বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহই এক নিৰ্দিষ্ট ব্যৱধানত তাৰ ৰাশি পৰিবৰ্তন কৰে৷ ইয়াৰ ফলত ফলত ত্ৰিগ্ৰহী যোগ আৰু চতুৰ্গ্ৰহী যোগ একত্ৰিত হয়৷ ইয়াৰ প্ৰভাৱ দেশ বিদেশতো দেখা যায়৷ দৃক পঞ্চাঙ্গ অনুসৰি ২৬ জুলাই ২০২৫ তাৰিখে শুক্ৰই মিথুন ৰাশিত প্ৰৱেশ কৰে৷ অন্যহাতে বৃহস্পতিয়ে মিথুন ৰাশিত গোচৰ কৰিছে৷
১৮ আগষ্টত চন্দ্ৰই মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ ফলত শুক্ৰ আৰু বৃহস্পতি সংযোগস্থলত থাকিব৷ এই সময়ত কিছু ৰাশিৰ জাতকে ইয়াৰ পৰা উপকৃত হব৷ জানি থওক ভাগ্যশালী ৰাশিৰ তালিকাত কোন কোন আছে?
তুলা ৰাশি
ত্ৰিগ্ৰহী যোগ তুলা ৰাশিৰ বাবে খুবেই উপকাৰী হ’ব৷ এই যোগ এই ৰাশিৰ ভাগ্যবান স্থানত থাকিব৷ ইয়াৰ ফলত আপোনাৰ ভাগ্য ভাল হব৷ ইয়াৰোপৰি চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে৷ এই সময়কালত আপুনি ধৰ্মীয় কাৰ্যকলাপত ডুবি থাকিব৷ ইয়াৰোপৰি আপোনাৰ আৰ্থিক অৱস্থা খুবেই ভাল হব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ বাবে ত্ৰিগ্ৰহী যোগ খুবেই শুভ হব৷ এই ৰাশিৰ বিবাহৰ ঘৰত এই যোগ আহিছে৷ এই সময়কালত আপুনি ভাল স্থান পাব পাৰে৷ আপোনাৰ ব্যৱসায়ত ভাল সুবিধা পাব পাৰে৷ ইয়াৰোপৰি আদালতৰ গোচৰৰ সৈতে সম্পৰ্কিত কাম দ্ৰুত সম্পন্ন হ’ব৷ এই সময়ত আপোনাৰ স্বাস্থ্যও খুব ভালে থাকিব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে ত্ৰিগ্ৰহী যোগ খুবেই উপকাৰী হব৷ কাৰণ এই ৰাশিৰ জাতক জাতিকাৰ কৰ্মফলৰ সৈতে সামঞ্জস্যপূৰ্ণ হব৷ এই সময়কালত আপুনি আপোনাৰ ব্যৱসায়ত ভাল অগ্ৰগতি কৰিব৷ ইয়াৰোপৰি আপুনি অৱশ্যেই কৰ্মৰ ফলত পাব৷ আপোনাৰ কামৰ প্ৰশংসাও লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















