• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিং মেকাৰৰ ডিমাণ্ড, কেন্দ্ৰত ৪-৫ টা পদবী লাগে, বিহাৰকো লাগে বিশেষ মৰ্যাদা

কিং মেকাৰৰ ডিমাণ্ড, কেন্দ্ৰত ৪-৫ টা পদবী লাগে, বিহাৰকো লাগে বিশেষ মৰ্যাদা

2 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

5 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

5 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

6 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

6 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

6 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

7 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

7 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

8 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

9 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

10 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

11 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কিং মেকাৰৰ ডিমাণ্ড, কেন্দ্ৰত ৪-৫ টা পদবী লাগে, বিহাৰকো লাগে বিশেষ মৰ্যাদা

editor by editor
June 5, 2024
in ভাৰত, ৰাজনীতি
0
কিং মেকাৰৰ ডিমাণ্ড, কেন্দ্ৰত ৪-৫ টা পদবী লাগে, বিহাৰকো লাগে বিশেষ মৰ্যাদা
0
SHARES
496
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিং মেকাৰৰ ডিমাণ্ড, কেন্দ্ৰত ৪-৫ টা পদবী লাগে, বিহাৰকো লাগে বিশেষ মৰ্যাদা

কিং মেকাৰ নীতিশ কুমাৰে দাঙি ধৰিছে নিজৰ ডিমাণ্ড। যাকেই কৰিব লাগে চাপোৰ্ট সিয়েই দিব লাগিব বহু কিবা কিবি। ৪-৫ টা কেন্দ্ৰীয় মন্ত্ৰীত্ব বাব দিয়াৰ লগতে বিহাৰকো বিশেষ ৰাজ্যৰ মৰ্য়াদা দিব লাগিব।

দিল্লীত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ ইতিমধ্যে হৈছে। ৰাজনৈতিক মহলত চৰ্চা চলিছে যে নৰেন্দ্ৰ মোডীৰ নতুন চৰকাৰত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু টিডিপিৰ সৰ্বোচ্চ চন্দ্ৰবাবু নাইডুৱে কিং মেকাৰৰ ভূমিকা ল’ব পাৰে। তেজস্বী যাদৱো আছে এই ক্ষেত্ৰত।

বিহাৰক বিশেষ মৰ্যাদা প্ৰদান, বিহাৰ জাতি লোকপিয়ল, গ্ৰেণ্ড এলায়েন্স চৰকাৰে বৃদ্ধি কৰা ৭৫% সংৰক্ষণক সংবিধানৰ নৱম অনুসূচীত স্থানৰ দাবী কৰা বুলি কথা উলাইছে এই ক্ষেত্ৰত।

কেৱল মোদীয়েই নহয়, ৰাহুল গান্ধৰসৈতেও কথা হোৱা বুলি বিশেষ সূত্ৰে ওলাইছে কথা। যদি কংগ্ৰেছে নীতিশ কুমাৰ আৰপ চন্দ্ৰ বাবু নাইডুৰ সকলো ডিমাণ্ড পূৰণ কৰে তেন্তে ইণ্ডিয়াই গঠন কৰিব পাৰে কেন্দ্ৰত চৰকাৰ। যদিহো মোদীয়ে সৈমান হয় ৫ টা পদবীৰ লগতে বিহাৰৰ বিশেষ ৰাজ্য়ৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত তেন্তে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে শপত লব মোদীয়েই। এতিয়া কেৱল অপেক্ষা দুয়োটা দলৰ বৈঠকৰ পাছৰ সিদ্ধান্তৰ বাবেহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: central governmentloksabha electionnarendra-modinitish kumarrahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ
অপৰাধ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

October 17, 2026
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
Next Post
ৰুদ্ধদ্বাৰ বৈঠক সমাপ্ত, সকলো একমত, হ’বলৈ গৈ আছে নতুন চৰকাৰ

ৰুদ্ধদ্বাৰ বৈঠক সমাপ্ত, সকলো একমত, হ'বলৈ গৈ আছে নতুন চৰকাৰ

মাথো কিছু সময় অপেক্ষা, খেলপথাৰত নামিবলৈ সাজু ভাৰত, টিম ১১ত কোন কোন, কোনে কৰিব অপেনিং

মাথো কিছু সময় অপেক্ষা, খেলপথাৰত নামিবলৈ সাজু ভাৰত, টিম ১১ত কোন কোন, কোনে কৰিব অপেনিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.