• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুজৱ! হঠাৎ শুভমনক উদ্দেশ্যি বিশেষ বাৰ্তা দিলে শচীন তেণ্ডুলকাৰে

কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুজৱ! হঠাৎ শুভমনক উদ্দেশ্যি বিশেষ বাৰ্তা দিলে শচীন তেণ্ডুলকাৰে

2 years ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

9 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

10 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

11 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

12 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

13 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

13 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

14 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

15 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

15 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

16 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুজৱ! হঠাৎ শুভমনক উদ্দেশ্যি বিশেষ বাৰ্তা দিলে শচীন তেণ্ডুলকাৰে

editor by editor
February 4, 2024
in ক্ৰীড়া, বিবিধ, ভাৰত
0
কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুজৱ! হঠাৎ শুভমনক উদ্দেশ্যি বিশেষ বাৰ্তা দিলে শচীন তেণ্ডুলকাৰে
0
SHARES
15.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশাখাপত্তনমত ইংলেণ্ডৰ বিৰুদ্ধে শতৰানৰ পাছত শুভমন গীলক বিশেষ বাৰ্তা দিছে শচীন তেণ্ডুলকাৰে। ছাৰা তেণ্ডুলকাৰৰ সৈতে শুভমনৰ প্ৰেমৰ জল্পনা বহুদিন ধৰিয়েই চলি আছে। অৱশ্যে বৰ্তমানলৈকে দুজনেই এই বিষয়টোক স্বীকাৰ কৰি লোৱা নাই। শচীনেও এই বিষয়ে কোনো মন্তব্য কৰা নাই। তেওঁ শুভমনক উদ্দেশ্যি দিছে ইনিংছৰ বাৰ্তা।

https://x.com/sachin_rt/status/1754068510115057922?s=20

১১ মাহৰ পাছত শতৰান কৰিছে শুভমনে। সেই ইনিংছৰ পাছত এক্স হেণ্ডেলত শচীনে কৈছে, ‘শুভমনৰ এই ইনিংছৰ পৰাই বুজা গৈছে শুভমনযে এজন দক্ষ ক্ৰিকেটাৰ। এই শতৰানৰ বাবে শুভমনক শুভেচ্ছা।’ নিজৰ বাৰ্তাৰ সৈতে শুভমনৰ উল্লাসৰ মুহূৰ্তৰ ছবিও শ্বেয়াৰ কৰিছে শচীনে। ১১ মাহৰ পাছত এই শতৰান শুভমনৰ। কেইবাখনো মেচত ৰান কৰিব পৰা নাছিল শুভমনে। ১২টা ইনিংছৰ পাছত টেষ্টত অৰ্ধশতৰান কৰিছে শুভমনে।

বিগত মাৰ্চত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আহমেদাবাদত শতৰান কৰিছিল শুভমনে। প্ৰায় এবছৰ পাছত ৫০ৰানৰ লক্ষ্য পাৰ কৰিছে শুভমনে। ১৪৭টা বলত ১০৪ ৰান কৰি আউট হয় শুভমন। মুঠ ১১ ট বাউণ্ডেৰী আৰু দুটা ছিক্স কোবাইছে শুভমনে। প্ৰথমে শ্ৰেয়ছ আৰু অক্ষৰক লৈ এই ইনিংছ গঢ়িবলৈ সক্ষম হৈছে। শুভমনৰ বেটৰ ভৰতেই দ্বিতীয় ইনিংছত ইংলেণ্ডৰ সন্মুখত বৃহৎ লক্ষ্য বান্ধি দিয়ে ভাৰতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়
বাণিজ্য

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

May 2, 2026
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!
জীৱনশৈলী

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

May 2, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

May 2, 2026
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী
বিনোদন

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

May 2, 2026
Next Post
‘হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ নক্ষত্ৰ আমিতো জোনাকী পৰুৱা!’ ঘৰৰ বন কৰা মহিলাগৰাকীক সুধিহে বিজেপিত যোগদান কমল মেধিৰ

'হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ নক্ষত্ৰ আমিতো জোনাকী পৰুৱা!’ ঘৰৰ বন কৰা মহিলাগৰাকীক সুধিহে বিজেপিত যোগদান কমল মেধিৰ

সৰস্বতী পূজাৰ দিনাই মোদীৰ হাতেৰে উদ্বোধন হ’ব মুছলমান দেশৰ প্ৰথমটো বৃহৎ হিন্দু মন্দিৰ, চাওক মন্দিৰৰ কেইখনমান বিশেষ ফটো

সৰস্বতী পূজাৰ দিনাই মোদীৰ হাতেৰে উদ্বোধন হ’ব মুছলমান দেশৰ প্ৰথমটো বৃহৎ হিন্দু মন্দিৰ, চাওক মন্দিৰৰ কেইখনমান বিশেষ ফটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.