• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

1 month ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

13 minutes ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

38 minutes ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

54 minutes ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

2 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

3 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

4 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

4 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

5 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

6 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

7 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

editor by editor
June 5, 2026
in বিবিধ, ভাৰত, লেখা
0
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
0
SHARES
736
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ বাবে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্যৰ উঠা-নমা হৈ আছে। ইফালে ভাৰতে শক্তি সুৰক্ষা শক্তিশালী কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিছে E85 ইন্ধন। আটাইতকৈ ডাঙৰ কথাটো হ’ল নতুন মিশ্ৰিত ইন্ধনে পেট্ৰ’লৰ তুলনাত সাধাৰণ নাগৰিকৰ পকেটৰ ধন কমকৈ খৰচ কৰাব। পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ পুৰীৰ মতে, বৰ্তমানৰ ই-২০ ইন্ধনৰ তুলনাত প্ৰতি লিটাৰত ২০ টকা সস্তা হ’ব। E85 ইন্ধনৰ কথা ক’বলৈ গ’লে ই ৮৫ শতাংশ পৰ্যন্ত ইথানলৰ সৈতে পেট্ৰ’লৰ মিশ্ৰণ।

১.৮৫ লাখ কোটি টকাৰ সঞ্চয়

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ পুৰীয়ে কয় যে, মিশ্ৰিত ইন্ধনৰ জৰিয়তে দেশখনে প্ৰায় ১.৮৫ লাখ কোটি টকা ৰাহি কৰিছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে দেশখনে ইন্ধনৰ নাটনিৰ সন্মুখীন হোৱা নাই। বিশ্বজুৰি খাৰুৱা তেলৰ মূল্যৰ উঠা-নমাৰ প্ৰভাৱ গ্ৰাহকৰ ওপৰত নূন্যতম হৈ পৰিছে।

গ্ৰাহকে লাভ কৰিব নতুন বিকল্প

উন্মোচনী অনুষ্ঠানত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ পুৰীয়ে উল্লেখ কৰে যে, E85 ইন্ধনৰ প্ৰৱৰ্তনে দেশলৈ কেইবাটাও সুবিধা কঢ়িয়াই আনিব। প্ৰথমতে, ই বিষাক্ত বাহনৰ নিৰ্গমন হ্ৰাস কৰিব, যাৰ ফলত চহৰৰ বায়ু পৰিষ্কাৰ হ’ব। তদুপৰি ইয়াৰ দ্বাৰা বিদেশী খাৰুৱা তেল আমদানিৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা বহু পৰিমাণে হ্ৰাস পাব। তদুপৰি ইয়াৰ প্ৰভাৱ সাধাৰণ নাগৰিকৰ পকেটতো ষ্টেণ্ডাৰ্ড E20 তকৈ লঘু হ’ব।

টয়োটাৰ বিক্ৰী E85ৰ বাবে সৰ্বাধিক

পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আৰু কয় যে এই ধৰণৰ ইন্ধনৰ বাবে টয়োটা বাহন আটাইতকৈ বেছি ব্যৱহৃত বিকল্পৰ ভিতৰত অন্যতম। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপোনাৰ বাহনখন আৰু উপযোগী নহয়। দেশত তেওঁলোকৰ বাবে পূৰ্বৰ দৰে সাধাৰণ ইন্ধন কাৰ্যক্ষম হৈ থাকিব।

দেশৰ চাহিদা বিশ্বতকৈ ৩ গুণ বেছি

হৰদীপ পুৰীৰ মতে দেশৰ শক্তিৰ চাহিদা বিশ্বৰ গড়ৰ তিনিগুণ। গতিকে ই ৮৫ৰ জৰিয়তে ভাৰতৰ আন দেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পোৱাৰ লগতে পৰিৱেশ অনুকূল হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড
ভাৰত

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

July 16, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

July 16, 2026
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?
ভাৰত

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

July 16, 2026
Next Post
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, 'আৰু কি কৰিলে সন্তুষ্ট হ'ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ'

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.