• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ নক্ষত্ৰ আমিতো জোনাকী পৰুৱা!’ ঘৰৰ বন কৰা মহিলাগৰাকীক সুধিহে বিজেপিত যোগদান কমল মেধিৰ

‘হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ নক্ষত্ৰ আমিতো জোনাকী পৰুৱা!’ ঘৰৰ বন কৰা মহিলাগৰাকীক সুধিহে বিজেপিত যোগদান কমল মেধিৰ

2 years ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

8 minutes ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

36 minutes ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

2 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

2 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

3 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

12 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

12 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

13 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

13 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

14 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

15 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ নক্ষত্ৰ আমিতো জোনাকী পৰুৱা!’ ঘৰৰ বন কৰা মহিলাগৰাকীক সুধিহে বিজেপিত যোগদান কমল মেধিৰ

editor by editor
February 5, 2024
in অসম, গুৱাহাটী, ৰাজনীতি
0
‘হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ নক্ষত্ৰ আমিতো জোনাকী পৰুৱা!’ ঘৰৰ বন কৰা মহিলাগৰাকীক সুধিহে বিজেপিত যোগদান কমল মেধিৰ
0
SHARES
638
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত গেৰুৱা বসন পিন্ধিলে কমল কুমাৰ মেধিয়ে। কমলৰ টুপি পিন্ধাৰ পূৰ্বেই কমল মেধিয়ে কৰিছে কেইবাটাও বিশেষ মন্তব্য। কমলে কয়, ”মই বিজেপিলৈ আহোতে কাৰো পৰামৰ্শ লোৱা নাই। কোনো বুদ্ধিজীৱীৰ পৰামৰ্শ লোৱা নাই। বিজেপিত যোগদান কৰিছো গাওঁৰ ঘৰত কাম কৰা মহিলাজনীক সুধিছো। এটা সময়ত চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছিলো। এতিয়া সকলোতে কেৱল উন্নয়নৰ বাতৰি।’

বিজেপিলৈ আহিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে কমল কুমাৰ মেধি। মুখ্যমন্ত্ৰীৰ প্ৰতিটো কথাই পৰ্যবেক্ষণ কৰিহে বিজেপিলৈ আহিছে কমল বুলিও তেওঁ মন্তব্যত উল্লেখ কৰিছে। কমলে কয়, ‘মোক যিমান ট্ৰল কৰে কৰক। অসমৰ উন্নয়নৰ বাবে ৰাজনীতিত এটাই নাম আছে, তেঁৱেই হিমন্ত বিশ্ব শৰ্মা। এতিয়া বিজেপি নকৰি কি কৰিম? মই দল বাগৰিছো। কিন্ত কোনোৱে ১ টকা খোৱা বুলি ক’ব নোৱাৰে। কোনো উচ্চাকাংক্ষা মোৰ নাই। যি কাম দিয়ে সুচাৰুৰূপে কৰি দেখুৱাম। হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ নক্ষত্ৰ আমিতো জোনাকী পৰুৱা।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!
বিশ্ব

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

July 3, 2026
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য
বিশ্ব

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

July 2, 2026
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!
অপৰাধ

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

July 1, 2026
Next Post
সৰস্বতী পূজাৰ দিনাই মোদীৰ হাতেৰে উদ্বোধন হ’ব মুছলমান দেশৰ প্ৰথমটো বৃহৎ হিন্দু মন্দিৰ, চাওক মন্দিৰৰ কেইখনমান বিশেষ ফটো

সৰস্বতী পূজাৰ দিনাই মোদীৰ হাতেৰে উদ্বোধন হ’ব মুছলমান দেশৰ প্ৰথমটো বৃহৎ হিন্দু মন্দিৰ, চাওক মন্দিৰৰ কেইখনমান বিশেষ ফটো

এদিনৰ ইনকামেই শ শ কোটি! মাৰ্ক জুকাৰবাৰ্গৰ এদিনৰ উপাৰ্জনে চকু কঁপালত তুলিছে বিশ্বৰ সকলো উদ্যোগীৰ

এদিনৰ ইনকামেই শ শ কোটি! মাৰ্ক জুকাৰবাৰ্গৰ এদিনৰ উপাৰ্জনে চকু কঁপালত তুলিছে বিশ্বৰ সকলো উদ্যোগীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.