• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানৰ জোঁৱাই হ’ব নেকি কিং খানৰ পুত্ৰ আৰিয়ান খান? এয়া কিহৰ ইংগিত অভিনেত্ৰীৰ?

পাকিস্তানৰ জোঁৱাই হ’ব নেকি কিং খানৰ পুত্ৰ আৰিয়ান খান? এয়া কিহৰ ইংগিত অভিনেত্ৰীৰ?

4 years ago
গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

4 minutes ago
বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

57 minutes ago
কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

1 hour ago
খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

2 hours ago
মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

2 hours ago
ভোজ ভাত খাবলৈ যোৱাটোৱেই কাল হ’ল! বিবাহৰ ভোজ খাই অসুস্থ ৪০০তকৈয়ো অধিক অতিথি, ক’ত এই ঘটনা?

ভোজ ভাত খাবলৈ যোৱাটোৱেই কাল হ’ল! বিবাহৰ ভোজ খাই অসুস্থ ৪০০তকৈয়ো অধিক অতিথি, ক’ত এই ঘটনা?

2 hours ago
পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

3 hours ago
ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

3 hours ago
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

4 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

4 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

5 hours ago
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পাকিস্তানৰ জোঁৱাই হ’ব নেকি কিং খানৰ পুত্ৰ আৰিয়ান খান? এয়া কিহৰ ইংগিত অভিনেত্ৰীৰ?

editor by editor
September 19, 2022
in চিনেমা, জীৱনশৈলী
0
পাকিস্তানৰ জোঁৱাই হ’ব নেকি কিং খানৰ পুত্ৰ আৰিয়ান খান? এয়া কিহৰ ইংগিত অভিনেত্ৰীৰ?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৱা বছৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান ড্ৰাগছৰ গোচৰত অভিযুক্ত হৈ সমগ্ৰ দেশতে চৰ্চা কেন্দ্ৰ বিন্দু হৈ পৰিছিল৷ কিছুদিন পূৰ্বে উক্ত ড্ৰাগছৰ গোচৰটোত আৰিয়ান খানে ক্লীন চিট পাইছিল।

ড্ৰাগছ গোচৰত অভিযুক্ত হোৱাৰ পাছতে আৰিয়ান খানৰ জীৱন গতিপথেই সলনি হ’ব বুলিয়েই ধাৰণা কৰা হৈছিল৷ এক স্বাভাৱিক জীৱনৰ গতি কেনেকৈ লাভ কৰিব তাকেলৈও বিশেষ চৰ্চা চলিছিল৷

ইফালে ইয়াৰ পাছতে আৰিয়ান খানে বলিউদ খোজ পেলাব বুলিও চৰ্চা লাভ কৰিছিল৷ কিন্তু তাৰ মাজতে আৰিয়ান খান অন্য এক কাৰণতহে সংবাদ শিৰোণাম দখল কৰিছে৷

লগতে পঢ়ক এগৰাকী কবি তথা শিক্ষকৰ বিৰুদ্ধে নিজৰ ৭ মহীয়া সন্তানৰ মাতৃ তথা পত্নীক হত্যাৰ গুৰুতৰ অভিযোগ!

এগৰাকী পাকিস্তানী অভিনেত্ৰীৰ বাবেই এইবাৰ সংবাদ শিৰোণাম দখল কৰিছে আৰিয়ান খানে৷ পাকিস্তানৰ বিখ্যাত অভিনেত্ৰীৰ সজল আলীয়ে আৰিয়ান খানৰ প্ৰেমত হাবুদাবু খাইছে৷ অৱশ্যে অভিনেত্ৰীগৰাকীয়ে নিজ মুখে সেয়া প্ৰকাশ্যে প্ৰকাশ কৰা নাই যদিও সামাজিক মাধ্যমৰ এক চাইটত সেয়া স্পষ্ট নিৰ্দেশ দিয়া বুলি চৰ্চা চলিছে৷

পাক অভিনেত্ৰীগৰাকীয়ে নিজা ইনষ্টাগ্ৰামৰ একাউণ্টত আৰিয়ান খানৰ এখন ফ’টোত হাৰ্ট ইম’জি দি শ্বেয়াৰ কৰিছে৷ ফ’টোখনৰ লগত সজল আলীয়ে আৰিয়ান পিতৃ শ্বাহৰুখ খানৰ অভিনীত বিখ্যাত গান ‘হাৱাইন’ সংযোগ কৰি দিছে৷

ইয়াৰ পাছতে আৰিয়ান খান আৰু সজল আলীয়ে ধুমুহাৰ গতিত চৰ্চা লাভ কৰিছে৷ আৰিয়ান আৰু সজলৰ মাজত প্ৰেমৰ সম্পৰ্কও আছে নেকি বুলি এতিয়া চৰ্চা চলিছে৷

লগতে পঢ়ক দক্ষিণৰ মোহময়ী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ! কোনে হত্যা কৰিলে অভিনেত্ৰীগৰাকীক?

উল্লেখ্য যে ইয়াৰ পূৰ্বেও সজল খান ভাৰতত চৰ্চা লাভ কৰিছিল৷ ২০১৭ চনত ৰবি উদয়ৱাৰৰ ‘মম’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল সজলে। চিনেমাখনত তেওঁ প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ কন্যা আৰ্য্যৰ চৰিত্ৰত অভিনয় কৰিছিল।

ইফালে ২০২০ চনত আবুধাবিত প্ৰেমিক তথা সহ অভিনেতা আহাদ ৰাজা মিৰৰ সৈতে গোপনে বিবাহপাশত আবদ্ধ হৈছিল সজলে। দুয়োজনে একেলগে পাকিস্তানী ধাৰাবাহিক ‘আংগন’ আৰু ‘য়াকিন’ত কাম কৰিছিল।

কিন্তু তেওঁলোকৰ প্ৰেম আৰু সংসাৰ বেছি দিন নিটিকিল৷ দুবছৰো স্থায়ী নহ’ল দুয়োৰে সম্পৰ্ক। অৱশেষত ২০২২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aryan khanasom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamsajal ali
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?
জীৱনশৈলী

গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

April 22, 2026
কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?
জীৱনশৈলী

কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

April 22, 2026
খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য
জীৱনশৈলী

খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

April 22, 2026
মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

April 22, 2026
Next Post
উৰন্ত বিমানত অসভ্য আচৰণ পাকিস্তানী যাত্ৰীৰ! আজান দিলে মুছলমান যাত্ৰীৰ! তাৰ পাছত কি হ’ল?

উৰন্ত বিমানত অসভ্য আচৰণ পাকিস্তানী যাত্ৰীৰ! আজান দিলে মুছলমান যাত্ৰীৰ! তাৰ পাছত কি হ’ল?

উদ্যত পিষ্টলেৰে মহানগৰীৰ ৰাজপথত সন্ত্ৰাস বিহাৰী ৰিক্সাৱালাৰ! তাৰপাছত কি হ’ল?

উদ্যত পিষ্টলেৰে মহানগৰীৰ ৰাজপথত সন্ত্ৰাস বিহাৰী ৰিক্সাৱালাৰ! তাৰপাছত কি হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.