• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোহিতৰ অৱসৰৰ পিছত এতিয়া কোন হ’ব অধিনায়ক? দুই খেলুৱৈৰ নাম চৰ্চাত

ৰোহিতৰ অৱসৰৰ পিছত এতিয়া কোন হ’ব অধিনায়ক? দুই খেলুৱৈৰ নাম চৰ্চাত

1 year ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

6 minutes ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

43 minutes ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

1 hour ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

2 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

2 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

3 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

4 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

6 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

14 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

15 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰোহিতৰ অৱসৰৰ পিছত এতিয়া কোন হ’ব অধিনায়ক? দুই খেলুৱৈৰ নাম চৰ্চাত

editor by editor
May 8, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ৰোহিতৰ অৱসৰৰ পিছত এতিয়া কোন হ’ব অধিনায়ক? দুই খেলুৱৈৰ নাম চৰ্চাত
0
SHARES
423
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰোহিতৰ অৱসৰৰ পিছত এতিয়া কোন হ’ব অধিনায়ক? দুই খেলুৱৈৰ নাম চৰ্চাত

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৰোহিত শৰ্মাই। অহা মাহৰ ২০ জুনৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে বুধবাৰে এই কথা ঘোষণা কৰে তাৰকা বেটছমেনগৰাকীয়ে।

ইংলেণ্ড ভ্ৰমণত টিম ইণ্ডিয়াই পাঁচখন খেলৰ টেষ্ট শৃংখলা খেলিব। ইয়াৰ জৰিয়তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ৰ ভাৰতৰ অভিযান আৰম্ভ হ’ব। এতিয়া ৰোহিতৰ অৱসৰৰ পাছত প্ৰশ্ন উত্থাপন হৈছে যে টিম ইণ্ডিয়াৰ নতুন টেষ্ট অধিনায়ক কোন হ’ব?

একে সময়তে ৰোহিতৰ ঠাইত কোনজন খেলুৱৈক প্লেইং-১১ত অন্তৰ্ভুক্ত কৰা হ’ব সেই সন্দৰ্ভতো যথেষ্ট চৰ্চা চলিছে। পূৰ্বে ৰোহিতে টেষ্টত অ’পেনাৰ হিচাপে বেটিং কৰি আছিল। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে দলত ৰোহিতৰ ঠাইত কোনে স্থান লাভ কৰিব।

বৰ্তমান শুভমান গিল বিচিচিআই আৰু টেষ্টত অধিনায়কত্বৰ বাবে নিৰ্বাচকৰ প্ৰথম পছন্দ। ২৫ বছৰীয়া এইগৰাকী বেটছমেনক ভাৰতৰ ভৱিষ্যত অধিনায়ক হিচাপে বিবেচিত হৈছে। এদিনীয়া খেলতো শুভমনক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে।

সূৰ্যকুমাৰ যাদৱৰ অনুপস্থিতিত শুভমনেও টি-২০ত দায়িত্ব গ্ৰহণ কৰিছে। এনে পৰিস্থিতিত তেওঁক সম্প্ৰতি প্ৰথম পছন্দ হিচাপে বিবেচিত হৈছে। ইয়াৰ আঁৰৰ আন এটা কাৰণ হৈছে প্ৰশিক্ষক গৌতম গম্ভীৰ। লগতে শুভমনৰ ফিটনেছ।

শুভমনৰ বাহিৰে ভাৰতীয় টেষ্টৰ অধিনায়কত্বৰ বাবে দ্বিতীয় পছন্দ হৈছে যশপ্ৰীত বুমৰাহ। বুমৰাহৰ অধিনায়কত্বত অষ্ট্ৰেলিয়া ভ্ৰমণৰ প্ৰথমখন টেষ্টত ভাৰতে জয়লাভ কৰে। যদি বুমৰাহে ছিৰিজৰ শেষৰখন মেচত ফিট হৈ খেলিব পাৰিলেহেঁতেন তেন্তে সেই টেষ্টত জয়ী হৈ ছিৰিজৰ সমতা স্থাপনৰ সুযোগ আছিল টিম ইণ্ডিয়াৰ হাতত।

বৰ্তমান বিশ্বৰ শ্ৰেষ্ঠ বলাৰ বুমৰাহ আৰু বেগী বলাৰ হোৱাৰ বাবে তেওঁৰ আক্ৰমণাত্মক মানসিকতা আছে। অধিনায়কত্বৰ সময়তো তেওঁ দলটোক একে বাৰ্তা দিয়ে আৰু দলক সন্মুখৰ পৰা নেতৃত্ব দিয়ে। অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত তেওঁৰ অধিনায়কত্ব প্ৰশংসনীয় আছিল আৰু সুনীল গাভাস্কাৰকে ধৰি বহু কিংবদন্তিয়ে বুমৰাহক নিয়মীয়া টেষ্ট অধিনায়ক হিচাপে গঢ়ি তুলিবলৈ দাবী জনাইছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndian CricketIndian CricketerRohit Retirementrohit sarmaTest Format
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
Next Post
১০ মে’ শনিবাৰে নিশাৰ পৰা ৫ ৰাশিৰ জয়জয় ময়ময় হৈ পৰিব ভাগ্য

১০ মে’ শনিবাৰে নিশাৰ পৰা ৫ ৰাশিৰ জয়জয় ময়ময় হৈ পৰিব ভাগ্য

উত্তৰকাশীত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬ যাত্ৰীৰ জীৱন শেষ

উত্তৰকাশীত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬ যাত্ৰীৰ জীৱন শেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.