• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কিমান দিননো জীয়াম? জীয়াই থকালৈকে একেলগেই কটাম, হাতে হাত ধৰি মৃত্যুলৈ বাট চাম৷’ অন্তঃসত্ত্বা প্রেমিকাক এৰি গৈছিল, ৭০ বছৰ পাছত ফেছবুকে একলগ কৰিলে প্ৰেমিক যুগলক…

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘কিমান দিননো জীয়াম? জীয়াই থকালৈকে একেলগেই কটাম, হাতে হাত ধৰি মৃত্যুলৈ বাট চাম৷’ অন্তঃসত্ত্বা প্রেমিকাক এৰি গৈছিল, ৭০ বছৰ পাছত ফেছবুকে একলগ কৰিলে প্ৰেমিক যুগলক…

editor by editor
May 10, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
‘কিমান দিননো জীয়াম? জীয়াই থকালৈকে একেলগেই কটাম, হাতে হাত ধৰি মৃত্যুলৈ বাট চাম৷’ অন্তঃসত্ত্বা প্রেমিকাক এৰি গৈছিল, ৭০ বছৰ পাছত ফেছবুকে একলগ কৰিলে প্ৰেমিক যুগলক…
0
SHARES
5.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰেমৰ আৰম্ভনি হৈছিল যুদ্ধৰ মাজতেই৷ ধোঁৱা বাৰুদৰ গোন্ধৰ মাজতেই আৰম্ভ হৈছিল প্ৰেম৷ বোমা আপু যুদ্ধৰ মাজতেই ঘৰ বন্ধাৰ প্ৰতিশ্ৰুতি দিছিল এজনে আনজনক৷ কিন্তু ‘ভৱা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি’ এই অপ্তবাক্যশাৰী তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ পৰিল৷ ভৱা মতেই সকলো সিদ্ধি নহয়৷ নিয়তিৰ কৰুণ পৰিহাসত দুই প্ৰেমিক যুগলো পৃথক হৈ পৰিল৷

প্ৰেমিক যুগলৰ নাম হৈছে, পেগি ইয়ামাগুচি আৰু দুয়ান মান৷ ১৯৫৩ চনত দুয়োৱে আছিল ২২ বছৰীয়া তৰুণ৷ কোৰিয়াৰ যুদ্ধৰ সময়ত যুদ্ধত নামি পৰিছিল কোৰিয়ান তৰুণ দুয়ান মান৷ যুদ্ধ কৰিবলৈ আহি জাপানী তৰুণী পেগি ইয়ামাগুচিৰ প্ৰেমত পৰিল কোৰিয়ান তৰুণ দুয়ান মান৷ এই ঘনিষ্ঠতাই পাছলৈ প্ৰেম৷ যুদ্ধত নামি প্ৰেমৰ যুদ্ধ এখনেও হৃদয়ত ঠাই পালে দুয়ানৰ৷ কোৰিয়ান তৰুণ দুয়ানৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিব নোৱাৰিলে পেগীয়ে৷ প্ৰেম আৰম্ভ হ’ল৷ সম্পৰ্কৰ প্ৰায় ৬মাহ পাছত পেগী অন্তঃসত্ত্বা হৈ পৰিল৷ ভালখবৰৰ মাজতেই দুঃখবৰটোও আহিল৷ দুয়ানৰ টকিঅ’ত থকাৰ ম্যাদ শেষ হৈছে৷ দুয়ানক দেশলৈ মাতি পঠিয়ালে৷ অন্তঃসত্ত্বা প্ৰেয়সীক এৰি দুখ মনেৰে কোৰিয়ালৈ ৰাওনা হ’ল দুয়ান৷ দেশলৈ উভতি আহি আকৌ প্ৰেয়সীৰ কাষলৈ যোৱাৰ পৰিকল্পনা আছিল দুয়ানৰ৷ কিন্তু ভাগ্যই নিবিচাৰিলে জানো মিলন সম্ভৱ! দুয়ান আৰ্থিক অনাটনত পৰিল৷ জাপানলৈ উভতি যাবলৈ ধন যোগাৰ কৰিব নোৱাৰিলে দুয়ানে৷ হৃদয় ভাঙিলেও এই সম্পৰ্কক পাহৰিবলৈ যত্ন কৰিলে দুয়ানে৷

ভাগ্যই যেনেকৈ কাঢ়ে তেনেকৈ যোৰা লগোৱাতো কৃপণালী নকৰে! বিচ্ছেদিত প্ৰেমিক যুগল আকৌ একত্ৰিত হ’ল৷ এইবাৰ কিন্তু ভাৰ্ছুৱেল পৃথিৱীত দুয়ো পোনতে একলগ হ’ল৷ ফেছবুকৰ মাধ্যমেৰে পেগীয়ে বিচাৰি পালে দুয়ানক৷ ফেছবুকত পেগীক দেখি দুয়ানে নিজেই মেছেজো কৰে৷ এই সপ্তাহৰ পাছত পেগীয়ে এই মেছেজৰ উত্তৰ দিয়ে৷ বহু বছৰৰ অন্তত দুয়োৰে মাজত আকৌ প্ৰেমালাপ৷ দুয়ান বৰ্তমান বৃদ্ধ৷ পেগীও বৃদ্ধ এগৰাকী নাৰী৷ পেগী-দুয়ানৰ সন্তান এতিয়া প্ৰাপ্তবয়স্ক এজন যুৱক৷ ফেছবুকৰ মাধ্যমেৰে পেগীক লগ পোৱাৰ পাছতেই কোৰিয়াৰ পৰা জাপানলৈ যাত্ৰা কৰিছে দুয়ানে৷ দুয়ানক লগ পাই আনন্দত পেগীয়ে ফেছবুকত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘কিমান দিননো জীয়াম, জীয়াই থকালৈকে একেলগেই থাকিম৷ হাতে হাত ধৰি মৃত্যুলৈ বাট চাম৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
বিবাহৰ ফটোশ্বুট কৰি বিপদত যুৱক! বিবাহ বিচ্ছেদৰ পাছত ফটোশ্বুটৰ বাবে ফটোগ্ৰাফাৰক দিয়া ধন উভতাই বিচাৰিলে তৰুণীয়ে, তাৰপিছত?

আৰক্ষী বিষয়াৰ এটা ভাইৰেল পোষ্ট, ‘তুমি blanket ৰ তলত সোমাই reel scroll কৰি আছিলা, সিঁহতে তেতিয়া পুৱা উঠি দৌৰিবলৈ গৈছিল…’ কিয় চৰ্চা লাভ কৰিছে পোষ্টটোৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন