, বিচ্ছেদক কেনেকৈ গ্ৰহণ কৰিব বুজাই ক’লে কিৰণ ৰাওৱে

2 years ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

18 minutes ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

1 hour ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

1 hour ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

3 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

3 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

4 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

5 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

5 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

6 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

7 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

8 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিচ্ছেদত প্ৰেম জানো শেষ হয়! আমিৰ-কিৰণ-ৰীণাই আজিও একেলগে আড্ডা দিয়ে, মাজে মাজে নৈশভোজ, বিচ্ছেদক কেনেকৈ গ্ৰহণ কৰিব বুজাই ক’লে কিৰণ ৰাওৱে

editor by editor
February 4, 2024
in জীৱনশৈলী, বিনোদন, ভাৰত, শিক্ষা
0
বিচ্ছেদত প্ৰেম জানো শেষ হয়! আমিৰ-কিৰণ-ৰীণাই আজিও একেলগে আড্ডা দিয়ে, মাজে মাজে নৈশভোজ, বিচ্ছেদক কেনেকৈ গ্ৰহণ কৰিব বুজাই ক’লে কিৰণ ৰাওৱে
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লগানৰ ছেটত একেলগে দেখা গৈছে আমিৰ খান আৰু কিৰণ ৰাওক। বিচ্ছেদৰ পাছতো আমিৰ, কিৰণ, ৰীণা দত্তৰ সম্পৰ্কক বহুতেই প্ৰশংসা কৰিছে। দীৰ্ঘ ১৫ বছৰীয়া দাম্পত্য জীৱনত হঠাতেই কিৰণ আৰু আমিৰে দিছিল দুয়োৰে বিচ্ছেদৰ খবৰ। এই বিচ্ছেদত নাছিল কোনো কাজিয়া নতুবা মতবিৰোধৰ ভাইৰেল খবৰ। আমিৰ খান আৰু কিৰণ ৰাওৰ মাজৰ বুজাপৰা ৰীণা আমিৰতকৈয়ো বিশেষ।

বহুতে কয়, সঁচায়ে কিৰণ আমিৰ অন্য ধাতুৰে গঢ়া। আজিও দুয়োৰে মাজত বন্ধুত্বৰ সম্পৰ্ক অটুত আছে। ভাইৰেল খবৰ অনুসৰি কিৰণৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই ৰীণা আৰু আমিৰৰ মাজত বিচ্ছেদ হৈছিল। প্ৰাক্তন পত্নী ৰীণা দত্তৰ সৈতে বিচ্ছেদৰ কেইবাবছৰ পাছতেই ২০০৫ চনত কিৰণৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আমিৰ খান। বিচ্ছেদ মানেই দুয়োৰে প্ৰেমৰ সম্পৰ্ক শেষ তেনে নহয়। আমিৰৰ পৰা প্ৰত্যেকেই ল’ব পাৰে জীৱন সম্পৰ্কীয় সেই শিক্ষা।

কেনেকৈ কিৰণ-আমিৰৰ মাজত বিচ্ছেদৰ পাছতো সম্পৰ্কৰ এনাজৰী অটুত হৈ আছে নিজেই জনাইছে কিৰণে। দুবাৰ বিবাহপাশত আৱদ্ধ আমিৰৰ দুবাৰেই বিয়া ভাঙিছে। ৰীণা আমিৰৰ কন্য ইৰাৰ বিবাহতো আমিৰৰ পৰিয়ালক একেলগে দেখা গৈছে। ইৰাৰ হালধী অনুষ্ঠানত ৰীণা আৰু কিৰণে একেই কাপোৰ পিন্ধি বিবাহবাহৰত উপস্থিত আছিল। বিবাহৰ অনুষ্ঠানৰ তদাৰকিৰ দায়িত্বও নিজেই লৈছিল কিৰণে।

বিবাহৰ পূৰ্বে ইৰাৰ বাবে গীতো গাইছে আমিৰৰ প্ৰাক্তন পত্নী কিৰণে। বিবাহৰ সম্পৰ্ক শেষ হ’লেও এজনৰ প্ৰতি আনজনৰ আছে অগাধ শ্ৰদ্ধা, সন্মান আৰু ভালপোৱা। এই ভালপোৱাৰ প্ৰমাণো বাৰে বাৰে দিছে আমিৰে। এই সন্দৰ্ভত কিৰণে কৈছে, ‘বিয়াহে ভাঙিছে, সম্পৰ্ক শেষ হোৱা নাই। আমি এটা পৰিয়ালৰেই মানুহ। আমি একেটা ঘৰতেই থাকো।’ আমিৰৰ প্ৰথমা পত্নী ৰীণা আৰু কিৰণৰ মাজত আছে বন্ধুত্বপূৰ্ণ সম্পৰ্ক। কেৱল সেয়াই নহয়, আমিৰ কিৰণ আৰু ৰীণা একেটা ঘৰতেই থাকে। সপ্তাহৰ এটা দিন আটায়ে একেলগে নৈশভোজো ৰাখে। কিৰণে এই সন্দৰ্ভত কয়, ‘ৰীণাৰ সৈতে মোৰ সম্পৰ্ক খুবেই ব্যক্তিগত। আমি আমিৰক বাদ দি একেলগে খুব ভাল সময় কটাও। একে ঘৰতেই থাকো। আমাৰ মানসিকতাৰো বহুত মিল আছে। বিচ্ছেদ মানেই শেষ নহয়, এয়া এক অন্য সম্পৰ্কৰ আৰম্ভণিহে মাত্ৰ। আমি এতিয়া বন্ধুত্বৰ সম্পৰ্কেৰে সুখী জীৱন কটাই আছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ
জীৱনশৈলী

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

April 11, 2026
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত
জীৱনশৈলী

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

April 11, 2026
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 11, 2026
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?
বিশ্ব

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

April 11, 2026
Next Post
সপ্তাহৰ প্ৰথম দিনাই সৰ্বাৰ্থ সিদ্ধি যোগ, কাইলৈ মহাদেৱৰ আশীৰ্বাদত ভাগ্য খুলিব এই ৫ ৰাশিৰ

সপ্তাহৰ প্ৰথম দিনাই সৰ্বাৰ্থ সিদ্ধি যোগ, কাইলৈ মহাদেৱৰ আশীৰ্বাদত ভাগ্য খুলিব এই ৫ ৰাশিৰ

কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুজৱ! হঠাৎ শুভমনক উদ্দেশ্যি বিশেষ বাৰ্তা দিলে শচীন তেণ্ডুলকাৰে

কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুজৱ! হঠাৎ শুভমনক উদ্দেশ্যি বিশেষ বাৰ্তা দিলে শচীন তেণ্ডুলকাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.