• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

4 months ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

3 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

4 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

4 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

4 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

5 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

5 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

6 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

7 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

8 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

9 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

10 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

editor by editor
June 5, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেহতীয়াকৈ বলীউডৰ অভিনেতা ববি দেওলে নিজৰ কেৰিয়াৰৰ প্ৰথম দিনৰ কিছু কাহিনী শ্বেয়াৰ কৰিছিল যিবোৰ নিমিষতে ভাইৰেল হৈ পৰে। সহ অভিনেতাৰ সৈতে কাজিয়াৰ পৰা আৰম্ভ কৰি চেটত বিভিন্ন দুষ্টামিলৈকে ববিৰ নাম বহুতৰে লগত জড়িত হৈ আহিছে।

বলীউডৰ অভিনেতা ববি দেওলে দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁৰ ভাবমূৰ্তি সম্পূৰ্ণ বেলেগ আছিল। শ্বুটিং স্থলীৰ ধেমালিবোৰৰ লগতে সহ অভিনেতাসকলক ঠাট্টা কৰাৰ বাবে তেওঁ পৰিচিত আছিল। ফলত তেওঁৰ বিষয়ে প্ৰায়ে এনে কাহিনী ওলাইছিল। শেহতীয়াকৈ ববি দেওলে তেওঁৰ চলচ্চিত্ৰ জীৱনৰ কিছুমান ঘটনা শ্বেয়াৰ কৰে, যিয়ে পুৰণি স্মৃতিবোৰ ঘূৰাই আনিছিল। শেহতীয়াকৈ তেওঁ টুইংকল খান্নাৰ সৈতে বিতৰ্ক আৰম্ভ কৰাৰ পিছত মনীষা কৈৰালাৰ সৈতে এটা বিশেষ দৃশ্যৰ শ্বুটিং কৰাৰ তিক্ত স্মৃতিৰ বিষয়ে মুকলিকৈ কয়।

ববি দেওলে আজিকালি কেৱল চিনেমাৰ বাবেই নহয়, অতীতৰ কিছু হাস্যকৰ ঘটনাৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ ‘আপ কি আদালাত’ অনুষ্ঠানত নিজৰ কেৰিয়াৰৰ আৰম্ভণিৰে পৰা কিছু হাস্যকৰ আৰু অচিনাকি কাহিনীৰ বিষয়ে ক’লে। তেওঁৰ ছবিত অভিনেত্ৰীক হাৰাশাস্তি কৰাৰ উৰাবাতৰিৰ কথাও কয়। কথা-বতৰাৰ মাজতে ববিয়ে মনীষা কৈৰালাৰ সৈতে ‘গুপ্ত’ চিনেমাখনৰ শ্বুটিংৰ পৰা এটা ঘটনা প্ৰকাশ কৰে, য’ত সকলোকে হাঁহিৰ খোৰাক যোগাইছিল।

বিশেষকৈ ১৯৯৫ চনৰ ছবি ‘বৰছাত’ৰ সময়ত ববিয়ে নিজৰ মহিলা নায়িকাৰ সৈতে সৰু কাজিয়া কৰাৰ অভিযোগ উত্থাপন হৈছিল। টুইংকল খান্নাৰ সৈতে হোৱা কাজিয়াকো তেওঁ কয়। ববিয়ে স্পষ্ট কৰি দি কয়, “তেতিয়া আমি দুয়ো বহুত সৰু আছিলো। সৰুৰে পৰা মোৰ পেটৰ সমস্যা আছিল। মই এই বিষয়ে বহুত কথা পাতিছিলো… যেনে, ‘আজি টয়লেটলৈ গৈছিলো, কাইলৈ কৰিম, কেনে লাগিছিল?’ টুইংকলে আগতে ইয়াৰ বাবে বৰ খং কৰিছিল।” তেওঁ লগতে কয় যে টুইংকলে এবাৰ এছ কেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছিল, তাৰ পিছত ববিয়ে তেওঁক ফোন কৰি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল।

মনীষা কৈৰালাৰ সৈতেও ববিৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। তেওঁ কয় যে ১৯৯৭ চনৰ ছুপাৰহিট ছবি ‘গুপ্ত’ৰ শ্বুটিংৰ সময়ত এটা গীতৰ দৃশ্যৰ দৃশ্যগ্ৰহণ চলি আছিল। শ্বুটিঙৰ সময়ত যথেষ্ট ঠাণ্ডা আছিল, আৰু এজন ব্যক্তিয়ে ভজা চানা বিক্ৰী কৰি আছিল। তেতিয়া মনীষা কইৰালাই বৰ আগ্ৰহেৰে ভজা চানা আৰু বহুত পিঁয়াজ খাইছিল। যাৰ বাবে চুটিঙৰ সময়ত চুম্বৰ দৃশ্যটোৰ অস্বস্তি অনুভৱ কৰিছিল অভিনেতাজনে। ববিয়ে ধেমালিতে কয় যে সেই মুহূৰ্তত তেওঁ পৰিস্থিতি কেনেকৈ চম্ভালিছে নিজেই নাজানে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়
বিশ্ব

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

October 15, 2026 - Updated on October 16, 2026
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ
অসম

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

October 15, 2026
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

October 15, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

October 15, 2026
Next Post
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.