• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫মিত্ৰদলৰ সকলোকে লাগে কেবিনেট মন্ত্ৰী, NDAয়ে চৰকাৰ গঠন কৰাৰ পূৰ্বে কেৱল নাইডুকেই লাগে ১০টাকৈ বিভাগ!

৫মিত্ৰদলৰ সকলোকে লাগে কেবিনেট মন্ত্ৰী, NDAয়ে চৰকাৰ গঠন কৰাৰ পূৰ্বে কেৱল নাইডুকেই লাগে ১০টাকৈ বিভাগ!

2 years ago
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

17 minutes ago
হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

47 minutes ago
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

54 minutes ago
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

1 hour ago
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

2 hours ago
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

2 hours ago
গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

2 hours ago
কন্দাকটা-কাজিয়া-অশান্তি একো নাই,  Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

কন্দাকটা-কাজিয়া-অশান্তি একো নাই, Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

3 hours ago
দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

3 hours ago
১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

4 hours ago
আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

4 hours ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৫মিত্ৰদলৰ সকলোকে লাগে কেবিনেট মন্ত্ৰী, NDAয়ে চৰকাৰ গঠন কৰাৰ পূৰ্বে কেৱল নাইডুকেই লাগে ১০টাকৈ বিভাগ!

৫মিত্ৰদলৰ সকলোকে লাগে কেবিনেট মন্ত্ৰী, NDAয়ে চৰকাৰ গঠন কৰাৰ পূৰ্বে কেৱল নাইডুকেই লাগে ১০টাকৈ বিভাগ!

editor by editor
June 5, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
৫মিত্ৰদলৰ সকলোকে লাগে কেবিনেট মন্ত্ৰী, NDAয়ে চৰকাৰ গঠন কৰাৰ পূৰ্বে কেৱল নাইডুকেই লাগে ১০টাকৈ বিভাগ!
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্ধিয়ালৈকে অপেক্ষা৷ ৫জুনৰ সন্ধিয়া দিল্লীত বিজেপি আৰু এন ডিএ জোঁটৰ বিশেষ বৈঠক৷ এই বৈঠকৰ পাছতেই লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত৷ বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বেই পদ বিচাৰি লাগিছে টনা-আঁজোৰা৷ ইতিমধ্যে বিশেষ দুটা দল TDP আৰু JDUয়ে মন্ত্ৰীত্ব বিচাৰি বিজেপিক কামোৰ দিয়া আৰম্ভ কৰিছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷

সূত্ৰৰ খবৰ অনুসৰি জে়ডিইউক লাগে ৩টাকৈ মন্ত্ৰীপদ৷ ইফালে একনাথ সিন্ধেকো লাগে কেবিনেট মন্ত্ৰীপদ৷ চিৰাগ পাছোৱানক লাগে এটা কেবিনেট মন্ত্ৰী আৰু এজন ৰাজ্যিক মন্ত্ৰী৷ জিতেন ৰাম মাঝিয়েও পিছপৰি নাথাকি দাবী কৰিব পাৰে কেবিনেট মন্ত্ৰীপদ৷

সূত্ৰই প্ৰকাশ কৰা অনুসৰি টিডিপিও এৰি দিয়া ভকত নহয়৷ ইতিমধ্যেই টিডিপিয়ে দাবী কৰিছে ১০টাকৈ মন্ত্ৰীত্বৰ পদ৷ মন্ত্ৰীতকৈয়ো ডাঙৰ পদ লাগে টিডিপিক বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ টিডিপিয়ে দাবী কৰিছে লোকসভাৰ অধ্যক্ষ পদো৷ ইমানেই নহয় চন্দ্ৰবাবু নাইডুক লাগে মন্ত্ৰীসভাৰ ১০টাকৈ বিভাগো৷ কি কি বিভাগ দাবী কৰিছে চন্দ্ৰবাবু নাইডুৰ দলে?

  1. লোকসভাৰ অধ্যক্ষ পদ

  2. পথ পৰিবহন বিভাগ

  3. স্বাস্থ্য

  4. গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ

  5. কৃষি

  6. তথ্য সম্প্ৰচাৰ

  7. জলসম্পদ বিভাগ

  8. শিক্ষা

  9. বিত্ত

  10. গ্ৰাম্য উন্নয়ন

লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এ জোঁটে ২৯২ আসন লাভ কৰাৰ বিপৰীতে ইণ্ডিয়া জোঁটে লাভ কৰিছে ২৩৪ খন আসন৷ বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ আসন ২৭২ৰ পৰা কমি হৈছেগৈ ২৪০খন৷ আনহাতে প্ৰধান বিৰোধী দল কংগ্ৰেছে লাভ কৰিছে ৯৯খন আসন৷ ২০১৯ চনত কংগ্ৰেছ দলে লাভ কৰিছিল মাত্ৰ ৫২খন আসন৷ এইবাৰৰ নিৰ্বাচনত ৪৭খন আসন বৃদ্ধি হৈছে কংগ্ৰেছৰ৷

NDAৰ ডাঙৰ ৫টা মিত্ৰদল কি কি?

  1. TDP(তেলেগু দেশম পাৰ্টী- মুঠ আসন ১৪
  2. জেডিইউ- মুঠ আসন ১২
  3. শিৱসেনা- মুঠ আসন৭
  4. এল জে পি(ৰামভিলাছ)- ৫
  5. জেডিএছ-  মুঠ ২খন আসন

আটাইতকৈ বেছি আসন থকা মিত্ৰদল তেলেগু দেশম পাৰ্টীৰ নেতা চন্দ্ৰবাবু নাইডুয়ে মন্ত্ৰীত্বই দাবী কৰিব পাৰে তেনে নহয়৷ চন্দ্ৰবাবু নাইডুয়ে অন্ধ্ৰপ্ৰদেশৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যাদাও দাবী কৰিব পাৰে কেন্দ্ৰক৷  দেশৰ অন্যান্য অঞ্চলতকৈ পিছপৰা ৰাজ্যসমূহক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া হয়৷ তেনেক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশৰ বাবেও এই মৰ্যাদা দাবী কৰাৰ থল আছে যাৰবাবে নাইডুয়ে এই দাবী ৰাখিব পাৰে বুলি জনাইছে একাংশ সূত্ৰই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?
জীৱনশৈলী

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

March 22, 2026
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

March 22, 2026
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?
জীৱনশৈলী

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

March 22, 2026
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

March 22, 2026
Next Post
নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ হাতত তুলি দিলে পদত্যাগ পত্ৰ! পৰবৰ্তী পৰিকল্পনা কি?

নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ হাতত তুলি দিলে পদত্যাগ পত্ৰ! পৰবৰ্তী পৰিকল্পনা কি?

কিং মেকাৰৰ ডিমাণ্ড, কেন্দ্ৰত ৪-৫ টা পদবী লাগে, বিহাৰকো লাগে বিশেষ মৰ্যাদা

কিং মেকাৰৰ ডিমাণ্ড, কেন্দ্ৰত ৪-৫ টা পদবী লাগে, বিহাৰকো লাগে বিশেষ মৰ্যাদা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.