• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এদিনৰ ১০০০ শয্যাসংগীৰ ৰেকৰ্ড ভাঙিব খোজো!’ তৰুণীৰ অদ্ভুত পোষ্ট দেখি হাজিৰ আৰক্ষী, কি কৰিলে আৰক্ষীয়ে সেই তৰুণীক?

‘এদিনৰ ১০০০ শয্যাসংগীৰ ৰেকৰ্ড ভাঙিব খোজো!’ তৰুণীৰ অদ্ভুত পোষ্ট দেখি হাজিৰ আৰক্ষী, কি কৰিলে আৰক্ষীয়ে সেই তৰুণীক?

2 years ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

38 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

59 minutes ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

2 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

3 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

20 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

21 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

22 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

23 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

23 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

24 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘এদিনৰ ১০০০ শয্যাসংগীৰ ৰেকৰ্ড ভাঙিব খোজো!’ তৰুণীৰ অদ্ভুত পোষ্ট দেখি হাজিৰ আৰক্ষী, কি কৰিলে আৰক্ষীয়ে সেই তৰুণীক?

‘এদিনৰ ১০০০ শয্যাসংগীৰ ৰেকৰ্ড ভাঙিব খোজো!’ তৰুণীৰ অদ্ভুত পোষ্ট দেখি হাজিৰ আৰক্ষী, কি কৰিলে আৰক্ষীয়ে সেই তৰুণীক?

editor by editor
January 27, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
‘এদিনৰ ১০০০ শয্যাসংগীৰ ৰেকৰ্ড ভাঙিব খোজো!’ তৰুণীৰ অদ্ভুত পোষ্ট দেখি হাজিৰ আৰক্ষী, কি কৰিলে আৰক্ষীয়ে সেই তৰুণীক?
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এজৰা বন্দন, ওৰফে এজৰানুৰ৷ অনলি ফেন তাৰকা সেই তৰুণীক লৈ নেট মাধ্যমত চলিছে চৰ্চা৷ চৰ্চাৰ কাৰণ তেওঁৰ ২৪ ঘণ্টাৰ পৰিকল্পনা৷ কি পৰিকল্পনা কৰিছিল তৰুণীগৰাকীয়ে? কেৱল চৰ্চাই নহয় গ্ৰেপ্তাৰো হৈছে এজৰানুৰ৷

অনলি ফেন তাৰকা, অৰ্থাৎ প্ৰাপ্ত বয়স্কসকলৰ বাবেই ভিডিঅ’ প্ৰস্তুত কৰে৷ সেইগৰাকী তাৰকাই হঠাৎ জনাই যে তেওঁ বিশ্বৰ সকলো ৰেকৰ্ড ভাঙিব খোজে৷ ২৪ ঘণ্টাত তেওঁ অন্তত ১০০ জন শয্যাসংগী ল’ব খোজে৷ তৰুণী তাৰকাৰ এই ঘোষণাৰ পাছতেই আৰক্ষীয়ে তৰুণীগৰাকীক গ্ৰেপ্তাৰ কৰিছে৷ সৰ্বভাৰতীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে এই খবৰ৷

ইস্তানবুলৰ সেই তৰুণীয়ে জনাইছে যে তেওঁৰ লক্ষ্য প্ৰথমে তুৰ্কিৰ ৰেকৰ্ড ভৰা৷ তাৰপাছতেই বিশ্বৰ সকলো ৰেকৰ্ড ভঙা৷ সৰ্বভাৰতীয় সংবাদ সংস্থাৰ সূত্ৰৰ খবৰ অনুসৰি সেই তৰুণীৰ পূৰ্বে পাঁচটাকৈ ক্ৰিমিনেল ৰেকৰ্ড আছে৷ অৰ্থাৎ আৰক্ষীৰ ওচৰত পূৰ্বেই তেওঁৰ নাম ৰেকৰ্ডত আহিছে৷ তাৰমাজতেই আছে অন্যক অপমান কৰা, ধমকি দিয়া, সম্পত্তি ক্ষতিগ্ৰস্থ কৰাৰ গোচৰ৷ তেওঁৰ স্বামীৰ বিৰুদ্ধেও অভিযোগ উঠিছে আৰক্ষীৰ ওচৰত৷ সেই তৰুণীৰ অভিযোগ, আৰক্ষীয়ে তেওঁৰ ওপৰত অকথ্য অত্যাচাৰ চলাইছে৷ বান্ধি ৰখা হৈছিল হাত, ঠাণ্ডা মজিয়াত পেলাই ৰখাও হৈছিল৷ তেওঁৰ কানতো গুৰুতৰ আঘাত কৰা হৈছে৷

উল্লেখ্য যে কেইবাদিন পূৰ্বেই বনি ব্লু নামেৰে এইগৰাকী অনলি ফেন তাৰকাই জনাইছিল যে ১২ ঘণ্টাত তেওঁ বিচনাত সংগ দিছে ১০৫৭ জন পুৰুষত৷ এয়া কেৱল ১২ ঘণ্টা নহয় ২৪ ঘণ্টাৰ নিৰিখতো বিশ্ব ৰেকৰ্ড৷ সেই ৰেকৰ্ড ভাঙিব বিচাৰে এজৰাই৷ পূৰ্বে ২০০৪ চনত লিছা স্পাৰ্কছৰ এদিনৰ শয্যাসংগী আছিল ৯১৯ জন৷ ২০২৫ত সেই ৰেকৰ্ড ভংগ কৰিছে বনিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

October 20, 2026
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

October 20, 2026
Next Post
প্ৰেম বাঢ়ে গোপনে গোপনে… গোপনীয়তা ভেদি মাৰ্কিন মুলূকত ভাইৰেল বাৰাক ওবামাৰ প্ৰেম কাহিনী, কাৰ প্ৰেমত পৰিছে বাৰাক ওবামা?

প্ৰেম বাঢ়ে গোপনে গোপনে... গোপনীয়তা ভেদি মাৰ্কিন মুলূকত ভাইৰেল বাৰাক ওবামাৰ প্ৰেম কাহিনী, কাৰ প্ৰেমত পৰিছে বাৰাক ওবামা?

ঘৰৰ এই স্থানত ৰাখক ধন, সুখী হ’ব লক্ষ্মী-কুবেৰ, সংসাৰত উপচি পৰিব সম্পদ

ঘৰৰ এই স্থানত ৰাখক ধন, সুখী হ’ব লক্ষ্মী-কুবেৰ, সংসাৰত উপচি পৰিব সম্পদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.