• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শশুৰৰ ঘৰত অশান্তি! অভিষেকৰ সৈতে সম্পৰ্কত অৱনতি! ভঙাৰ পথত নেকি ঐশ্বৰ্যৰ দাম্পত্য জীৱন?

শশুৰৰ ঘৰত অশান্তি! অভিষেকৰ সৈতে সম্পৰ্কত অৱনতি! ভঙাৰ পথত নেকি ঐশ্বৰ্যৰ দাম্পত্য জীৱন?

3 years ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

3 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

3 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

4 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

5 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

5 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

6 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

8 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

8 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

9 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

10 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

11 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

শশুৰৰ ঘৰত অশান্তি! অভিষেকৰ সৈতে সম্পৰ্কত অৱনতি! ভঙাৰ পথত নেকি ঐশ্বৰ্যৰ দাম্পত্য জীৱন?

editor by editor
November 6, 2023
in চিনেমা, জীৱনশৈলী, ভাৰত
0
শশুৰৰ ঘৰত অশান্তি! অভিষেকৰ সৈতে সম্পৰ্কত অৱনতি! ভঙাৰ পথত নেকি ঐশ্বৰ্যৰ দাম্পত্য জীৱন?
0
SHARES
17.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১ নৱেম্বৰত ৫০ বছৰত ভৰি দিলে অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় বচ্চনে। কিন্তু এইবাৰৰ জন্মদিনত অকলশৰীয়াকৈ দেখা গ’ল বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্যক। কাষত কেৱল কন্যা আৰাধ্যা আৰু ঐশ্বৰ্যৰ মাতৃহে আছিল। নাছিল বচ্চন পৰিয়ালৰ এজনো সদস্য। আনকি স্বামী অভিষেক বচ্চনো। আনকি সামাজিক মাধ্যমযোগেও অভিনেত্ৰী ঐশ্বৰ্যক ওপজাদিনৰ ওলগ জনোৱা নাছিল বচ্চন পৰিয়ালৰ সদস্যই। অৱশ্যে স্বামী অভিষেকে দায়সৰা এটা পোষ্ট কৰিছে। তেওঁ পত্নীৰ এখন ফটো শ্বেয়াৰ কৰি শুভ জন্মদিন বুলি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।

দেওবাৰে মণীশ মলহোত্ৰাৰ ঘৰত দীপাৱলী উদযাপন অনুষ্ঠানত অকলেই উপস্থিত হয় ঐশ্বৰ্য। এই ছবি ভাইৰেল হোৱাৰ পাছতেই সকলোৰে মনত কৌতুহল। ক’লৈ গ’ল জুনিয়ৰ বচ্চন? অভিষেকৰ সৈতে সম্পৰ্কত দূৰত্ব আহিছে নেকি ঐশ্বৰ্যৰ? ২০০৭ চনত অমিতাভ বচ্চনৰ পুত্ৰ অভিষেকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ঐশ্বৰ্য। ১৫ বছৰৰো অধিক সময় ধৰি বচ্চন পৰিয়ালৰ বোৱাৰী হৈ আছে ঐশ্বৰ্য। ২০১১ চনত অভিষেক আৰু ঐশ্বৰ্যৰ মাজলৈ আহে কন্যা সন্তান আৰাধ্যা। বলীউডৰ অন্যতম নামজ্বলা পৰিয়ালৰ সদস্য প্ৰাক্তন বিশ্বসুন্দৰী ঐশ্বৰ্যৰ সংসাৰৰ কথাবোৰ প্ৰতিসময়তে নজৰত ৰাখে সংবাদমাধ্যমেও। পূৰ্বেও কেইবাবাৰো অভিষেক-ঐশ্বৰ্যৰ বিবাহবিচ্ছেদৰ খবৰ ভাইৰেল হৈছে। কিন্তু প্ৰত্যেকবাৰেই এই খবৰ ভুৱা হিচাপেই প্ৰমাণো হৈছে।

কিন্তু এইবাৰ ভাইৰেল হোৱা কথা মিছা নহয় বুলিয়েই বহুতে দাবীও কৰিছে। ২০১০ চনত এক সাক্ষাৎকাৰত অভিষেকে তেওঁৰ বৈবাহিক জীৱনক লৈ কৈছিল, ‘আমাৰ সদায়ে কাজিয়া হয়।’ অভিষেকে দাম্পত্য জীৱনক লৈ কৈছিল, ‘আমাৰ মাজত মূলত তৰ্ক হয় কিন্তু এয়া অশান্তি নহয়। আমি নিশাই সকলো কথা সমাধান কৰি লও।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে
বিনোদন

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

July 10, 2026
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

July 10, 2026
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
Next Post
এসময়ত পৰিয়ালক উপেক্ষা কৰিছিল প্ৰিয়ংকাই! এটা মাত্ৰ ঘটনাই সলাই দিলে দেশী গাৰ্লৰ চিন্তা

এসময়ত পৰিয়ালক উপেক্ষা কৰিছিল প্ৰিয়ংকাই! এটা মাত্ৰ ঘটনাই সলাই দিলে দেশী গাৰ্লৰ চিন্তা

২৪তেই মস্কোত শেষ হ’ব পুটিনৰাজ! অতি ঘনিষ্ঠই শেষ কৰিব পুটিনক? কোনে কৰিলে এই ভৱিষ্যতদ্বাণী?

২৪তেই মস্কোত শেষ হ’ব পুটিনৰাজ! অতি ঘনিষ্ঠই শেষ কৰিব পুটিনক? কোনে কৰিলে এই ভৱিষ্যতদ্বাণী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.