অসম লাইভ২৪ঃ
জিলা বিলুপ্তিকৰণক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া-
অসমীয়া জাতিটোৰ ভৱিষ্যতৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে
এই সিদ্ধান্তৰ বাবে মই ক্ষমা বিচাৰিছো
কিন্তু জাতিৰ স্বাৰ্থতেই লোৱা হৈছে এই সিদ্ধান্ত
সিদ্ধান্তৰ পূৰ্বে আছুৰ সৈতেও আলোচনা কৰিছো
আছুৱে প্ৰতিবাদ কৰি জাতিটোক বিপদতহে পেলাব
এআইইউডিএফ নে চৰকাৰৰ সৈতে থাকিব আছু?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ