• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪০ বছৰৰ পাছত মহিলাসকলে শৰীৰত কিয় ভিটামিন অভাৱ হ’বলৈ দিব নালাগে?

৪০ বছৰৰ পাছত মহিলাসকলে শৰীৰত কিয় ভিটামিন অভাৱ হ’বলৈ দিব নালাগে?

4 years ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

20 minutes ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

57 minutes ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

2 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

2 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

3 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

3 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

17 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

17 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

18 hours ago
LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

18 hours ago
ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

৪০ বছৰৰ পাছত মহিলাসকলে শৰীৰত কিয় ভিটামিন অভাৱ হ’বলৈ দিব নালাগে?

editor by editor
September 19, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
৪০ বছৰৰ পাছত মহিলাসকলে শৰীৰত কিয় ভিটামিন অভাৱ হ’বলৈ দিব নালাগে?
0
SHARES
15.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪০ বছৰৰ পিছত মহিলাৰ শৰীৰত বহু পৰিৱৰ্তন ঘটে। শৰীৰটো কিছু দুৰ্বল হ’বলৈ আৰম্ভ কৰে। খোজ কঢ়াত অসুবিধা হয়। হৰম’নৰ বাবেই পৰিৱৰ্তবোৰে দেখা দিবলৈ আৰম্ভ কৰে।

এনে অৱস্থাত মহিলাসকলে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে, যাতে বৃদ্ধ বয়সতো তেওঁলোক সুস্থ হৈ থাকিব পাৰে। মহিলাসকলে ৪০ বছৰৰ পিছত কিছুমান প্ৰয়োজনীয় ভিটামিন আৰু মিনাৰেল খাবলৈ আৰম্ভ কৰিব লাগে।

মহিলাৰ স্বাস্থ্যৰ বাবে ভিটামিন বি ১২ অতি প্ৰয়োজনীয়। ই শৰীৰত তেজৰ সোঁত বজাই ৰখাৰ কাম কৰে। ইয়াৰ বাবে মহিলাসকলে কণী, মাংস আৰু দুগ্ধজাত সামগ্ৰী খাদ্য হিচাপে গ্ৰহণ কৰিব লাগে।

লগতে পঢ়ক দক্ষিণৰ মোহময়ী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ! কোনে হত্যা কৰিলে অভিনেত্ৰীগৰাকীক?

৪০ বছৰ বয়সৰ পিছত ভিটামিন চিও অতি প্ৰয়োজনীয়। শৰীৰৰ ঘাঁ ভাল হোৱা, কলাজেন উৎপাদনৰ বাবে ই অতি প্ৰয়োজনীয়। চুলি আৰু ছাল উভয়ৰে বাবে ইয়াক অতি উপকাৰী বুলি গণ্য কৰা হয়।

ভিটামিন ডিও শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ অভাৱত হৃদযন্ত্ৰৰ সমস্যা হ’ব পাৰে। মহিলা আৰু পুৰুষ উভয়ৰে বাবে এইটো অতি গুৰুত্বপূৰ্ণ।

কেলচিয়ামো অতি প্ৰয়োজনীয়। ইয়াৰ অভাৱত হাড়ৰ সমস্যা আৰম্ভ হ’ব পাৰে। সেয়েহে কেলচিয়ামযুক্ত খাদ্য, যেনে- গাখীৰ, দৈ, ছাইট্ৰাছ ফল, পনিৰ আৰু সেউজীয়া শাক-পাচলি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamhealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক
জীৱনশৈলী

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

April 3, 2026
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ
বাণিজ্য

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

April 3, 2026
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?
বিনোদন

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

April 2, 2026
Next Post
পাকিস্তানৰ জোঁৱাই হ’ব নেকি কিং খানৰ পুত্ৰ আৰিয়ান খান? এয়া কিহৰ ইংগিত অভিনেত্ৰীৰ?

পাকিস্তানৰ জোঁৱাই হ’ব নেকি কিং খানৰ পুত্ৰ আৰিয়ান খান? এয়া কিহৰ ইংগিত অভিনেত্ৰীৰ?

উৰন্ত বিমানত অসভ্য আচৰণ পাকিস্তানী যাত্ৰীৰ! আজান দিলে মুছলমান যাত্ৰীৰ! তাৰ পাছত কি হ’ল?

উৰন্ত বিমানত অসভ্য আচৰণ পাকিস্তানী যাত্ৰীৰ! আজান দিলে মুছলমান যাত্ৰীৰ! তাৰ পাছত কি হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.